খ্ৰীষ্টিয়ান মিছনেৰী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শিক্ষাৰ ক্ষেত্ৰত ভূমিকা

অধ্য়ায় ৪


(ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ‘ভাৰতৰ বৰ্তমানৰ শৈক্ষিক প্ৰণালীৰ আৰম্ভণি খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ প্ৰচেষ্টাৰ পৰা হৈছিল বুলি চিহ্নিত কৰিব পাৰি। আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ২ : মাদ্ৰাছ আৰু বেংগলত মিছনেৰীসকলৰ শৈক্ষিক কার্যকলাপসমূহ আলোচনা কৰক ৷

উত্তৰঃ


প্রশ্ন ৩ : অসমত মিছনেৰীসকলৰ শৈক্ষিক কার্যকলাপসমূহৰ ব্যাখ্যা আগবঢ়াওক ।

উত্তৰঃ


প্রশ্ন ৪ : অসমত খ্ৰীষ্টিয়ান মিছনেৰীসকলে সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৫ : ইষ্ট ইণ্ডিয়া কোম্পানীৰ শৈক্ষিক কার্যকলাপসমূহ আলোচনা কৰক।

উত্তৰঃ


(ক) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক) চমুটোকা লিখক :

(ক) এনড্রিও বেলৰ শৈক্ষিক বৰঙণি।

উত্তৰঃ


(খ) শ্ৰীৰামপুৰ ট্রিও।

উত্তৰঃ


(গ) অসমত আমেৰিকান বেপ্টিষ্ট মিছনেৰী

উত্তৰঃ


(ঘ) . ইষ্ট ইণ্ডিয়া কোম্পানীৰ ধৰ্মীয় নিৰপেক্ষতা নীতি

উত্তৰঃ


(ঙ) চেৰিটি স্কুল।

উত্তৰঃ


Question Type By- Mayur Rani Kashyap