শিক্ষা আৰু পৰিসংখ্য়া বিজ্ঞান

অধ্য়ায়-১০ 

ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক) 

প্রশ্ন ১ : পৰিসংখ্যা বিজ্ঞান মানে কি? ইয়াৰ বিভিন্ন কাৰ্যাৱলীসমূহ কি কি?

উত্তৰঃ


প্রশ্ন ২ : বর্ণনামূলক পৰিসংখ্যা বিজ্ঞান আৰু অনুমানজনিত পৰিসংখ্যাৰ অৰ্থ বৰ্ণনা কৰক ?

উত্তৰঃ


প্রশ্ন ৩ : ৰেখাচৈত্ৰিক উপস্থাপনৰ গুৰুত্বসমূহ কি কি ? 

উত্তৰঃ


প্রশ্ন ৪ : সমুহিত আৰু অসমুহিত ৰাশিসমূহ লেখ চিত্ৰত কেনেকৈ উপস্থাপন কৰিব।


প্রশ্ন ৫ : পার্থক্য নিৰ্ণয় কৰক—

(ক) বিচ্ছিন্ন আৰু অবিচ্ছিন্ন চলক 

উত্তৰঃ


(খ) প্ৰাথমিক আৰু দ্বিতীয় পৰ্য্যায়ৰ তথ্য।

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : এখন ভাল তালিকাৰ প্ৰয়োজনীয় উপাদানবোৰ কি কি?

উত্তৰঃ


প্রশ্ন ২ : তিনিটা শ্ৰেণীৰ অন্তৰাল লৈ তলত দিয়া 30টা ৰাশিৰ বাৰংবাৰ্তা তালিকা এখন প্রস্তুত কৰক-

68,    70,    75,    73,    70,    80,    77,    77,    64,    85,

72,    67,    82,    76,    76,    70,    83,    71,    63,    72,

61,    71,    67,    84,    69,    64,    78,    82,    72,    75

উত্তৰঃ


প্রশ্ন ৩ : তলত A আৰু B নামৰ College দুখনৰ ২০০৫-২০০৮ চনৰ ভিতৰত বিভিন্ন বিভাগত পৰিৱৰ্তন হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া হৈছে। দণ্ড চিত্ৰ সহায়েৰে উপস্থাপন কৰক।

বিভাগ

কলেজ-A

কলেজ-B

2005-2008

2005-2008

কলা

বিজ্ঞান

বাণিজ্য়

আইন

100-150

160-500

100-450

100-300

130-150

150-200

130-150

100-120

উত্তৰঃ


প্রশ্ন ৪ : তলৰ তথ্যখিনি পাই চিত্ৰৰে অংকিত কৰক।

খুচুৰা বস্তুত মাহেকীয়া খৰছ

3,800

ষ্টেচনাৰী বস্তুত মাহেকীয়া খৰছ

1,200

ঘৰ ভাড়া, লাইটৰ বিল ইত্যাদিত

10,000

অন্যান্য

5,000

মুঠ

20,000

উত্তৰঃ


Type By- Bikash Bora