লঘোন

(ক) প্রশ্নঃ (১) লঘোন মানে কি বুজা ?

উত্তৰ :-

(২) চিৰা কিহৰ পৰা হয় ?

উত্তৰ :-

(৩) অঙঠা কি জানানে ?

উত্তৰ :-

(৪) তুমি জনা কেইবিধমান কলৰ নাম লিখা ।

উত্তৰ :-


(খ) গাখীৰৰ পৰা কি কি বস্তু তৈয়াৰ কৰিব পাৰি আঁচ টানি লগ লগোৱাঃ দৈ মাখন চেনি গাখীৰ সৰ

গুৰ ঘিউ মৌ (গ) মিলা শব্দটো খালী ঠাইত লিখা : (১) এবাটি দৈ

(২) এগিলাচ ভাত

(৩) একাহী চেনি

(৪) একাপ কল

(৫) এচামুচ মাছ


(৬) এচকল চাহ

(৭) এআষি গাখীৰ


Type By- Pal Bora