কেন্দ্ৰীয় প্ৰবণতা 
অধ্য়ায়-১২
প্ৰশ্ন ১ঃ তলত দিয়া ৰাশিসমূহৰ পৰা গড়, মধ্য়মা, আৰু বহুলক নিৰ্ণয় কৰক।

8, 9, 12, 14, 16, 18, 20, 22, 24, 30, 31, 34, 36
উত্তৰঃ


প্ৰশ্ন ২ঃ তলত দিয়া ৰাশিসমূহৰ পৰা বাৰংবাৰতা বিতৰণ তালিকা এখন প্ৰস্তুত কৰা আৰু তাৰ পিছত গড়, মধ্য়মা আৰু বহুলক নিৰ্ণয় কৰক।

17

15

36

18

16

22

16

38

24

18

18

19

39

27

19

20

18

42

29

21

29

27

40

35

21

26

31

32

27

22

28

40

34

19

23

30

45

40

15

28


উত্তৰঃ

প্ৰশ্ন ৩ঃ তলত দিয়া বাৰংবাৰতা বিতৰণ তালিকাখনৰ পৰা গড়, মধ্য়মা আৰু বহুলক নিৰ্ণয় কৰক।

শ্ৰেণী ব্য়ৱধান

বাৰংবাৰতা

5-9

1

10-14

0

15-19

6

20-24

12

25-29

10

30-34

8

35-39

8

40-44

5

 

N=50


উত্তৰঃ



Type By- Bikash Bora