গোলাপ

Lesson 10

তলৰ শব্দ দুটাৰ অৰ্থলৈ মন কৰা : আতৰ — ফুল আদিৰ পৰা উলিওৱা সুগন্ধি তেল। আঁতৰ-দূৰ ৰস - সোৱাদ বস – জোল

(ক) প্রশ্নঃ (১) গোলাপ ফুলক কিয় ফুলৰ ৰাণী বোলে ?

উত্তৰ :-

(২) গোলাপ ফুলৰ গোন্ধ কেনেকুৱা ?

উত্তৰ :-

(৩) গোলাপ ফুলৰ গছত ডাল-পাতৰ বাহিৰেও আৰু কি থাকে?

উত্তৰ :-

(৪) পখিলা, মৌ-মাখি ফুলত কিয় পৰে?

উত্তৰ :-

(৫) গোলাপ ফুলৰ পৰা কি তৈয়াৰ কৰিব পাৰি?

উত্তৰ :-

(খ) গুটিৰ পৰা আৰু ডালৰ পৰা হোৱা ফুলৰ নাম তলৰ খালী ঠাইত লিখাঃ তগৰ, জৱা, শেৱালি, খৰিকাজাঁই, অপৰাজিতা, কৰৱী, গোলাপ, বেলি ফুল



Type By- Pal Bora