মানসিক স্বাস্থ্য় বিজ্ঞান আৰু সমাযোজন কৌশল

অধ্য়ায় ১৫


(ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : মানসিক স্বাস্থ্যৰ বিষয়ে ভাৰতীয় ধাৰণা কি ?

উত্তৰঃ


প্রশ্ন নং ২ঃ মানসিক অসুস্থতাৰ কাৰণসমূহৰ বিষয়ে বৰ্ণনা কৰিব পৰা আদৰ্শ (Models) সমূহৰ কথা উল্লেখ কৰক ।

উত্তৰঃ


প্রশ্ন নং ৩ঃ মানসিক স্বাস্থ্য বিধি মানে কি বুজে ?

উত্তৰঃ


(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : মানসিক স্বাস্থ্যৰ বৈশিষ্ট্যসমূহ লিখক। মানসিকভাবে সুস্থ আৰু মানসিক ভাৱে অসুস্থ ব্যক্তিৰ মাজৰ পাৰ্থক্য দেখুৱাওক।

উত্তৰঃ


প্রশ্ন নং ২ : মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলোৱা কিছুমান মূল উপাদান চিনাক্ত কৰক।

উত্তৰঃ


(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন নং ১ : মানসিক স্বাস্থ্য বিধিৰ নীতিসমূহ ব্যাখ্যা কৰক। মানসিক স্বাস্থ্যবিধিৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰঃ


প্রশ্ন নং ২ : মানসিক স্বাস্থ্য বিধিৰ মুখ্য উদ্দেশ্যসমূহৰ বিষয়ে আলোচনা কৰক ।

উত্তৰঃ


প্রশ্ন নং ৩ ঃ কিছুমান সমাযোজনৰ কৌশলৰ বিষয়ে আৰু অপসমাযোজনৰ কাৰণসমূহৰ বিষয়ে বৰ্ণনা কৰক ।

উত্তৰঃ




Question Type By- Mayur rani Kashyap