পৰিমাপৰ মান আৰু ত্ৰুটি

অধ্য়ায়-৩

ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : নামমাত্র অনুপাত মানে কি? উদাহৰণ দি ব্যাখ্যা কৰক।

উত্তৰঃ


প্রশ্ন ২ : নামমাত্র অনুপাত আৰু বিৰাম অনুপাতৰ মাজৰ পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ


প্রশ্ন ৩ : বৰাম অনুপাতক মানবোধক অনুপাতৰ পৰা কেনেদৰে পৃথক কৰিব পাৰি ?

উত্তৰঃ


প্রশ্ন ৪ : পৰিমাপৰ ত্ৰুটি মানে কি?

উত্তৰঃ


প্রশ্ন ৫ : অবিৰাম ত্রুটি আৰু পৰিৱৰ্তনশীল ত্ৰুটিৰ মাজত থকা পাৰ্থক্যসমূহ কি ?

উত্তৰঃ


প্রশ্ন ৬ঃ পৰিমাপৰ কোনো ত্ৰুটিয়ে বিষয়ীগত ত্ৰুটিক সামৰি লয়? ব্যাখ্যা কৰক।

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : পৰিমাপৰ অনুপাতসমূহ কি কি? বিভিন্ন মনোবৈজ্ঞানিক পৰিমাপত ইয়াৰ ব্যৱহাৰ                         কেনেদৰে হয় বৰ্ণনা কৰা ।

উত্তৰঃ


প্রশ্ন ২ঃপৰিমাপৰ অনুপাতসমূহৰ বিভিন্ন সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰক।

উত্তৰঃ


প্রশ্ন ৩ :পৰিমাপৰ ত্রুটিসমূহ কি? ইয়াৰ পৰিচয়সমূহ তুমি জনা ধৰণে বৰ্ণনা কৰক ৷ 

উত্তৰঃ


প্রশ্ন ৪ : নামমাত্র, ক্রমবোধক, বিৰাম আৰু মানবোধক অনুপাতসমূহৰ সংজ্ঞা লিখি ইয়াৰ                             মাজৰ পাৰ্থক্যসমূহ বৰ্ণনা কৰক।

উত্তৰঃ




Type By- Bikash Bora