-----------------------------------------

অসমীয়া সাহিত্য়ৰ বুৰঞ্জী - ২

-----------------------------------------

প্ৰাসংগিক গ্ৰন্থঃ

অসমীয়া সাহিত্য়ৰ সমীক্ষাত্মক ইতিবৃত্তঃ সত্য়েন্দ্ৰনাথ শৰ্মা, সৌমাৰ প্ৰকাশ 
অসমীয়া সাহিত্য়ৰ ৰূপৰেখাঃ মহেশ্বৰ নেওগ, চন্দ্ৰ প্ৰকাশ
অসমীয়া সাহিত্য়ৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)ঃ হোমেন বৰগোহাঞি (সম্পা), এবিলাক, গুৱাহাটী
অসমীয়া সাহিত্যৰ দৃষ্টিপাতঃ হেমন্ত কুমাৰ শৰ্মা, বীণা লাইব্রেৰী, গুৱাহাটী
ঊনবিংশ শতিকাৰ অসম সংবাদঃ যোগেন্দ্রনাথ ভূঞা, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় 
ঊনবিংশ শতিকাৰ পোহৰত আধুনিক অসমীয়া সাহিত্যঃ নগেন শ‍ইকীয়া, কৌস্তুভ প্রকাশন, ডিব্ৰুগড় 
সাহিত্যৰ নানা দিশঃ জয়ন্ত কুমাৰ বৰা, বাণী মন্দিৰ, ডিব্ৰুগড়
সাহিত্য অভিবদ্ধপাঃ জয়ন্ত কুমাৰ বৰা, বৈজয়ন্ত প্রকাশ, শিৱসাগৰ 
এশ বছৰৰ অসমীয়া উপন্যাসঃ নগেন ঠাকুৰ (সম্পা), জ্যোতি প্রকাশন, গুৱাহাটী 
বিংশ শতাব্দীৰ অসমীয়া বিজ্ঞান সাহিত্যঃ পৰমানন্দ মহন্ত, অসম সাহিত্য সভা, যোৰহাট 
অসমীয়া উপন্যাসৰ গতিধাৰাঃ সত্যেন্দ্ৰনাথ শৰ্মা, সৌমাৰ প্ৰকাশ, গুৱাহাটী 
অসমীয়া উপন্যাসৰ ভূমিকাঃ সত্যেন্দ্ৰনাথ শৰ্মা, সৌমাৰ প্ৰকাশ, গুৱাহাটী 
আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়ঃ লীলা গগৈ (সম্পা), ষ্টুডেন্টছ এম্পৰিয়াম, ডিব্ৰুগড় .
অসমীয়া চুটিগল্পৰ অধ্যয়নঃ প্ৰহ্লাদ কুমাৰ বৰুৱা, বনলতা, ডিব্ৰুগড় 
অসমীয়া কবি আৰু কবিতাঃ কৰবী ডেকা হাজৰিকা, বনলতা, ডিব্ৰুগড় 
অসমীয়া কবিতাঃ কৰবী ডেকা হাজৰিকা, বনলতা, ডিব্ৰুগড়