কেতিয়া কাক চিনি

Lesson 9

(ক) তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখাঃ

(১) সোণ, ৰূপ কেনেকৈ চিনিব পাৰি ?

উত্তৰ :-


(২) কবিৰ মতে মিত্ৰক কেতিয়া চিনা যায় ? 

উত্তৰ :-


(৩) দয়ালু মানুহৰ কিহত চিন ? 

উত্তৰ :- 


(৪) সাধুসকলক কি লেন-দেন কৰি চিনাৰ কথা কৰিয়ে কৈছে?

উত্তৰ :-

(গ) তলৰ কবিতাফাকি গন্য ৰূপত লিখা : “পঢ়া আৰম্ভতে চিনি ল'বা ভাল বেয়া।”

এনেকুৱা জ্ঞানপূর্ণ কথা বা প্রবচন আৰু আছে। যি মূলা বাঢ়িব তার দুপাততে চিন। অর্থাৎ যি পঢ়াৰ আৰম্ভতে ভাল হ'ব, সি ভবিষ্যৎ জীৱনতো সকলোতে প্রতিভাৱান হ'ব পাৰিব। যেনেকৈ গজালি ওলোৱা মূলাৰ পুলি এটা আগলৈ ভাল হ'বনে নহ'ব তাক দুপতীয়াতে চিনিব পৰা যায়।

(গ) শুদ্ধ বাক্যত শুদ্ধ দিয়া। কাঁহৰ পাত্ৰ ভগা ভাল কেনেকৈ চিনিব পাৰি ? ভালকৈ ঘঁহি। ▭ জুইত পুৰি। টোকৰ মাৰি ।

(ঘ) তলৰ একোলানি শব্দত এটা অমিল শব্দ আছে। সেই অমিল শব্দটোৰ তলত আঁচ টানাঃ কাঁহ, বাঁহ, সোণ, ৰূপ । হাঁহি, কান্দোন, বিষাদ, হৃদয়। সাধু, সন্ত, দুর্জন, সজ্জন। পিতৃ, মাতৃ, ভগ্নী, বন্ধু।

(৬) তাৰ শব্দকেইটাৰ বহুবচনৰ ৰূপ লিখা : তুমি মই আপুনি

তই তেওঁ সি


Type By- Pal Bora