ব্য়াকৰণ পাঠ

Lesson 11

(ক) প্ৰশ্নঃ

(১) বর্ণ কাক বোলে ? বর্ণসমূহক কেইভাগত ভগোৱা হৈছে আৰু কি কি ?

উত্তৰ :-

(২) স্বৰবৰ্ণ বুলিলে কি বুজা ?

উত্তৰ :-

(৩) ব্যঞ্জনবৰ্ণসমূহ উচ্চাৰণ কৰোঁতে কাৰ সহায় ল'ব লাগে ?

উত্তৰ :-

(৪) বর্ণসমূহক একেলগে সজাই থোৱাক কি বুলি কয় ?

উত্তৰ :-

(৫) বাক্য কাক বোলে ?

উত্তৰ :-

(খ) তলৰ বৰ্ণ দুটাৰ মাজত একোটা বর্ণ বহুৱাই শব্দ সাজা :

ৰ, শ ত, স হ, ক ম, ক

ম, গ ম, জ ত, জ ৰ, য

ল, ব ল, ত ৰ, ত ত, ব


Type By- Pal Bora