প্ৰৱণতা অভীক্ষা

অধ্য়ায়-৭

(ক) চমু প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত প্ৰতিটো প্ৰশ্নৰ উত্তৰ)

প্ৰশ্ন ১ঃ প্ৰৱণতা অভীক্ষা কি? যিকোনো এটা বহু উপাদানমূলক অভীক্ষামালা বৰ্ণনা কৰা। 

উত্তৰঃ


প্রশ্ন ২ : টোকা লিখা ।

(ক) DAT

 উত্তৰঃ


(খ) SRA : PMA

 উত্তৰঃ


(গ) সংগীতৰ প্ৰৱণতা অভীক্ষা 

 উত্তৰঃ


(ঘ) কেৰাণী সম্বন্ধীয় প্ৰৱণতা অভীক্ষা 

 উত্তৰঃ


প্রশ্ন ৩ : কেৰাণী সম্বন্ধীয় প্ৰৱণতাত জড়িত হৈ থকা কাৰকবোৰ কি কি? কেৰাণী সম্বন্ধীয় প্ৰৱণতা পৰিমাপৰ বাবে কি অভীক্ষা ব্যৱহাৰ কৰা হয় ?

 উত্তৰঃ


(খ) দীঘলীয়া প্রশ্ন (১৫০-৩০০ টা শব্দৰ ভিতৰত প্ৰতিটো প্ৰশ্নৰ উত্তৰ

প্রশ্ন ১ : প্ৰৱণতা বুলিলে আপুনি কি বুজে ? প্ৰৱণতা অভীক্ষাৰ প্ৰয়োগবোৰ কি কি? প্ৰৱণতাৰ যিকোনো এটা অভীক্ষা আপুনি পৰিচয় কৰাওক ।

 উত্তৰঃ


প্রশ্ন ২ : বিশেষ প্ৰৱণতা মানে কি? ছাত্ৰ এজনৰ যান্ত্ৰিক প্ৰৱণতা মূল্যায়ণৰ বাবে ব্যৱহাৰ কৰিব লগা যিকোনো এটা অভীক্ষাৰ বিষয়ে লিখক।

 উত্তৰঃ


প্রশ্ন ৩ : প্ৰৱণতা অভীক্ষাবোৰ কি কি? শিক্ষা ক্ষেত্ৰত প্ৰৱণতা অভীক্ষাৰ মূল্য আলোচনা কৰা ।

 উত্তৰঃ


প্রশ্ন ৪ : কেৰাণী সম্বন্ধীয় প্ৰৱণতাৰ লগত জড়িত কাৰকবোৰ কি কি? কেৰাণী সম্বন্ধীয় প্ৰৱণতা পৰিমাপৰ বাবে কি অভীক্ষা ব্যৱহাৰ কৰা হয় ?

 উত্তৰঃ


প্রশ্ন ৫ : চাৰুকলা প্ৰৱণতা পৰিমাপৰ বাবে কি অভীক্ষা ব্যৱহাৰ কৰা হয়? আলোচনা কৰা ।

 উত্তৰঃ




Type By- Bikash Bora