গোটঃ ৩


কৰ চালান, দেনালিপি, পাওনালিপি, দ্ৰব্য় আৰু সেৱা কৰৰ অধীনত আহিলা কৰ ঋণ

                                           (Registration Under Gst Act)


অনুশীলন

(ক) শুদ্ধ/ অশুদ্ধ/ খালী ঠাই পূৰণ কৰাঃ (১ নম্বৰ)

১) দ্ৰব্য়ৰ বাবে চালান খল পীয়াকৈ প্ৰস্তুত কৰা হয়।

উত্তৰঃ

২) চালান হৈছে এনে এখন নথি যাক বিক্ৰেতাই ক্ৰেতালৈ বিলি কৰে।

উত্তৰঃ

৩। ক্ৰেতাৰ চালানৰ টকাৰ পৰিমাণ যদি ২৫০ টকাতকৈ কম হয় তথাপি কৰ চালান বিলি কৰিব লাগিবই।

উত্তৰঃ

৪। জি এছ টিৰ অধীনত চাৰি প্ৰকাৰৰ চালান আছে।

উত্তৰঃ

৫। চালান প্ৰসংগ সংখ্য়া আপলোড কৰা তাৰিখৰ পৰা ৩০ দিনলৈ বৈধ হৈ থাকিব।

উত্তৰঃ

৬। দ্ৰব্য়ৰ বাবে কৰ চালান বিলিৰ ব্য়ৱস্থাৱলী জি এছ টি আইনৰ ............... ধাৰাত সন্নিৱিষ্ট হৈ আছে।

উত্তৰঃ

৭। কমপোজিচন লেভি ষ্কীম বিচৰা যোগান দাতাত ..................... বিলি কৰৰ আৱশ্য়ক।

উত্তৰঃ

৮। কৰ মুক্ত দ্ৰব্য় যোগানৰ ক্ষেত্ৰত যোগান দাতাই যোগানৰ বিল বিলি কৰিব লাগিব।

উত্তৰঃ

৯। সংশোধিত চালান এখন পঞ্জীয়নৰ প্ৰমাণপত্ৰ বিলি তাৰিখৰ পৰা মাহৰ ভিতৰত বিলি কৰিব লাগিব।

উত্তৰঃ

১০। দেনালিপি বা পাওনালিপি বিলি কৰাৰ কোনো সময়সীমা নাথাকে।

উত্তৰঃ

১১। আহিলা কৰে কমপোজিচন লেভিৰ অধীনত পৰিশোধিত কৰক অন্তৰভূক্ত নকৰে।

উত্তৰঃ

১২। আহিলা কৰ ঋণ দাবি কৰা ব্য়ক্তিজনৰ দ্ৰব্য় আৰু সেৱা কৰ আইনৰ অধীনত পঞ্জীয়ন হোৱাটো বাধ্য়তামূলক নহয়।

উত্তৰঃ

১৩। যোগানদাতাই বিলি কৰা দেনালিপি দ্বাৰা আহিলা কৰ ঋণ দাবী কৰিব পৰা নাযায়।

উত্তৰঃ

১৪। অনা বেংকিং বিত্তীয় কোম্পানী এটাইও আহিলা কৰ ঋণ দাবী কৰিব পাৰে।

উত্তৰঃ

১৫। সংঘ এটাৰ সদস্য়পদৰ ক্ষেত্ৰত আহিলা কৰ ঋণ দাবী প্ৰযোজ্য় নহয়।

উত্তৰঃ

১৬। কেন্দ্ৰীয়, ৰাজ্য়িক আৰু সংহত জি এছ টিৰ আহিলা কৰ ঋণ একেলগে বিতৰণ কৰিব পৰা যায়।

উত্তৰঃ

১৭। কৰ চালানৰ অধি গ্ৰহণ য় .............. ৰ দাবীৰ বাবে আৱশ্য়কীয়।

উত্তৰঃ

১৯। শূন্য় হাৰযুক্ত যোগানক ঋণ লাভৰ অৰ্থে কৰযোগ্য় যোগান গণনাৰ অন্তৰ্ভূক্ত কৰা হয়।

উত্তৰঃ

২০। ................... পৰা যোগানদাতাই তেওঁৰ দ্বাৰা বিলিকৃত কৰ চালান আপলোড কৰি এটা চালানৰ গ্ৰসংগ সংখ্য়া লাভ কৰিব পাৰে।

উত্তৰঃ


(খ) ২/৩ নম্বৰ থকা প্ৰশ্ন

১) চালানৰ প্ৰকাৰ দুটা উল্লেখ কৰা।

উত্তৰঃ

২) কৰ চালান কি?

উত্তৰঃ

৩) কোনবোৰ ক্ষেত্ৰত দ্ৰব্য়ৰ বাবেে চালান বিলি কৰা হয়?

উত্তৰঃ

৪) দ্ৰব্য় যোগনৰ বাবে প্ৰস্তুত কৰা চালানৰ তিনিটা খলপ বা কপি উল্লেখ কৰা।

উত্তৰঃ

৫) ৰপ্তানি চালান কি? ইয়াৰ বিষয়বস্তু উল্লেখ কৰা।

উত্তৰঃ

৬) দ্ৰব্য়ৰ ধাৰাবাহিক যোগান কি?

উত্তৰঃ

৭) সেৱাৰ ধাৰবাহিক যোগন বুলিলে কি বুজা?

উত্তৰঃ

৮) আহিলা সেৱা বিতৰকৰ চালানত সন্নিৱিষ্ট বিষয়সমূহ কি কি?

উত্তৰঃ

৯) কি কি ক্ষেত্ৰত যোগনৰ বিল বিলি কৰা হয় লিখা।

উত্তৰঃ

১০) পাওনালিপি কি?

উত্তৰঃ

১১) কি কি পৰিস্থিতিত পাওনালিপি বিলি কৰা হয় লিখা।

উত্তৰঃ

১২) দেনালিপি কি?

উত্তৰঃ

১৩) দেনালিপি আৰু পাওনালিপি বিলিৰ সময়সীমাৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ

১৪) আহিলা কৰ কি?

উত্তৰঃ

১৫) আহিলা কৰ ঋণৰ অৰ্থ লিখা।

উত্তৰঃ

১৬) আহিলা কৰ ঋণ লাভৰ বা দাবীৰ অৰ্হতা সমূহ উল্লেখ কৰা।

উত্তৰঃ

১৭) আহিলা কৰ ঋণ দাবীৰ আৱশ্য়কীয় নথি পত্ৰবোৰ কি কি?

উত্তৰঃ

১৮) ঋণৰ আৱণ্টন কি?

উত্তৰঃ

১৯) আবদ্ধ ঋণ কি?

উত্তৰঃ

২০) আহিলা কৰ ঋণ আবদ্ধ কৰি কি কি পৰিস্থিতিত ইয়াৰ অনুমতি প্ৰদান কৰা হয় তাক উল্লেখ কৰা।

উত্তৰঃ

২১) যিবোৰ পৰিস্থিতিত আহিলা কৰ ঋণ অনুমতি প্ৰদান কৰা নহয় তেনে পৰিস্থিতি সমূহ উল্লেখ কৰা।

উত্তৰঃ

২২) আহিলা কৰ ঋণ লাভৰ সময়সীমা সংক্ৰান্তত থকা জি এছ টিৰ বিধানবোৰ উল্লেখ কৰা।

উত্তৰঃ

২৩) জৱ ওৱাৰ্কচ কি?

উত্তৰঃ

২৪) আহিলা সেৱা বিতৰকৰ অৰ্থ লিখা।

উত্তৰঃ

২৫) আহিলা সেৱা বিতৰকৰ দ্বাৰা ঋণ বিতৰণৰ চৰ্তসমূহ কি?

উত্তৰঃ

২৬) আহিলা সেৱা বিতৰকৰ আহিলা কৰ ঋণ বিতৰণৰ পদ্ধতি কেইটা লিখা।

উত্তৰঃ

২৭। অতিৰিক্তভাৱে বিতৰণ কৰা ঋণ উদ্ধাৰৰ ব্য়ৱস্থাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ

২৮। আহিলা সেৱা কৰ সংক্ৰান্তত তলৰ পদসমূহৰ অৰ্থ লিখা

                    (ক) প্ৰাসংগিক সময়,    (খ) ঋণ প্ৰাপক    (গ) প্ৰত্য়াৰ্পন

উত্তৰঃ

(গ) ১০ নম্বৰ থকা দীৰ্ঘ প্ৰশ্ন

১) চালানৰ অৰ্থ দিয়া। চালান সম্পৰ্কত অসম দ্ৰব্য় আৰু সেৱা কৰ আইন ২০১৭ ৰ ব্য়ৱস্থাৱলীৰ চমু আভাস দিয়া।

উত্তৰঃ

২) কল চালান এখনৰ বিষয়বস্তু সমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ

৩) কৰ চালান বুলিলে কি বুজা? কাল্পনিক সংখ্য়াৰ সহায়ত এখন কৰ চালান প্ৰস্তুত কৰা।

উত্তৰঃ

৪) যোগনৰ বিলৰ অৰ্থ লিখা। কাল্পনিক সংখ্য়া ব্য়ৱস্থাৰ কৰি যোগানৰ বল এখন প্ৰস্তুত কৰা।

উত্তৰঃ

৫) দেনালিপি আৰু পাওনালিপি অৰ্থ লিখা। ডেনালিপি, পাওনালিপি, সংশোধিত কৰ চালানত অন্তৰ্ভুক্ত বিষয়বস্তু সমূহ বৰ্ণনা কৰা।

উত্তৰঃ

৬) কেনে পৰিস্থিতিত সংশোধিত চালান বিলি কৰা হয়? আহিলা কৰ মানে কি? আহিলা চালানৰ প্ৰসংগ সমূহ উল্লেখ কৰা।

উত্তৰঃ

৭) আহিলা  কৰ ঋণৰ অৰ্থ লিখা। দ্ৰব্য় আৰু সেৱা কৰ আইন ২০১৭ ৰ অধীনত জি জি এছ টি আৰু আই জি এছ টিৰ ভাৰ সম্পৰ্কত এটি টোকা যুগুত কৰা।

উত্তৰঃ

৮) জি এছ টি অত আহিলা কৰ ঋণ বুলিলে কি বুজা? এটা উপযুক্ত উদাহৰণৰ দ্বাৰা আহিলা কৰ ঋণ গণনাৰ পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ

৯) এটা উদাহৰণেৰে জি এছ টিৰ অধীনত আহিলা কৰ ঋণে কেনেদৰে কাৰ্য্য় কৰে দেখুওৱা। এই সংক্ৰান্তত আহিলা কৰ ঋণ লাোভৰ অৰ্হতা উল্লেখ কৰা।

উত্তৰঃ

১০) এ জি এছ টি আইন ২০১৭ ৰ অধীনত আহিলা কৰ ঋণ দাবীৰ চৰ্ত সমূহ চমুকৈ উল্লেখ কৰা।

উত্তৰঃ

১১) ঋণৰ আৱন্টন আৰু আবদ্ধ ঋণ বুলিলে কি বুজা? অসম দ্ৰব্য় আৰু সেৱা কৰ আইন ২০১৭ ঋণৰ আৱন্টন সম্পৰ্কত থকা আইনী ব্য়ৱস্থা সমূহ উল্লেখ কৰা।

উত্তৰঃ

১২) যিবোৰ পৰিস্থিতিত আহিলা কৰ ঋণ বন্ধ কৰা হয় কিন্তু বিশেষ উদ্দেশ্য়ত দ্ৰব্য় আৰু সেৱা ব্য়ৱহাৰৰ অননুমতি প্ৰদান কৰ হয় লগতে যিবোৰ ক্ষেত্ৰত আহিলা কৰ ঋণৰ অনুমতি দি, প্ৰদান কৰা নহয়, তেনে পৰিস্থিতি সমূহ জি এছ টি আইন ২০১৭ ৰ অধীনত উল্লেখ কৰা।

উত্তৰঃ

১৩) নতুনকৈ পুঞ্জীবদ্ধ ব্য়ক্তিৰ ক্ষেত্ৰত কি কি পৰিস্থিতিত পৰিৱৰ্তনীয় ঋণ অনুমোদনৰ যোগ্য়তা বৰ্ণনা কৰা।

উত্তৰঃ

১৪) জৱ ওৱাৰ্কচ কি? অসম দ্ৰব্য় আৰু সেৱা কৰ আইন ২০১৭ ৰ অধীনত জৱ ওৱাৰ্কৰ ওপৰত আহিলা কৰ ঋণ প্ৰদান বিভিন্ন দিশ আলচ কৰা।

উত্তৰঃ

১৫) আহিলা সেৱা বিতৰকৰ অৰ্থ লিখা। আহিলা সেৱা বিতৰকৰ দ্বাৰা ঋণ বিতৰণৰ চৰ্তাৱলী উল্লেখ কৰা।

উত্তৰঃ

১৬) অসম জি এছ টি আইন ২০১৭ ৰ অধীনত তলৰ শব্দ কেইটাৰ অৰ্থ লিখাঃ 

                    (ক) প্ৰাসংগিক সময়,    (খ) ঋণৰ প্ৰাপক আৰু    (গ) প্ৰত্য়াৰ্পন

লগতে আহিলা সেৱা বিতৰকৰ দ্বাৰা আহিলা কৰা ঋণ বিতৰণৰ পদ্ধতি কেইটা লিখা।

উত্তৰঃ


Question Type By - Kishor Nath