ঈশ্বৰ

(ক) 'ঈশ্বৰ' কবিতাটোত থকা তলৰ মিলা অংশ লগ লগোৱা :

                     জোন বেলি ঘূৰে                -                      দিনে ৰাতি।

                     তোমাৰ হাতেৰে গঢ়া          -                      বিনন্দীয়া ধৰা।

                     ভাই-ভনী , পিতা- মাতা       -                     কৰিছা স্ৰজন।

                     তোমাৰ আদেশে পক্ষী        -                    গান গায়। 

                     বিনন্দীয়া ধৰাখনি                -                      বিনন্দীয়া হ'ক।

                     য'তে থাকা প্ৰভু মোক          -                     দয়া যেন কৰা।  

(খ) তলৰ প্ৰশ্নৰ উত্তৰ লিখা:

(1) কিবিয়ে যদিও ঈশ্বৰক দেখা পোৱা নাই তথাপি আছে বুলি কিয় ভাবিছে ?

উত্তৰ = 

(2) ঈশ্বৰে কি কি বস্তু স্ৰজন কৰিছে বুলি কৈছে ?

উত্তৰ = ঈশ্বৰে ভাই-ভনী, পিতা-মাতা তুমিয়েই হেনো স্ৰজন কৰিছে বুলি কৈছে।

(3) পৃথিৱীখনক আৰু কি হ'বলৈ কবিয়ে বাঞ্ছা কৰিছে ?

উত্তৰ = 

(4) কবিয়ে যিখিনি সুখ পাইছে, সেইখিনি কাৰ দান বুলিছে ?

উত্তৰ 

(5) শেষৰ ফাকি কবিতাত কবিয়ে কি বুলি মিনতি কৰিছে ?

উত্তৰ 

(গ)  তলৰ শব্দকেইটাৰ একে অৰ্থ বুজোৱা আন একোটা শব্দ লিখা :

জগত = পৃথিৱী

পক্ষী = চৰাই

জোন = চন্দ

বেলি  = সূৰ্য

ৰাতি  = নিশা 

তৰা  =  তাৰকা

গান = সংগীত

প্ৰনাী = জীব

চকু = নয়ন

হাত = কাষ

স্ৰজন = তৈয়াৰ

(ঘ) তলৰ একোলনি শব্দৰ মাজত এটা অমিল শব্দ আছে, সেই অমিল শব্দটোত গোল চিন দিয়া :

(1) জোন , বেলি , মাটি , গ্ৰহ , তৰা।

= মাটি।

(2) পিতা , মাতা , ভাই , বন্ধু , ভনী ।

= বন্ধু।

(3) চুলি , চকু , কাণ , নাক , হাত।

= চুলি।