ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
1. তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় ?
(a) পানীৰ বাষ্পীকৰণ
(b) শৰীৰত খাদ্যৰ হজম
(c) খাদ্যৰ প্ৰস্তুতিকৰণ
(d)মমৰ দহন
উত্তৰঃ (a) পানীৰ বাষ্পীকৰণ
2. হাইদ্ৰক্লৰিক এছিদ লোৰ টুকুৰাত ঢালিলে কি হ'ব ?
(a) ক্ল'ৰিন গেছ আৰু লোৰ হাইড্ৰক্সাইড প্ৰস্তুত হ'ব
(b) লোৰ লৱণ আৰ্ পানী প্ৰস্তুত হ'ব
(c) হাইড্ৰ'জেন গেছ আৰু লোৰ ক্ল'ৰাইড প্ৰস্তুত হ'ব ।
(d) কোনো বিক্ৰিয়া নহয়
উত্তৰঃ (c) হাইড্ৰ'জেন গেছ আৰু লোৰ ক্ল'ৰাইড প্ৰস্তুত হ'ব ।
3. তলৰ কোনবোৰ সংযোজন বক্ৰিয়া ?
(b) (ii) আৰু (i)
(c) (iii) আৰু (i)
(d) (iii) আৰু (ii)
উত্তৰঃ (d) (iii) আৰু (ii)
4. বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ ?
(i) লেড অক্সাইডৰ বিজাৰণ
(ii) কাৰ্বনৰ জাৰণ
(iii) কাৰ্বন ডাই অক্সাইডৰ জাৰণ
(iv) লেডৰ বিজাৰণ
(a) (iv) আৰু (iii)
(b) (iv) আৰু (ii)
(c) (ii),(iii) আৰু (iv)
(d) সকলোবোৰ
উত্তৰঃ (b) (iv) আৰু (ii)
5. বিক্ৰিয়াটো তলৰ কোনটোৰ উদাহৰণ ?
(a) প্ৰতিস্থাপন বিক্ৰিয়া
(b) বিয়োজন বিক্ৰিয়া
(c) দ্বিপ্ৰতিস্থাপন বিক্ৰিয়া
(d) সংযোজন বিক্ৰিয়া
উত্তৰঃ (a) প্ৰতিস্থাপন বিক্ৰিয়া
6. তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিবৰ্তন নহয় ?
(a) পানীৰ উতলীকৰণ
(b) LPG গেছৰ দহন
(c) বৰফ গলি পানী হোৱা বায়ুত লৱণৰ দ্ৰবীভূত হোৱা ।
(d) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (b) LPG গেছৰ দহন
7. তলৰ কোনটো তাপশোষক প্ৰক্ৰিয়া ?
(a) ছালফিউৰিক এছিদৰ লঘুকৰণ
(b) শুকান বৰফৰ ঊৰ্ধ্বপাতন
(c) জলীয় বাষ্পৰ ঘনীভৱন
(d) পানীৰ বাষ্পীকৰণ
(a) (i) আৰু (iii)
(b) মাত্ৰ (ii)
(c) মাত্ৰ (iii)
(d) (ii) আৰু (iv)
উত্তৰঃ (d) (ii) আৰু (iv)
8. তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায় ?
(a) পেট্ৰ'লক মুকলি অৱস্থাত ৰখা
(b) গেছ চিলিণ্ডাৰৰ ভিতৰত অতি উচ্চ চাপত অক্সিজেন গেছ সংৰক্ষণ কৰা
(c) বায়ুৰ তৰলীকৰণ
(d) বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা
উত্তৰঃ (d) বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা
9. তেলৰ এটা সতেজ নমুনা সংৰক্ষণ কৰিবৰ হ'লে তলৰ কোনটো গেছ ব্যৱহাৰৰ বাবে উপযোগী হ'ব ?
(a) নাইট্ৰ'জেন বা অক্সিজেন
(b) হিলিয়াম বা নাইট্ৰ'জেন
(c) কাৰ্বনডাই অক্সাইড বা অক্সিজেন
(d) কাৰ্বনডাই অক্সাইড বা হিলিয়াম
উত্তৰঃ (b) হিলিয়াম বা নাইট্ৰ'জেন
10. চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে---
(a) সংযোজন প্ৰক্ৰিয়া
(b) দ্বি-প্ৰতিস্থাপন বিক্ৰিয়া
(c) বিযোজন প্ৰক্ৰিয়া
(d) প্ৰতিস্থাপন বিক্ৰিয়া
উত্তৰঃ (a) সংযোজন প্ৰক্ৰিয়া
11. তলৰ কোনটো তাপোদ্ভৱ প্ৰক্ৰিয়া ?
(a) এচিডৰ লঘুকৰণ
(b) পানীৰ বাষ্পীকৰণ
(c) কৰ্পূৰৰ ঊৰ্ধ্বপাতন
(d) মৰাচূণৰ সৈতে পানীৰ বিক্ৰিয়া
(i) (d) আৰু (a)
(ii) (a) আৰু (b)
(iii) (d) আৰু (c)
(iv) (b) আৰু (c)
উত্তৰঃ (i) (d) আৰু (a)
12. যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয়, ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হ'ল । ছাইখিনি হৈছে---
(a) মেগনেছিয়াম নাইট্ৰাইড
(b) মেগনেছিয়াম অক্সাইড
(c) মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বাইড ।
(d) মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্ৰাইড।
উত্তৰঃ (b) মেগনেছিয়াম অক্সাইড
10. 4NH3 (g) + 502 → 4NO(g)+6H2O বিক্ৰিয়াটো তলৰ কোনটো প্ৰক্ৰিয়াৰ উদাহৰণ ?
(a) প্ৰতিস্থাপন বিক্ৰিয়া
(b) সংযোজন বিক্ৰিয়া
(c) ৰেড'ক্স বিক্ৰিয়া
(d) প্ৰশমন বিক্ৰিয়া
(i) (a) আৰু (d)
(ii) (b) আৰু (c)
(iii) (a) আৰু (c)
(iv) (c) আৰু (d)
উত্তৰঃ (iii) (a) আৰু (c)
14. কপাৰ ছালফেটক অতি উত্তপ্ত কৰিলে -
(a) Cu2O আৰু CuOৰ অৱশেষ পোৱা যাব।
(b) Cu2O ৰ অৱশেষ পোৱা যাব
(c) Cu2O নাইবা কোনোটোৱে নহয়
(d) CuO ৰ অৱশেষ পোৱা যাব
উত্তৰঃ (b) Cu2O ৰ অৱশেষ পোৱা যাব
15. তলৰ কোনটো কাৰ্য্য সাধাৰণতে কৰা নহয় ?
(a) কপাৰ পাত্ৰত লঘু ছালফিউৰিক এছিড থোৱা
(c) ৰূপৰ পাত্ৰত কপাৰ ছালফেট দ্রব থোৱা
(b) কপাৰ পাত্ৰত জিংক ছালফেট দ্রব থোৱা
(d) জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এছিড থোৱা
উত্তৰ : (d) জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এছিড থোৱা
16. লঘু ছালফিউৰিক এছিডৰ সৈতে জিংকৰ বিক্রিয়া হৈছে
(a) প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া
(b) সংযোজন আৰু বিযোজন বিক্ৰিয়া
(c) ৰেডক্স আৰু দ্বি প্রতিস্থাপন বিক্রিয়া
(d) অধঃক্ষেপন আৰু দ্বি-প্ৰতিস্থাপন বিক্রিয়া।
উত্তৰ :(a) প্রতিস্থাপন আৰু ৰেডক্স বিক্রিয়া।
17. যেতিয়া লোৰ গজাল এটা কপাৰ ছালফেট দ্ৰবত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি
শোধন কৰা হয় তেতিয়া লোৰ গজালটোৰ ৰং হ’ব—
(a) ৰঙা
(b) মুগা
(c) ক'লা
(d) মাটিয়া বৰণৰ
উত্তৰ : (d) মাটিয়া বৰণৰ।
18. যেতিয়া বেৰিয়াম ক্লাইড দ্রব এটা ছডিয়াম ছালফেট দ্ৰবৰ সৈতে মিশ্রণ ঘটোৱা হয়
তেতিয়া তলৰ কোনটো যুক্তি সত্য নহয় ?
(a) এইটো ৰেডক্স বিক্রিয়া
(b) এইটো তীব্ৰবেগী বিক্রিয়া
(c) এইটো এটা দ্বি-প্ৰতিস্থাপন বিক্রিয়া
(d) এইটো এটা অধঃক্ষেপন বিক্রিয়া।
উত্তৰ :(a) এইটো ৰেডক্স বিক্রিয়া
19.
তলৰ কোনটো প্ৰতিস্থাপন বিক্রিয়া ?
(a) MgCO,→MgO +CO₂
(b) 2Na +2H,O↔ 2NaOH +H,
(c) 2H, + O2 → 2H O
(d) 2Pb (NO3)2 → 2PbO + 4NO 2 +0,
উত্তৰ : (b) 2Na +2H,O 2NaOH +H,
20. Agক বায়ুৰ সংস্পৰ্শত ৰাখিলে ইয়াৰ ওপৰত পৰা ক'লা প্ৰলেপটো হৈছে—
(a) AgNO,
(b) Ag₂S
(c) Ag, O
(d) Ag,CO,
উত্তৰ :(b) Ag, S
21.
যেতিয়া অম্লপানীৰ মাজেৰে বিদ্যুৎ প্রবাহ বয় কি
ধৰণৰ ৰাসায়নিক বিক্রিয়া ঘটে?
(a) দ্বি-প্রতিস্থাপন বিক্রিয়া
(b) সংযোজন বিক্রিয়া
(c) প্রতিস্থাপন বিক্রিয়া
(d) বিয়োজন বিক্রিয়া
উত্তৰ :(d) বিযোজন বিক্রিয়া
22. চী আৰু তেলজাতীয় খাদ্যবস্তুৰ জাৰণ হোৱাৰ
ফলত দুৰ্গন্ধ আৰু খাবৰ অনুপযোগী হোৱা
প্ৰক্ৰিয়াটো হৈছে—
(a) বিজাৰণ
(b) চীৰ দুৰ্গন্ধিতা
(c) ক্ষয়ীভৱন
(d) প্ৰতিজাৰক
উত্তৰ : (b) চীৰ দুৰ্গন্ধিতা।
23. যেতিয়া সেউজীয়া ৰঙৰ ফেৰাচ ছালফেট স্ফটিকউত্তপ্ত কৰা হয়, তেতিয়া স্ফটিকৰ ৰং পৰিবৰ্ত্তন হোৱা কাৰণ হৈছে—
(b) ফেৰিক অক্সাইডলৈ বিয়োজন হয়
(a) SO, প্রস্তুত হয়
(c) SO, প্রস্তুত হয়
(d) ই পানীৰ অণু হেৰুৱায় ।
উত্তৰ :(d) ই পানীৰ অণু হেৰুৱায়।
24. তলৰ কোনটো সংযোজন বিক্রিয়া ?
(i) 2KCIO,→ 2KCI + 302
(ii) MgO + H2O Mg(OH)2
(iii) 4A1 +30,→2A1,0,
(iv) Zn +FeSO, ZnSO4 +Fe
(a) (i) আৰু (iii)
(b) (iii) আৰু (iv)
(c) (ii) আৰু (iv)
(d) (ii) আৰু (iii)
উত্তৰ :(d) (ii) আৰু (ii)
25. তিনিটা বিকাৰত A, B আৰু C ৰে লেবেল কৰি তাত 25ml পানী ভৰোৱা হ'ল। এতিয়া এই তিনিটা বিকাৰত ক্ৰমে অলপমান NaOH, আৰ্দ্ৰ CuSO, আৰু NaCl লোৱা হ'ল। পৰ্য্যবেক্ষণ কৰি পোৱা গ'ল যে A আৰু B বিকাৰত থকা দ্রবণখিনি উষ্ণতা বৃদ্ধি আৰু C বিকাৰত থকা দ্রবণখিনিৰ উষ্ণতা হ্রাস পালে —
(i) A আৰু B বিকাৰত তাপবৰ্জী প্ৰক্ৰিয়া হৈছে
(ii) A আৰু B বিকাৰত তাপশোষক প্রক্রিয়া হৈছে
(iii) C বিকাৰত তাপবৰ্জী প্ৰক্ৰিয়া হৈছে
(iv) C বিকাৰত তাপশোষক প্ৰক্ৰিয়া হৈছে।
(a) (i)
(b) (ii)
(c) (i) আৰু (iv)
(d) (ii) আৰু (iii)
উত্তৰ : (c) (i) আৰু (iv)
26. তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ?
2PbO(s) + C(s) - → 2Pb(s) + CO2(g)
(a) লেড বিজাৰিত হৈছে।
(b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।
(c) কাৰ্বন জাৰিত হৈছে।
(d) লেড অক্সাইড বিজাৰিত হৈছে।
(i) (a) আৰু (b)
(ii) (a) আৰু (c)
(iii) (a), (b) আৰু (c)
(iv) ওপৰৰ আটাইকেইটা
উত্তৰ : (i) (a) আৰু (b)
27. Fe, O + 2Al → Al2O3 + 2Fe ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ
(a) এটা সংযোজন বিক্ৰিয়াৰ
(b) এটা দ্বি-অপসাৰণ বিক্ৰিয়াৰ
(c) এটা বিযোজন বিক্ৰিয়াৰ
(d) এটা অপসাৰণ বিক্ৰিয়াৰ
উত্তৰ : (d) এটা অপসাৰণ বিক্ৰিয়াৰ
28. কি ঘটে যেতিয়া লঘু হাইড্ৰ'ক্ল'ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ?
(a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্ৰ'ক্সাইড উৎপন্ন হয়।
(c) বিক্ৰিয়া নঘটে।
(d) আইৰন লৱণ আৰু পানী উৎপন্ন হয়।
উত্তৰঃ (a) হাইড্ৰ'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
29. ৰাসায়নিক বিক্ৰিয়াৰ চিন নহয়—
ক) গেছ নিৰ্গমন
খ) ৰং সলনি
গ) তাপ উৎপন্ন
ঘ) পদাৰ্থৰ আকাৰ বৃদ্ধি
উত্তৰ: ঘ) পদাৰ্থৰ আকাৰ বৃদ্ধি
30. Mg + O₂ → MgO হৈছে—
ক) সংযোজন বিক্ৰিয়া
খ) বিযোজন বিক্ৰিয়া
গ) প্ৰতিস্থাপন বিক্ৰিয়া
ঘ) দ্বি-প্ৰতিস্থাপন বিক্ৰিয়া
উত্তৰ: ক) সংযোজন বিক্ৰিয়া
31. 2H₂O → 2H₂ + O₂ হৈছে—
ক) সংযোজন
খ) বিযোজন
গ) জাৰণ
ঘ) ক্ষয়ীভৱন
উত্তৰ: খ) বিযোজন
32. লোতাত মৰিচা ধৰা হৈছে—
ক) বিজাৰণ
খ) বিযোজন
গ) জাৰণ
ঘ) সংযোজন
উত্তৰ: গ) জাৰণ
32. তলৰ কোনটো তাপবর্জী বিক্ৰিয়া?
ক) CaO + H₂O → Ca(OH)₂ + তাপ
খ) 2H₂O → 2H₂ + O₂
গ) AgCl → Ag + Cl₂
ঘ) CaCO₃ → CaO + CO₂
উত্তৰ: ক) CaO + H₂O → Ca(OH)₂ + তাপ
33. ৰাসায়নিক সমীকৰণত বাওঁফালে কি থাকে?
ক) উৎপন্ন পদাৰ্থ
খ) বিক্ৰিয়ক
গ) অনুঘটক
ঘ) গেছ
উত্তৰ: খ) বিক্ৰিয়ক
34. জিংক আৰু কপাৰ ছালফেটৰ বিক্ৰিয়া হৈছে—
ক) প্ৰতিস্থাপন বিক্ৰিয়া
খ) সংযোজন
গ) বিযোজন
ঘ) দ্বি-প্ৰতিস্থাপন
উত্তৰ: ক) প্ৰতিস্থাপন বিক্ৰিয়া
35. AgCl ৰ ৰং—
ক) নীলা
খ) বগা
গ) সেউজীয়া
ঘ) ক'লা
উত্তৰ: খ) বগা
36. AgCl সূৰ্যৰ পোহৰত ভাঙে। এইটো—
ক) তাপীয় বিযোজন
খ) আলোকীয় বিযোজন
গ) বিদ্যুৎ বিযোজন
ঘ) সংযোজন
উত্তৰ: খ) আলোকীয় বিযোজন
37. ক্ষয়ীভৱনৰ উদাহৰণ—
ক) লোতাত মৰিচা ধৰা
খ) পানী উতলা
গ) বৰফ গলা
ঘ) পানী বাষ্প হোৱা
উত্তৰ: ক) লোতাত মৰিচা ধৰা
38. সমীকৰণ সন্তুলিত কৰাৰ উদ্দেশ্য—
ক) গতি বৃদ্ধি কৰা
খ) তাপ বৃদ্ধি কৰা
গ) ৰং সলনি কৰা
ঘ) পৰমাণু সংৰক্ষণ নিয়ম মানি চলা
উত্তৰ: ঘ) পৰমাণু সংৰক্ষণ নিয়ম মানি চলা
39. অক্সিজেন যোগ হোৱাক কোৱা হয়—
ক) জাৰণ
খ) বিজাৰণ
গ) বিযোজন
ঘ) সংযোজন
উত্তৰ: ক) জাৰণ
40. অক্সিজেন অপসাৰণ হোৱাক কোৱা হয়—
ক) জাৰণ
খ) বিজাৰণ
গ) সংযোজন
ঘ) প্ৰতিস্থাপন
উত্তৰ: খ) বিজাৰণ
41. 2Pb(NO₃)₂ → 2PbO + 4NO₂ + O₂ হৈছে—
খ) সংযোজন
গ) দ্বি-প্ৰতিস্থাপন
ঘ) জাৰণ
উত্তৰ: ক) তাপীয় বিযোজন
42. CuO + H₂ → Cu + H₂O ত CuOৰ কি হৈছে?
ক) জাৰণ
খ) বিজাৰণ
গ) সংযোজন
ঘ) বিযোজন
উত্তৰ: খ) বিজাৰণ
43. ৰাসায়নিক সমীকৰণত বাওঁফালে কি থাকে?
ক) উৎপন্ন পদাৰ্থ
খ) বিক্ৰিয়ক
গ) অনুঘটক
ঘ) গেছ
উত্তৰ: খ) বিক্ৰিয়ক
44. সমীকৰণৰ সোঁফালে কি থাকে?
ক) বিক্ৰিয়ক
খ) উৎপন্ন পদাৰ্থ
গ) অনুঘটক
ঘ) তাপ
উত্তৰ: খ) উৎপন্ন পদাৰ্থ
45. Mg + O₂ → MgO হৈছে—
ক) সংযোজন বিক্ৰিয়া
খ) বিযোজন
গ) প্ৰতিস্থাপন
ঘ) দ্বি-প্ৰতিস্থাপন
উত্তৰ: ক) সংযোজন বিক্ৰিয়া
46. CaO + H₂O → Ca(OH)₂ বিক্ৰিয়াটো—
ক) বিযোজন
খ) দ্বি-প্ৰতিস্থাপন
গ) সংযোজন
ঘ) জাৰণ
উত্তৰ: গ) সংযোজন
47. 2H₂O → 2H₂ + O₂ হৈছে—
ক) সংযোজন
খ) প্ৰতিস্থাপন
গ) জাৰণ
ঘ) বিযোজন
উত্তৰ: ঘ) বিযোজন
48. AgCl সূৰ্যৰ পোহৰত ভাঙে। ই হৈছে—
ক) আলোকীয় বিযোজন
খ) তাপীয় বিযোজন
গ) বিদ্যুৎ বিযোজন
ঘ) সংযোজন
উত্তৰ: ক) আলোকীয় বিযোজন
49. CaCO₃ → CaO + CO₂ হৈছে—
ক) তাপীয় বিযোজন
খ) সংযোজন
গ) জাৰণ
ঘ) প্ৰতিস্থাপন
উত্তৰ: ক) তাপীয় বিযোজন
50. Zn + CuSO₄ → ZnSO₄ + Cu হৈছে—
ক) দ্বি-প্ৰতিস্থাপন
খ) সংযোজন
গ) প্ৰতিস্থাপন
ঘ) বিযোজন
উত্তৰ: গ) প্ৰতিস্থাপন
51. AgNO₃ + NaCl → AgCl + NaNO₃ হৈছে—
ক) দ্বি-প্ৰতিস্থাপন
খ) সংযোজন
গ) জাৰণ
ঘ) বিযোজন
উত্তৰ: ক) দ্বি-প্ৰতিস্থাপন।
52. জাৰণ মানে—
ক) অক্সিজেন অপসাৰণ
খ) অক্সিজেন যোগ হোৱা
গ) হাইড্ৰ'জেন যোগ হোৱা
ঘ) পানী যোগ হোৱা
উত্তৰ: খ) অক্সিজেন যোগ কৰা।
53. বিজাৰণ মানে—
ক) অক্সিজেন যোগ
খ) গেছ উৎপন্ন
গ) অক্সিজেন অপসাৰণ
ঘ) পোহৰ উৎপন্ন
উত্তৰ: গ) অক্সিজেন অপসাৰণ।
54. লোৰ মৰিচা ধৰা হৈছে—
ক) জাৰণ
খ) বিজাৰণ
গ) বিযোজন
ঘ) সংযোজন
উত্তৰ: ক) জাৰণ
55. ক্ষয়ীভৱন (Corrosion)-ৰ উদাহৰণ—
ক) বৰফ গলা
খ) পানী উতলা
গ) চেনি গলা
ঘ) লোৰ মৰিচা
উত্তৰ: ঘ) লোৰ মৰিচা।
56. দুৰ্গন্ধিতা (Rancidity) কিহৰ সৈতে জড়িত?
ক) তেল-চৰ্বি
খ) লোহা
গ) তাম
ঘ) ৰূপ
উত্তৰ: ক) তেল-চৰ্বি
57. ৰাসায়নিক সমীকৰণ সন্তুলিত কৰাৰ কাৰণ—
ক) সময় বচোৱা
খ) ভৰ সংৰক্ষণ নিয়ম
গ) ৰং সলনি
ঘ) গেছ বৃদ্ধি
উত্তৰ: খ) ভৰ সংৰক্ষণ নিয়ম
58. তাপ উৎপন্ন হোৱা বিক্ৰিয়া—
ক) তাপবর্জী
খ) তাপগ্ৰাহী
গ) জাৰণ
ঘ) বিযোজন
উত্তৰ: ক) জাপবৰ্জী
59. তাপ শোষণ কৰা বিক্ৰিয়া—
ক) তাপবর্জী
খ) সংযোজন
গ) তাপগ্ৰাহী
ঘ) প্ৰতিস্থাপন
উত্তৰ: গ) তাপগ্ৰাহী
60. MgO ৰ নাম—
ক) মেগনেছিয়াম অক্সাইড
খ) মেগনেছিয়াম ক্ল'ৰাইড
গ) মেগনেছিয়াম নাইট্ৰেট
ঘ) মেগনেছিয়াম ছালফেট
উত্তৰ: ক) মেগনেছিয়াম অক্সাইড।
61. H₂ + Cl₂ → 2HCl হৈছে—
ক) বিযোজন
খ) প্ৰতিস্থাপন
গ) দ্বি-প্ৰতিস্থাপন
ঘ) সংযোজন
উত্তৰ: ঘ) সংযোজন
62. ৰাসায়নিক বিক্ৰিয়াৰ এটা চিন—
ক) ৰং সলনি
খ) দৈৰ্ঘ্য বৃদ্ধি
গ) ওজন হ্ৰাস
ঘ) আকৃতি বাঢ়ে
উত্তৰ: ক) ৰং সলনি।
63. বিক্ৰিয়াত গেছ নিৰ্গমন হ'লে ই—
ক) ৰাসায়নিক বিক্ৰিয়াৰ চিন
খ) ভৌতিক পৰিৱৰ্তন
গ) কোনো পৰিৱৰ্তন নহয়
ঘ) গলন
উত্তৰ: ক) ৰাসায়নিক বিক্ৰিয়াৰ চিন।