বুদ্ধদেৱ

(ক) তলৰ প্ৰশ্নৰ উত্তৰ লিখা:

(1) বুদ্ধদেৱক  শাক্য মুনি কিয় বোলা হয় ? 

(2) তেওঁক গৌতম বুদ্ধ নামেৰেও কিয় জনা যায় ?

(3) তেওঁ জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম কি ?

(4) বুদ্ধদেৱে ক'ত সাধনাত সিদ্ধি লাভ কৰিছিল ?

(5) ৰজা শুদ্ধোধনে পুতেক সিদ্ধাৰ্থক কেনে হোৱাৰ বাঞ্ছা কৰিছিল ?

(6) বুদ্ধদেৱে প্ৰৱৰ্তন কৰা ধৰ্মৰ নাম কি ?

(7) তেওঁ কেতিয়া বুদ্ধ নামাৰে প্ৰসিদ্ধ হ'ল ?

(8) বহাগ মাহৰ পুৰ্ণিমা তিথিক বুদ্ধ পূৰ্ণিমা কিয় বোলে ?

(খ) ৰাজপ্ৰসাদৰ পৰা নগৰলৈ য়োৱাৰ পথত সিদ্ধাৰ্থই কি কি দৃশ্য দেখা পাইছিল ? বহলাই লিখা। 

(গ) একে সুৰীয়া আন একোটা শদ্ধ লিখা :      

বুদ্ধ ___        কষ্ট____         হাঁহ_____

যন্ত্ৰমা____    ধৰ্ম _____       শত  _____                                                                 শাক্য _____  কাঁড় _____     কাৰ্য   _____ 

 মগ্ন _____  ভক্তি   _____    নগৰ _____  

() তলৰ বিশেষণ পদ খটুৱাই বাক্য সাজাঃ

    দয়ালু , মৰমিয়াল , বেমাৰী , লুভীয়া , সাহিয়াল , ধনী