ৎসৱ

Lesson 12

(ক) তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা : (১) বৰদিন কিহৰ উৎসৱ ?

উত্তৰঃ-

(২) বৰদিন উৎসব কোন মাহত হয়?

উত্তৰঃ-


(৩) কোনটো ঈদত ঘাইকৈ প্ৰাৰ্থনা কৰা হয় ?

উত্তৰঃ-

(৪) বহাগ বিহুৰ সময়ত হোৱা আন এটা উৎসৱৰ নাম কি?

উত্তৰঃ-

(৫) কাতি বিহুক কিয় কঙালী বিহু বোলা হয় ?

উত্তৰঃ-


(৬) পাঠটোত কোনটো উৎসৱক পোনপটীয়াভাৱে ধৰ্মৰ লগত কথা নাই বুলি কৈছে?

উত্তৰঃ-


(খ) শুদ্ধ বাক্যশাৰী আঁচ টানি পূৰা কৰাঃ (১) বৰদিন উৎসৱ প্ৰতি ডিচেম্বৰ মাহৰ পঁচিছ তাৰিখে পালন কৰা হয়।

পোন্ধতাৰিখেপালন কৰা হয়।

                                                                               চৌবিছ তাৰিখে পালন কৰা হয়।


(২) বহাগ বিহুক ভোগালী বিহু বুলিও কোৱা হয়। কঙালী বিহু বুলিও কোৱা হয়।

ৰঙালী বিহু বুলিও কোৱা হয় ।

(৩) ৰমজান মাহত পিঠা-পনা খায়। দান-দক্ষিণা কৰে। নাচ-গান করে।

(৪) মাঘৰ বিহুত নাচ-বাগ কৰে। পথাৰত চাকি দিয়ে । ভোজ-ভাত খায়।

(গ) তোমাৰ ঘৰত পালন কৰা এটি উৎসৱৰ বৰ্ণনা দিয়া :

উত্তৰঃ-


(ঘ) তলত দিয়া কোনটো উৎসৱত কি কি কৰে, প্ৰতিটো উৎসৱৰ বিষয়ে যি জানা লিখাঃ (১) বিহু

উত্তৰঃ-

(২) বৰদিন

উত্তৰঃ-


(৩) দুর্গা পূজা

উত্তৰঃ-


(৪) ঈদ

উত্তৰঃ-