গোটঃ ৫

কৰ আৰোপন আৰু কৰ সংগ্ৰহ

(Levy and Collection of Tax)


অনুশীলনীঃ

ক) এক নম্বৰ থকা প্ৰশ্নঃ

শুদ্ধ / অশুদ্ধ / খালী পূৰণঃ

১) বৰ্তমান জি এচ টিৰ স্তৰ (Slabs)                  

উত্তৰঃ

২) খহতা হীৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা জি এচ টি হাৰৰ শতাংশ হ'ল                      

উত্তৰঃ

৩) জি এছ টিৰ অধীনত দ্ৰব্য় সামগ্ৰীৰ শ্ৰেমী বিভাজনৰ কাৰণে এইচ এচ এন (HSN) কড ব্য়ৱহাৰ কৰা হয়।

উত্তৰঃ

৪) সেৱাৰ শ্ৰেণীবিভাজনৰ কাৰণে সেৱাৰ হিচাপকৰণ কড (Services accounting code) ব্য়ৱহাৰ কৰা হয়।

উত্তৰঃ

৫) অসম দ্ৰব্য় আৰু সেৱা কৰ আইনৰ সেৱাৰ হাৰৰ তালিকাৰ ৪টা স্তম্ভ আছে।

উত্তৰঃ

৬) জি এছ টি ক্ষতি উপকৰ সকলো সামগ্ৰী ক্ষেত্ৰত আৰোপ কৰা হয়।

উত্তৰঃ

১০) জি এছ টি আইনৰ অধীনত উপযুক্ত বিষয়াই প্ৰত্য়াৰ্পন পৰীক্ষা কৰাটো বাধ্য়তামূলক নহয়।

উত্তৰঃ

১১) সংযুক্ত আঁচনিৰ অধীনত কৰ পৰিশোদ কৰা ব্য়ক্তি এজনে দ্ৰব্য় আৰু সেৱা যোগান ধৰাৰ বাবে যোগন বিল কৰিব নোৱাৰে।

উত্তৰঃ

১২) অব্য়াহত আহিলা কৰ ঋণ, জি এছ টি আইনৰ অধীনত ফিৰৎ হিচাপে অনুমোদন দিব পৰা নাযায়।

উত্তৰঃ

১৩) ফিৰৎ শব্দটোৱে                   নগদ খতিয়ানত অন্তৰ্ভুক্ত ফিৰৎ হিচাপে দাবী কৰা যিকোনো উদ্ৱৃত্ত পৰিমাণক বুজায়।

উত্তৰঃ

১৪) জি এছ টি আইনৰ অধীনত ফিৰৎ দাবীৰ সৰ্বনিম্ন সীমা হ'ল                       ।

উত্তৰঃ

১৫) এজন ব্য়ক্তি যাৰ পঞ্জীয়ন বাতিল কৰা হয় তেওঁখ পূঞ্জীভূক্ত ব্য়ক্তি হিচাপেই গণ্য় কৰা হ'ব।

উত্তৰঃ

১৬) কৰ পৰিশোধকৰী যাৰ প্ৰত্য়াৰ্পন ১.৫ কোটিৰ ওপৰত কিন্তু ৫ কোটিৰ গণ্য় কৰা হ'ব।

উত্তৰঃ

১৭) কৰ পৰিশোধকৰী যাৰ প্ৰত্য়াৰ্পন মূল্য় ৫ কোটি বা তাৰ ওপৰত তেওঁলোকে বিলি কৰা চালানত                ক'ড উল্লেখ কৰিব।

উত্তৰঃ

১৮) ফিৰৎ দাবী কৰা ব্য়ক্তি এগৰাকীয়ে প্ৰাসংগিক তাৰিখৰ পৰা                   বছৰ পাৰ হৈ নোযোৱাৰ পূৰ্বে আবেদন দাখিল কৰাৰ আৱশ্য়ক।

উত্তৰঃ

১৯) দ্ৰব্য় আৰু সেৱা জি এছ টিৰ হাৰ সংশোধনৰ কৰ্তৃত্ব জি এছ টি এন (GSTN) ৰ ওপৰত পৰে।

উত্তৰঃ

২০) যিবিলাক কৰ দাতাৰ প্ৰত্য়াৰ্পনৰ পৰিমাণ ১.৫ কোটিৰ তলত তেওঁলোকে তেওঁলোকৰ চালানত                   ক'ড উল্লেখ কৰাৰ আৱশ্য়ক নাথাকে।

উত্তৰঃ

২১) ফিৰৎ দাবী কৰা আবেদনৰ লগত চাটাৰ্ড একাউন্টেন্টৰ দ্বাৰা অনুমেদিত প্ৰমাণ পত্ৰ  থাকিব লাগিব।

উত্তৰঃ

২২) ধাৰা ৬৪ৰ অধীনত সম্পাদন কৰা সংক্ষিপ্ত মূল্য়ায়নৰ এটা উদ্দেশ্য় হ'ল ৰাজস্ব স্বাৰ্থ প্ৰতিৰক্ষা কৰা।

উত্তৰঃ

২৩) সংমিশ্ৰিত উপকৰ আৰোপন আঁচনি কেৱলমাত্ৰ                   লেনদেন কৰা ব্য়ৱসায়ীৰ বাবেহে আহবঢ়োৱা হয়।

উত্তৰঃ

২৪) এস্থাৱৰ সম্পত্তি এটা ভাড়াত দিয়া কাৰ্যটো দ্ৰব্য় যোগানৰ অন্তৰ্ভুক্ত।

উত্তৰঃ

২৫) দ্ৰব্য় বা সেৱা বা দুয়োটাৰে ৰপ্তানি কৰা কাৰ্যটোক ধাৰা ১৬ (১) অনুসৰি                       যোগন বুলি কোৱা হয়।

উত্তৰঃ


২ নং থকা প্ৰশ্নঃ

১)  তলৰ সেৱা দুটাৰ জি এছ টি হাৰ উল্লেখ কৰাঃ

(ক) পৰিবহণ সেৱা।    (খ) শীত তাপ নিয়ন্ত্ৰীত নোহাৱা পনীয় আপ্য়ায়ন নকৰা ৰেষ্টুৰেণ্ট।

উত্তৰঃ

২) তলৰ শব্দ দুটা সম্পূৰ্ণকৈ লিখা

        (i) HSN        (ii) SAC

উত্তৰঃ

৩) ৰেহাইকৃত যোগন বুলিলে কি বুজা?

উত্তৰঃ

৪) দ্ৰব্য় আৰু সেৱাৰ আন্তঃৰাজ্য়িক যোগন বুলিলে কি চৰ্ত পূৰণ হ'ব লাগিব লিখা।

উত্তৰঃ

৫) শূন্য়হাৰৰ যোগান বুলিলে কি বুজা?

উত্তৰঃ

৬) সংমিশ্ৰত আঁচনিৰ অৰ্থ দিয়া।

উত্তৰঃ

৭) প্ৰত্য়াৰ্পন কি?

উত্তৰঃ

৮) মাহিলী প্ৰত্য়াৰ্পন দাখিলৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ

৯) উদাহৰণসহ প্ৰথম প্ৰত্য়াৰ্পন বুলিলে কি বুজা লিখী।

উত্তৰঃ

১০) মূল্য়াংকনৰ প্ৰকাৰসমূহ উল্লেখ কৰা।

উত্তৰঃ

১১) পুঁজি ফিৰৎ বুলিলে কি বুজা?

উত্তৰঃ

১২) বাৰ্ষিক প্ৰত্য়াৰ্পনৰ অৰ্থ লিখা।

উত্তৰঃ

১৩) তলৰ সামগ্ৰীসমূহৰ জি এছ টিৰ হাৰ নিৰ্ণয় কৰাঃ

    ক) সংস্কৃতিৰ লগত জড়িত ৈমণি-মুকুতা।

    খ) খহটা হীৰা

    গ) আ অলংকাৰ, মুদ্ৰা

উত্তৰঃ

১৪) তলৰ সেৱাবোৰৰ জি এছ টি হাৰ উল্লেখ কৰাঃ

    ক) পনীয় আপ্য়ায়ন কৰা শীত তাপ নিয়ন্ত্ৰিত ৰেষ্টুৰেণ্ট।

     খ) থকা লোৱাৰ বন্দোৱস্ত থকা হোটেল।

উত্তৰঃ

১৫) তিনিমহীয়া প্ৰত্য়াৰ্পন দাখিল সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ


৫ নং থকা প্ৰশ্নঃ

১) বিশেষ দ্ৰব্য় সামগ্ৰীৰ সংক্ৰান্তত থকা জি এচ টি হাৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ

২) সেৱা জি এছ টি হাৰ সম্পৰ্কে সংক্ষেপে উল্লেখ কৰা।

উত্তৰঃ

৩) দ্ৰব্য় সামগ্ৰীৰ এ জি এছ টি হাৰ সূচী সম্পৰ্কে কি জনা লিখা।

উত্তৰঃ

৪) জি এছ টি আইনৰ অধীনত যোগন সৃষ্টিৰ আৱশ্য়কীয় উপাদান বোৰ উল্লেখ কৰা।

উত্তৰঃ

৫) জি এছ টি আইনৰ যোগানৰ পৰিধিৰ অৰ্থ দিয়া। এই আইনৰ অধীনত যোগনৰ প্ৰকাৰসমূহ উল্লেখ কৰা।

উত্তৰঃ

৬) প্ৰত্য়াৰ্পন কি? এই আইত থকা প্ৰত্য়াৰ্পন ভুল শুধৰণিৰ ব্য়ৱস্থাৱলী উল্লেখ কৰা।

উত্তৰঃ

৭) জি এছ  টি আইনত প্ৰথম প্ৰত্য়াৰ্পন ব্য়ৱস্থাৱলী উপযুক্ত উদাহৰণেৰে সৈতে দেখুওৱা।

উত্তৰঃ

৮) বাৰ্ষিক প্ৰত্য়াৰ্পন সন্দৰ্ভত জে এছ টি আইনৰ ব্য়ৱস্থাৱলী উল্লেখ কৰা।

উত্তৰঃ

৯) মূল্য়ংকন শব্দটোৰ অৰ্থ লিখা। মূল্য়ংকনৰ বিভিন্ন প্ৰকাৰবোৰ উল্লেখ কৰা।

উত্তৰঃ

১০) সংক্ষেপে অস্থায়ী মূল্য়াংকন ব্য়ৱস্থাৱলী সমূহ লিখা।

উত্তৰঃ

১১) জি এছ টি আইনত পুজি ফিৰৎ শব্দটোৰ অৰ্থ লিখা। অব্য়ৱহৃত আহিলা কৰ ঋণ পুঁজি ফিৰৎ হয়নে? লিখা।

উত্তৰঃ

১২) পুঁজি ফিৰৎ দাবীৰ আবেদনৰ লগত গাঁঠি দিব লগা প্ৰমাণ সম্বন্ধে জি এছ টি আইনৰ ব্য়ৱস্থাৱলী উল্লেখ কৰা।

উত্তৰঃ

১৩) ফিৰৎ দাবীৰ আবেদন লাভ কৰাৰ পিছত উপযু্ক্ত বিষয়াই সম্পাদন কৰা কাৰ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

১৪) কি কি চৰ্ত সাপেক্ষে ফিৰতৰ পুঁজি আবেদনকাৰীক পৰিশোধ কৰিব পৰা যায় লিখা।

উত্তৰঃ

১৫) কি কি ক্ষেত্ৰত ফিৰৎ স্থগিত হ'ব পাৰে লিখা।

উত্তৰঃ

১০ নং থকা প্ৰশ্নঃ

১) দ্ৰব্য়ৰ জি এছ টি হাৰৰ স্তৰকেইটা উল্লেখ কৰা। বিশেষ সামগ্ৰী আৰু সেৱাৰ ওপৰত জি এছ টিৰ হাৰ সম্পৰ্কে আলচ কৰা।

উত্তৰঃ

২) জি এছ টিৰ অধীনত দ্ৰব্য় আৰু সেৱাৰ শ্ৰেণী বিভাজন কেনেদৰে কৰা হয় লিখা। অসম দ্ৰব্য় আৰু সেৱা কৰৰ দ্ৰব্য় হাৰৰ তালিকা আৰু সেৱাৰ তালিকাকৰণৰ ওপৰত সংক্ষেপে বৰ্ণনা কৰা।

উত্তৰঃ

৩) জি এছ টিৰ অধীনত কৰযোগ্য় ঘটনা কি? এই আইনত যোগন গঠনৰ আৱশ্য়কীয় উপাদানসূহ চমুকৈ লিখা।

উত্তৰঃ

৪)  ব্য়ৱসায় সম্প্ৰাসাৰণক উন্নয়নৰ বাবে দিয়া যোগানৰ অৰ্থ লিখা। জি এছ টি আইনত বিভিন্ন প্ৰকাৰৰ যোগানসমূহৰ বিষয়ে সংক্ষেপে আলচ কৰা।

উত্তৰঃ

৫) উদাহৰণৰ সহায়ত তলৰ যোগনসমূহৰ বিষয়ে আলচ কৰাঃ

    ১) সংমিশ্ৰিত যোগন

    ২) মিশ্ৰ যোগান 

    ৩) শূন্য় হাৰৰ যোগন

উত্তৰঃ

৬) ৰাজ্য়ৰ অন্তৰভুক্ত যোগন আৰু আন্তঃৰাজ্য়িক যোগনৰ বিষয়ে সংক্ষেপে আলোচনা কৰা।

উত্তৰঃ

৭) অসম দ্ৰব্য় আৰু সেৱা কৰ আইনৰ যোগানৰ পৰিধিৰ অন্তৰ্ভুক্ত বিষয়সমূহ উল্লেখ কৰা। এই সংক্ৰান্তত কৰযোগ্য় যোগান আৰু ৰেহাইকৃত যোগানৰৰ ধাৰণা দিয়া।

উত্তৰঃ

৮) অসম দ্ৰব্য় আৰু সেৱা কৰ আইনৰ অধীনত দ্ৰব্য় আৰু সেৱাৰ যোগান হিচাপে গণ্য় কৰা কাৰ্যকলাপসমূহ বৰ্ণনা কৰা।

উত্তৰঃ

৯) জি এছ টি আিনত সংযুক্ত-সংমিশ্ৰিত আঁচনিৰ এটি আভাস দিয়া আৰু উদাহৰণ সহ এই আচনিৰ অৰ্থ লিখা।

উত্তৰঃ
১০) প্ৰত্য়াৰ্পন বুলিলে কি বুজা? জি এছ টি আিনত তলৰ প্ৰত্য়াৰ্পন কেনেদৰে দাখিল কৰা হয়ঃ (ক) মাহেকীয়া প্ৰত্য়াৰ্পন (খ) তিনিমহীয়া প্ৰত্য়াৰ্পন।

উত্তৰঃ

১১) জি এছ টি আঁচনিত প্ৰত্য়াৰ্পন দাখিলৰ বিভিন্ন প্ৰক্ৰিয়াৰ নীতি সমূহ বৰ্ণনা কৰা।

উত্তৰঃ

১২) প্ৰথম প্ৰত্য়াৰ্পন আৰু বাৰ্ষিক প্ৰত্য়াৰ্পন সম্পৰ্কে জি এচ টি আইন ২০১৭ৰ আইনী দিশসমূহৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ

১৩) জি এছ টি আইনত মূল্য়ায়নৰ বিভিন্ন প্ৰকাৰসমূহ বৰ্ণনা কৰা।

উত্তৰঃ

১৪) পুঁজি ফিৰতৰ অৰ্থ লিখা। কোনবোৰ চৰ্ত পূৰণ হ'লে ফিৰতৰ পুঁজি ফাণ্ডত ক্ৰেডিট নকৰি আবেদনকাৰীক পৰিশোধ কৰা হয়?

উত্তৰঃ

১৫) জি এছ টি আইনত দ্ৰব্য় আৰু সেৱাৰ যোগানৰ ক্ষেত্ৰত ফিৰৎ দাবীৰ প্ৰসংগিক তাৰিিখ সংক্ৰাান্তত থকা নিয়মসমূহ আলচ কৰা।

উত্তৰঃ

১৬) কি কি ক্ষেত্ৰত পূঞ্জীভুক্ত ব্য়ক্তিক দিয়া ফিৰৎ বন্ধ কৰা স্থগিত কৰা হয়? পলমকৈ পৰিশোধ কৰা ফিৰতৰ সুত সম্পৰ্কে থকা নিয়মসমূহ উল্লেখ কৰা।

উত্তৰঃ

১৭) জি এছ টি আইনত ফিৰৎ সংক্ৰান্তত থকা সময় সীমাৰ বিষয়ে উল্লেখ কৰা। এই আইনৰ সংক্ৰান্তত উপভোক্ত কল্য়াণ পুঁজিৰ বিষয়ে কি জনা লিখা।

উত্তৰঃ


Question Type By - Kishor Nath