উডৰ ঘোষণা পত্ৰ, ১৮৫৪

অধ্য়ায় ৭


ক) চুটি প্রশ্ন (৫০টা শব্দৰ ভিতৰত লিখক)

প্রশ্ন ১ : ভাৰতীয় শিক্ষা ব্যৱস্থাত উদৰ ঘোষণা পত্ৰৰ তাৎপৰ্য কি আছিল?

উত্তৰঃ


প্রশ্ন ২ : উদৰ ঘোষণা পত্ৰখনৰ ‘ভাৰতীয় শিক্ষাৰ মেগনাকার্টা' বুলি-কিয় কোৱা হৈছিল।

উত্তৰঃ


প্রশ্ন ৩ : উদৰ ঘোষণা পত্ৰৰ কিছুমান গুণৰ বিষয়ে বৰ্ণনা কৰক।

উত্তৰঃ


প্রশ্ন ৪ : উদৰ ঘোষণা পত্ৰৰ কিছুমান দোষৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ


প্রশ্ন ৫ : ভাৰতীয় শিক্ষা ব্যৱস্থাত উদৰ ঘোষণা পত্ৰৰ প্ৰভাৱ কেনে আছিল?

উত্তৰঃ


খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০ - ৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ১৮৫৪ চনৰ ঘোষণাপত্ৰখনৰ প্ৰধান পৰামৰ্শসমূহ উল্লেখ কৰক। ঘোষণাপত্ৰখনক ‘ভাৰতীয় শিক্ষাৰ মেগনাকার্টা' বুলি ক'বলৈ আপুনি একমতনে?

উত্তৰঃ


প্রশ্ন ২ : ভাৰতীয় শিক্ষাৰ ওপৰত ১৮৫৪ চনৰ ঘোষণা পত্ৰৰ প্ৰভাৱ কোনবোৰ আছিল ? বর্তমান শিক্ষা ব্যৱস্থাৰ ওপৰত পৰা ইয়াৰ যিকোনো প্রভাব আপুনি বাচি উলিয়াব পাৰিবনে? ব্যাখ্যা কৰক ৷

উত্তৰঃ


প্রশ্ন ৩ : উডৰ ঘোষণপত্ৰৰ প্ৰধান উপদেশবোৰ কি কি আছিল? উপদেশবোৰে ভাৰতবৰ্ষৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কিমানদূৰ সহায় কৰিছে?

উত্তৰঃ


প্রশ্ন ৪ : “১৮৫৪ চনৰ উডৰ ঘোষণাপত্ৰখনে ভাৰতবৰ্ষত শিক্ষা প্রশাসন ব্যৱস্থাৰ সুস্থ আৰু ফলপ্ৰসু আধাৰশিলা স্থাপন কৰিলে”— উক্তিটোৰ যথাৰ্থতা নিৰ্ণয় কৰক।

উত্তৰঃ



Question Type By- Mayur Rani Kashyap