বুদ্ধিমানৰ বৰ লাভ 

Lesson 8

(ক)  তলৰ কথাকেইষাৰ কোনে কাক কাছিল ?

(১) তুমি এটা দিন এনেয়ে নষ্ঠ কৰিলা ।

উত্তৰঃ-


(২) পৃথিৱীৰ একোকে দেখা নাপাওঁ ।

উত্তৰঃ-


(৩) তইতো জানই আমাৰ অৱস্থাৰ কথা ।

উত্তৰঃ-


(৪) বিশ্বদেৱ, তোমাৰ কালিৰ কথা মনত আছে নহয় ।

উত্তৰঃ-


(৫) আপুনি দয়া কৰি দেউতাৰ ইচ্ছা পূৰণ কৰক ।

উত্তৰঃ-


(খ) তলত দিয়া প্ৰতিটো শাৰীত শব্দৰ লগত এটা অমিল শব্দ আছে, সেই অমিত শব্দটো কাষত লিখাঃ

(১) তুষ্ট, প্ৰসন্ন, প্ৰশস্ত, সন্তুষ্ট, .........

(২) সন্ধা, নিশা, ৰাতি, ৰজনী..........

(৩) প্ৰত্য়য়, প্ৰশ্ৰয়, পতিয়ন, বিশ্বাস..........

(৪) শুৱনি, ধুনীয়া, অদৃশ্য়, সুদৃশ্য়........


(গ) তলৰ প্ৰশ্নৰ উত্তৰ লিখাঃ

(১) বিশ্বদেৱে বাস কৰা গাঁওখনৰ নাম কি আছিল ?

উত্তৰ :- 


(২) বিশ্বদেৱ কেনেকুৱা প্ৰকৃতিৰ যুৱক আছিল ?

উত্তৰ :- 


(৩) তেওঁৰ পৰিয়ালত কোন কোন আছিল ?

উত্তৰ :- 


(৪) তেওঁৰ ভক্তিত তুষ্ট হৈ ভগৱানে কি কৰিলে ? 

উত্তৰ :-


(৫) পুৱা শুই উঠি বিশ্বদেৱে প্ৰথমে কথাটো কাক ক'লে ? 

উত্ত :-


(৬) মাকে বিশ্বকৱক কি বৰ মাগিবলৈ কৈছিল ? '

উত্তৰ :-


(৭) বিশ্বদেৱৰ দেউতাক ক'ত বহি আছিল ?

উত্তৰ :-

(৮) ভগৱানে বিশ্বদেৱক কিয় বুদ্ধিমান বুলি ক'লে ?

উত্তৰ :-

(ঘ) বিপৰীত অর্থ বুজোৱা শব্দ লিখাঃ বিশ্বাস তুষ্ট বৰ

সময় অন্তর্ধান দিন পুৱা সন্তুষ্ট ধনী

(ঙ) তলৰ শব্দ লৈ বাক্য সাজাঃ আৰাধনা টানা-টনি প্রতীক্ষা আজ্ঞা


Type By- Pal Bora