পৰিচালনা আৰু সম্পদসমূহ

অধ্য়ায়-১৩

(ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক

প্রশ্ন ১ : বৈষয়িক সম্পদ কি?

উত্তৰঃ


প্রশ্ন ২ : শৈক্ষিক অনুষ্ঠানৰ মানৱ সম্পদৰ উদাহৰণ লিখক।

উত্তৰঃ


প্রশ্ন ৩ : সম্পদৰ গুণমান নিৰ্দ্ধাৰণ কিয় চাব লাগে?

উত্তৰঃ


প্রশ্ন ৪ : সম্পদৰ এটা বৈশিষ্ট্য লিখক।

উত্তৰঃ


(খ) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : এখন শৈক্ষিক অনুষ্ঠানৰ বৈষয়িক আৰু মানৱ সম্পদৰ পাৰ্থক্য লিখক।

উত্তৰঃ


প্রশ্ন ২ : সম্পদ পৰিচালনা কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ


প্রশ্ন ৩ : সম্পদ একত্ৰকৰণৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা চমুকৈ বৰ্ণনা কৰক ।

উত্তৰঃ


(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : সম্পদ পৰিচালনাৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ ভূমিকা বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : সম্পদ পৰিচালনাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰক। 

উত্তৰঃ



Type By- Bikash Bora