বিচ্য়ুতিৰ পৰিমাপণ
অধ্য়ায়-১৩
প্ৰশ্ন ১ঃ তলত দিয়া তথ্য়সমূহৰ পৰা গড় বিচ্য়ুতি, চতুৰ্থক বিচ্য়ুতি আৰু মানক বিচ্য়ুতি নিৰ্ণয় কৰক-
|
শ্ৰেণী
ব্য়ৱধান |
বাৰংবাৰতা |
|
80-84 |
4 |
|
85-89 |
4 |
|
90-94 |
3 |
|
95-99 |
5 |
|
100-104 |
3 |
|
105-109 |
3 |
|
110-114 |
1 |
|
115-119 |
2 |
|
|
N=25 |
প্ৰশ্ন ২ঃ তলত দিয়া ৰাশিসমূহৰ মানক বিচ্য়ুতি আৰু চতুৰ্থক বিচ্য়ুতি নিৰ্ণয় কৰক-
|
শ্ৰেণী
ব্য়ৱধান |
বাৰংবাৰতা |
|
10-14 |
5 |
|
15-19 |
8 |
|
20-24 |
10 |
|
25-29 |
15 |
|
30-34 |
8 |
|
35-39 |
4 |
|
|
|
উত্তৰঃ