সতী জয়মতী 

Lesson 17

(ক) তলত দিয়া প্ৰশ্নৰ উত্তৰ লিখা : (১) জয়মতী কোন বংশৰ ৰমণী আছিল ?

উত্তৰ :-

(২) চুলিকফাক ল'ৰাৰজা কিয় বোলা হৈছিল ?

উত্তৰ :-

(৩) জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল ?

উত্তৰ :-

(৪) হিন্দুমতে ল'ৰাৰজাক কি নাম দিয়া হৈছিল ?

উত্তৰ :-

(৫) জয়মতীয়ে গদাপাণিক ক'লৈ পলাই যাবলৈ অনুৰোধ কৰিছিল ?

উত্তৰ :-

(৬) ল'ৰাৰজাই জয়মতীক ধৰাই আনি কিয় শাস্তি দিছিল ?

উত্তৰ :-

(খ) তলৰ শুদ্ধ বাক্যশাৰীত দিয়া : (১) ল'ৰাৰজাই ৰাজকোঁৱৰসকলক কিয় ধৰাই আনিছিল ? ৰাজসভাৰ বিষয়-বাব দিবলৈ

অংগ ক্ষত কৰিবলৈ সিংহাসনত বহুৱাবলৈ ▭

(২) উদয়াদিত্য সিংহৰ মৃত্যুৰ পিছৰ পৰা আহোম ৰাজ্যত কিয় অস্থিৰতাই দেখা দিছিল ? গদাপাণি ৰজা হ'বলৈ বিচাৰিছিল বাবে। জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়া হৈছিল বাবে। ইজনৰ পিছত সিজনকৈ কেইবাজনো ৰজা মৃত্যুমুখত পৰিছিল বাবে।


Type By Pal Bora