শিক্ষাত ব্য়ৱস্থাপনা প্ৰক্ৰিয়া

অধ্য়ায়-৯

 ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ব্যৱস্থাপনা প্রক্রিয়া বুলিলে কি বুজে?

উত্তৰঃ


প্রশ্ন ২ : পৰিকল্পনা বুলিলে কি বুজে ? 

উত্তৰঃ


প্রশ্ন ৩ : নিদের্শনা বুলিলে কি বুজে ?

উত্তৰঃ


প্রশ্ন ৪ : নিয়ন্ত্রণ বুলিলে কি বুজে ?

উত্তৰঃ


খ) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : এটা ভাল পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ কি কি ? বৰ্ণনা কৰক। 

উত্তৰঃ


প্রশ্ন ২ : পৰিকল্পনা দীর্ঘমাদী উদ্দেশ্যৰ লগত জড়িত হ'ব লাগে- বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন ৩ : এখন শৈক্ষিক অনুষ্ঠানত নিৰ্দেশনাৰ গুৰুত্বতাৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন ৪ : নিয়ন্ত্রণ প্রক্রিয়াৰ বিভিন্ন পৰ্য্যয়সমূহ কি কি?

উত্তৰঃ


গ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : পৰিচালনা প্রক্রিয়া কি বৰ্ণনা কৰক। ইয়াৰ বিভিন্ন পদ্ধতিসমূহ ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন ২ : পৰিকল্পনা কি? স্কুল সংগঠনৰ পৰিকল্পনাত ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উল্লেখ কৰক।

উত্তৰঃ


প্রশ্ন ৩ : নির্দেশনা আৰু নিয়ন্ত্ৰণৰ মাজত থকা সম্পৰ্ক আলোচনা কৰক। বিদ্যালয় সংগঠনত ইয়াৰ গুৰুত্বতা ব্যাখ্যা আগবঢ়াওক ।

উত্তৰঃ


প্রশ্ন ৪ : সাংগঠনিক প্রক্রিয়াসমূহ কি কি? শৈক্ষিক সংগঠনত এই প্ৰক্ৰিয়াসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা কৰক ।

উত্তৰঃ



Type By- Bikash Bora