সত্য়বাদী যুধিষ্ঠিৰ

Lesson 14

(ক) প্রশ্নঃ (১) মহাভাৰত কোনে ৰচনা কৰিছিল ?

উত্তৰ :-

(২) ব্যাসদেৱক বেদব্যাস কিয় বোলা হয়?

উত্তৰ :-


(৩) অম্বালিকাক কোনে বিয়া কৰায় ?

উত্তৰ :-

(৪) পাণ্ডু ৰজাৰ সন্তানসকলক কি বোলে ?

উত্তৰ :-


(৫) দ্রোণাচার্য কাৰ পুত্ৰ ?

উত্তৰ :-


(৬) পাণ্ডৱসকলক পঞ্চপাণ্ডৱ কিয় বোলা হয় ?

উত্তৰ :-


(৭) দ্রোণাচাৰ্যই ৰাজকুমাৰসকলক কি কি বিদ্যাৰ শিক্ষা দিছিল ?

উত্তৰ :-


(৮) দ্রোণাচার্যৰ যুধিষ্ঠিৰৰ ওপৰত কিয় খং উঠিছিল?

উত্তৰ :-


(৯) যুধিষ্ঠিৰক কিয় সত্যবাদী বোলা হয়?

উত্তৰ :-


(১০) মহাভাৰতৰ দৰে আন এখন মহাকাব্যৰ নাম লিখা।

উত্তৰ :-


(খ) তলৰ শব্দকেইটাৰ অর্থ জানা যদি লিখা: সমাজিক সামাজিক
পৰিনাতি পৰিণতি

(গ) পাঠন সহায় লৈ খালী ঠাই পূৰ কৰা : আপুনিয়েই কৈছিল দেখোন, কোনো পাঠ কোনো লাভ নহয়, যদি তাত দিয়া নহয়। আপুনি পঢ়োৱা পাঠ মই
মনত সুমুৱাবলৈ যত্ন কৰিছোঁ। মই চেষ্টা কৰিছোঁ। কিন্তু এতিয়াও মই হ'ব পৰা নাই। যেতিয়ালৈকে মই সফল হ'ব নোৱাৰোঁ, ম‍ই যে আপুনি পঢ়োৱা পাঠ মনত আছে।”



Type By- Pal Bora