ৰেবেকাৰ বিবাহ

Lesson 19

(ক) তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা : (১) আব্রাহাম কেনেকুৱা লোক আছিল ?

উত্তৰ :-

(২) তেওঁৰ ভাৰ্যাৰ নাম কি আছিল ?

উত্তৰ :-

(৩) আব্রাহামে পুতেকৰ কাৰণে কেনেকুৱা ছোৱালী বিচাৰিছিল ?

উত্তৰ :-

(৪) কইনা বিচাৰি যাওঁতে ইলিয়েজাৰে কেইটা উট লৈ গৈছিল ?

উত্তৰ :-

(৫) ৰূপহী যুৱতীগৰাকীয়ে পানী কিহত আৰু ক'ত লৈ আহিছিল ?

উত্তৰ :-

(৬) পানী খাবলৈ বিচাৰোঁতে ৰূপহীগৰাকীয়ে কি বুলি কৈছিল ?

উত্তৰ :-

(৭) ইচাহকে কইনাৰ কাৰণে কি দি পঠিয়াইছিল?

উত্তৰ :-

(খ) তলৰ শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰাঃ ডেকা স্বামী পুৰুষ

বুঢ়া পুত্র পাত্র

লিগিৰা যুৱক দৰা

ভাই ল'ৰা পিতা


Type By- Pal Bora