ভাৰত স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ

1. ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল-----

(a) ১৮২৬ চনৰ ২৪ ফ্ৰেৱ্ৰুৱাৰিত

(b) ১৮২৬ চনৰ ২৫ ফেব্ৰুৱাৰিত

(d) ১৮২৬ চনৰ ২৭ ফেব্ৰুৱাৰিত

উত্তৰঃ (c) ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰিত

2. 'অসমীয়া লিটাৰেৰী ছ'চাইটী (Assamese Literary Society) নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিল ______ চনত ।

(a) ১৮৭২ চনত 

(b) ১৮৬২ চনত

(c) ১৮৬৭ চনত

(d) এটাও নহয়

উত্তৰঃ (a) ১৮৭২ চনত 

3. কোম্পানিৰ আমোল বুলিলে _______ সময়ছোৱাক বুজোৱা হয়।

(a) ১৬০০ চনৰপৰা ১৯৪৭ চনৰ

(b) ১৭৫৭ চনৰপৰা ১৮৫৮ চনৰ

(c) ১৮৫৩ চনৰপৰা ১৮৫৮ চনৰ

উত্তৰঃ (d) ১৮২৬ চনৰপৰা ১৮৫৮ চনৰ

4. অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল _______ চনলৈ।

(a) ১৮৩৭ চনৰপৰী ১৮৫২ চনলৈ 

(b) ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ

(c) ১৮৩৭ চনৰপৰা ১৮৭৩ চনলৈ

(d) ১৮৩৭ চনৰপৰা ১৮৮০ চনলৈ

উত্তৰঃ (c) ১৮৩৭ চনৰপৰা ১৮৭৩ চনলৈ

5. 'অসমীয়া লিটাৰেৰী ছ'চাইটী' নামৰ প্ৰথমটি সংগঠন হৈছিল------

(a) যোৰহাটত

(b) দৰঙত

(c) কলিকতাত 

(d) গুৱাহাটীত

উত্তৰঃ (c) কলিকতাত 

6. বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুণৰ প্ৰচলন হৈছিল ______ ।

(a) ১৮৭২ চনত

(b) ১৮৭৩ চনত 

(c)
১৮৭৫ চনত

(d) ১৮৯৮ চনত 

উত্তৰঃ (b) ১৮৭৩ চনত 

7.   'অসমীয়া লিটাৰেৰী ছ'চাইটী' নামৰ অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল _____ ।

(a) ব্ৰিটিছ-বিৰোধী আন্দোলন কৰা 

(b) সাহিত্যচৰ্চা কৰা

(c) বিদেশী বস্তু বৰ্জন

(d) এটাএ নহয়।

উত্তৰঃ (b) সাহিত্যচৰ্চা কৰা

8. ১৮৫৭ চনত আনন্দৰাম ঢেকিয়াম ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা সংগঠনটো _____ ।

(a) জ্ঞান প্ৰদায়িনী সভা

(b) অসমীয়া লিটাৰেৰী ছ'চাইটী

(c) সদৌ অসম ৰায়ত সভা

(d) অসম প্ৰদেশ কংগ্ৰেছ কমিটি

উত্তৰঃ (a) জ্ঞান প্ৰদায়িনী সভা

9. অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভাৰ দ্বাৰা প্ৰকাশিত কোনখন আলোচনীয়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল ?

(A) ‘জয়ন্তী’য়ে (B) ‘জোনাকী’য়ে (C) ‘অৰুণোদয়ে’ (D) এটাও নহয়।

উত্তৰ : (B) ‘জোনাকী'য়ে

10. ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ'চাইটী' সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটীৰ তৰফৰপৰা সেই সময়ৰ কোনগৰাকী ভাইচৰয়ক স্মাৰক- পত্ৰ দাখিল কৰিছিল— (A) ভাইচৰয় লর্ড মাউন্টবেটেনক (B) ভাইচৰয় মিন্টোক (C) ভাইচৰয় লর্ড নর্থব্রুকক (D) ভাইচৰয় চেমচফ 'ডক উত্তৰ : (C) ভাইচৰয় লৰ্ড নৰ্থব্রুকক 11. _____চনত অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভা গঠিত হৈছিল। (A) ১৮৮৮ চনত

(B) ১৮৭৩ চনত (C) ১৮৭৫ চনত (D) ১৮৯৮ চনত উত্তৰ : (A) ১৮৮৮ চনত

12. জোনাকীৰ প্ৰথম সম্পাদক আছিল _______ (A) চন্দ্ৰ কুমাৰ আগৰৱালা (B) লক্ষ্মীনাথ বেজবৰুৱা

(C) হেমচন্দ্ৰ গোস্বামী (D) হেমচন্দ্ৰ বৰুৱা উত্তৰ : (A) চন্দ্ৰ কুমাৰ আগৰৱালা

13. তলৰ কোনগৰাকী ব্যক্তি জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্তর্গত নহয় ? (A) হেমচন্দ্ৰ গোস্বামী (B) চন্দ্ৰ কুমাৰ আগৰৱালা (C) হেমচন্দ্ৰ বৰুৱা (D) লক্ষ্মীনাথ বেজবৰুৱা উত্তৰ : (C) হেমচন্দ্ৰ বৰুৱা 14. অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সংগঠন অসম ছাত্র সন্মিলন' কেতিয়া গঠন হৈছিল? (A) ১৯১৪ চনত (B) ১৯১৫ চনত (C) ১৯১৬ চনত (D) ১৯১৭ চনত উত্তৰ : (C) ১৯১৬ চনত

15. ‘অসম ছাত্ৰ সন্মিলন'ৰ গুৱাহাটীত অনুষ্ঠিত প্রথম অধিৱেশনত সভাপতিত্বত কৰিছিল— 

(A) জ্যোতিপ্রসাদ আগৰৱালাই 
 
(B) চন্দ্ৰ কুমাৰ আগৰৱালাই 
 
(C) মাণিকচন্দ্ৰ বৰুৱাই 
 
(D) লক্ষ্মীনাথ বেজবৰুৱাই 
 
উত্তৰ : (D) লক্ষ্মীনাথ বেজবৰুৱাই 
 
16. অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল - - 
 
(A) সাহিত্যচৰ্চা কৰা 
 
(B) অসমীয়া ভাষাৰ উন্নতি সাধন কৰা 

(C) ছাত্ৰসকলৰ সৰ্বতোদিশৰ বিকাশ সাধন কৰা 
 
(D) এটাও নহয়। 
 
উত্তৰ : B) অসমীয়া ভাষাৰ উন্নতি সাধন কৰা 

17. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল- 

(A) জয়ন্তী

(B) মিলন  

(C) দীপক 

(D) বন্তি 
 
উত্তৰ : (B) মিলন

18. ১৯ শতিকাৰ শেষৰফালে গঠিত ৰায়ত সভাৰ উদ্দেশ্যসমূহৰ ভিতৰত তলৰ কোনটো নহয়— 
 
(A) গ্রেজিং কৰ বন্ধ কৰা 

(B) সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা বোধ সৃষ্টি 
 
(C) মাটিৰ খাজনা হ্ৰাস কৰা 

(D) পূর্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা 
 
উত্তৰ : (B) সাম্প্রদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা বোধ সৃষ্টি 

19. ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্রীয় সমিতি – - গঠন কৰা হয়। 
 
(A) সদৌ অসম ৰায়ত সভা 
 
(B) যোৰহাট সার্বজনিক সভা 
 
(C) অসমীয়া ভাষা উন্নতি সাধিনী সভা 

(D) আহোম সভা 
 
উত্তৰ : (A) সদৌ অসম ৰায়ত সভা 
 
20. সদৌ অসম ৰায়ত সভা গঠন কৰা হয়- চনত। 

(A) ১৯২৮ চনত 

(B) ১৯৩০ চনত 
 
(C) ১৯৩২ চনত 
 
(D) ১৯৩৩ চনত 
 
উত্তৰ : (D) ১৯৩৩ চনত 
 
21. ‘সদৌ অসম ৰায়ত সভা 'ৰ যোৰহাটৰ টিলিকি আমত অনুষ্ঠিত প্রথম অধিৱেশন (১৯৩৩ চনৰ ৮ এপ্রিল)ত সভাপতিত্বত কৰিছিল- 

(A) জ্যোতিপ্ৰসাদ আগৰৱালাই 

(B) নবীন চন্দ্ৰ বৰদলৈয়ে 
 
(C) মাণিকচন্দ্ৰ বৰুৱাই 

(D) তৰুণৰাম ফুকনে 
 
উত্তৰ : (B) নবীন চন্দ্ৰ বৰদলৈয়ে 
 
22. ‘সদৌ অসম ৰায়ত সভা'ৰ দ্বিতীয়খন অধিৱেশন (১৯৩৪ চন) অনুষ্ঠিত হৈছিল।
 
(A) দেবগাঁৱত

(B) নগাঁৱত  

(D) শিৱসাগৰত 
 
(C) তেজপুৰত 
 
উত্তৰ : (A) দেৰগাঁৱত

 23. ‘সদৌ অসম ৰায়ত সভা'ৰ দেৰগাঁৱত অনুষ্ঠিত দ্বিতীয় অধিৱেশনত সভাপতিত্বত কৰিছিল—।
(A) জ্যোতিপ্রসাদ আগৰৱালাই (B) নবীন চন্দ্ৰ বৰদলৈয়ে (C) ডাঃ হৰেকৃষ্ণ দাসে (D) তৰুণৰাম ফুকনে উত্তৰ : (C) ডাঃ হৰেকৃষ্ণ দাসে 24. ১৯৩৪-৩৯ চনৰ ভিতৰত অসমত প্ৰায় খন ৰায়ত সভা আছিল। (A) ২০০ খন (B) ২৫০ খন (C) ৩০০ খন (D) ৩৫০ খন উত্তৰ : (C) ৩০০ খন 25. অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক আছিল— (A) অলিভাৰ কাট্টাৰ

(B) নাথান ব্ৰাউন (C) এ কে গার্নি (D) চি এ ব্ৰচ উত্তৰ :(B) নাথান ব্ৰাউন 26. আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল — চনত। (A) ১৮৮৮ চনত (B) ১৮৯১ চনত (C) ১৮৯৩ চনত

(D) ১৮৯৭ চনত উত্তৰ :(C) ১৮৯৩ চনত 27. সংগঠিত হোৱাৰপৰা প্ৰায় ৪০ বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল- (A) মণিৰাম দেৱান (B) পদ্মনাথ গোহাঁই বৰুৱা (C) কন্দপেশ্বৰ সিংহ (D) এজনো নহয় উত্তৰ : (B) পদ্মনাথ গোহাঁই বৰুৱা 28. আহোম সভাব প্রথম অধিবেশন ১৮৯৩ চনত——ত অনুষ্ঠিত হৈছিল। (A) শিৱসাগৰ জিলাত

(B) নগাঁও জিলাত (C) দৰং জিলাত
(D) ডিব্ৰুগড় জিলাত
উত্তৰ :(A) শিৱসাগৰ জিলাত

29. যোৰহাট সার্বজনিক সভা গঠন হৈছিল_____ চনত। 
 
(A) ১৮৭৪ চনত 
 
(B) ১৮৮০ চনত 
 
(C) ১৮৮৪ চনত 
 
(D) ১৮৮৬ চনত 
 
উত্তৰ : (C) ১৮৮৪ চনত 
 
30. যোৰহাট সার্বজনিক সভা –– ৰ নেতৃত্বত গঠন হৈছিল।   

(A) পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত 

(B) | জগন্নাথ বৰুৱাৰ নেতৃত্বত 

(C) ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা 
 
(D) ওপৰৰ এটাও নহয়। 

উত্তৰ : (B) জগন্নাথ বৰুৱাৰ নেতৃত্বত 

31. অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান ‘যোৰহাট সার্বজনিক সভা'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল- 
 
(A) ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা 
 
(B) জগন্নাথ বৰুৱা 

(C) নবীন চন্দ্ৰ বৰদলৈ 
 
(D) লম্বোদৰ বৰা 
 
উত্তৰ : (A) ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা 
 
32. যোৰহাট সার্বজনিক সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ______ ।
 
(A) নবীন চন্দ্ৰ বৰদলৈ 
 
(B) ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা 
 
(C) জগন্নাথ বৰুৱা 
 
(D) লম্বোদৰ বৰা 
 
উত্তৰ : (C) জগন্নাথ বৰুৱা -
 
33.______চনত আছাম এছ'চিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল।

(A) ১৯০৩ চনত 

(B) ১৯১৩ চনত 
 
(C) ১৯২৩ চনত 
 
(D) ১৯৩০ চনত 
 
উত্তৰ : (A) ১৯০৩ চনত

34. _____-ৰ নেতৃত্বত আছাম এছ চিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল।

(A) ৰাজা প্রভাতচন্দ্ৰ বৰুৱাৰ নেতৃত্বত 
 
(B) নবীন চন্দ্ৰ বৰদলৈৰ নেতৃত্বত 
 
(C) মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 
 
(D) জগন্নাথ বৰুৱাৰ নেতৃত্বত 
 
উত্তৰ : (C) মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত 
 
35. আছাম এছ'চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত – ত অনুষ্ঠিত হৈছিল। 
 
(A) শিৱসাগৰত 
 
(B) নগাঁৱত 
 
(C) দৰঙত 
 
(D) ডিব্ৰুগড়ত 
 
উত্তৰ : (D) ডিব্ৰুগড়ত 
 
36. বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰপৰা পৃথক কৰিবলৈ ১৯০৭ চনত কোনটো সংগঠনে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল ? 
 
(A) যোৰহাট সার্বজনিক সভাই 
 
(B) আছাম এছ'চিয়েছনে 
 
(C) অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) আছাম এছ'চিয়েছনে 
 
37. ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলা ১৮৮৫ চনত স্থাপন হোৱা সংগঠনটো কি ? 
 
(A) আজাদ হিন্দ ফৌজ 
 
(B) ভাৰতীয় জাতীয় কংগ্ৰেছ 
 
(C) অল ইণ্ডিয়া মুছলিম লীগ 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) ভাৰতীয় জাতীয় কংগ্ৰেছ

38. ‘বন্দিনী ভাৰত' নামৰ বিদ্ৰোহাত্মক নাটকখন কোনে ৰচনা কৰিছিল? 

(A) প্ৰসন্নলাল চৌধুৰীয়ে 
 
(B) জগন্নাথ বৰুৱাই 
 
(C) অম্বিকাগিৰী ৰায় চৌধুৰীয়ে 
 
(D) জ্যোতিপ্ৰসাদ আগৰৱালাই উত্তৰ
 
উত্তৰঃ (C) অম্বিকাগিৰী ৰায় চৌধুৰীয়ে

39. 'সেৱা সংঘ' নামৰ বিপ্লৱী সংগঠনটো কোনে  গঢ়ি তুলিছিল ? 
 
(A) প্ৰসন্নলাল চৌধুৰীয়ে 
 
(B) জগন্নাথ বৰুৱাই 
 
(C) অম্বিকাগিৰী ৰায় চৌধুৰীয়ে 

(D) জ্যোতিপ্ৰসাদ আগৰৱালাই 
 
উত্তৰ : (C) অম্বিকাগিৰী ৰায় চৌধুৰীয়ে 
 
40. ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অসহযোগ আন্দোলন কিমান দিন চলিছিল ? 

(A) ১৯২৮ চনৰপৰা ১৯৩০ চনলৈ 

(B) ১৯২০ চনৰপৰা ১৯২৪ চনলৈ 
 
(C) ১৯২৪ চনৰপৰা ১৯২৮ চনলৈ 
 
(D) ১৯২০ চনৰপৰা ১৯২২ চনলৈ 
 
উত্তৰ : (D) ১৯২০ চনৰপৰা ১৯২২ চনলৈ 

41. অসম প্রদেশ কংগ্ৰেছ কমিটি –ত গঠন হয় ? 

(A) ১৯২০ চনৰ জুন মাহত 
 
(B) ১৯২১ চনৰ জুন মাহত 

(C) ১৯২২ চনৰ জুন মাহত 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) ১৯২১ চনৰ জুন মাহত 

42. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সভাপতি আছিল- 

(A) অম্বিকাগিৰী ৰায়চৌধুৰী 
 
(B) কুলধৰ চলিহা 
 
(C) মাণিক চন্দ্ৰ বৰুৱা 
 
(D) গোপীনাথ বৰদলৈ 

উত্তৰ : (B) কুলধৰ চলিহা

43. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল ? 
 
(A) নবীন চন্দ্ৰ বৰদলৈ 

(B) গোপীনাথ বৰদলৈ 

(C) পদ্মনাথ গোহাঞিবৰুৱা 
 
(D) অমিয় কুমাৰ দাস 
 
উত্তৰ : (A) নবীন চন্দ্ৰ বৰদলৈ 
 
44. অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল 
 
(A) অমিয় কুমাৰ দাস 

(B) ছবিলাল উপাধ্যায় 
 
(C) বিষ্ণুৰাম মেধি 
 
(D) কুলধৰ চলিহা 
 
উত্তৰ : (C) বিষ্ণুৰাম মেধি 
 
45. অসমৰ প্ৰথমজন প্রধানমন্ত্রী (পিছলৈ মুখ্যমন্ত্রী) কোন আছিল ? 
 
(A) বিষ্ণুৰাম মেধি 
 
(B) ছাৰ মহম্মদ ছাদুল্লা 
 
(C) বিমলাপ্রসাদ চলিহা 
 
(D) গোপীনাথ বৰদলৈ 
 
উত্তৰ : ( D) গোপীনাথ বৰদলৈ 
 
46. অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছিল- চনৰ সাধাৰণ নিৰ্বাচনত । 
 
(A) ১৯৪৬ চনৰ 
 
(B) ১৯৪৮ চনৰ 
 
(C) ১৯৫০ চনৰ 
 
(D) ১৯৫২ চনৰ 
 
উত্তৰ : (A) ১৯৪৬ চনৰ 
 
47. ১৯৪৬ চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল। খন আসন লাভ কৰি 
 
(A) ৫৫ খন 
 
(B) ৫৮ খন 
 
(C) ৬১ খন 
 
(D) ৬৫ খন 
 
উত্তৰ : (B) ৫৮ খন

48. মহাত্মা গান্ধী অসমলৈ আহে_____ চনত ।

(a) ১৯১৮ চনত

(b) ১৯১৯ চনত

(c) ১৯২০ চনত

(d) ১৯২১ চনত

উত্তৰঃ (d) ১৯২১ চনত

49. চীনে ভাৰত আক্ৰমণ কৰিছিল -____ চনত।

(a) ১৯৬২ চনত

(b) ১৯৬৫ চনত

(c) ১৯৬৭ চনত

(d) এটাও নহয়

উত্তৰঃ (a) ১৯৬২ চনত

50. _____ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়।

(a) ১৯৬২ চনত

(b) ১৯৬৫ চনত

(c) ১৯৬৯ চনত 

(d) ১৯৬৭ চনত

উত্তৰঃ (c) ১৯৬৯ চনত