বংগ বিভাজন স্বদেশী আন্দোলন আৰু ফলাফল
Chapter 1


1. বংগ বিভাজন ভাইচৰয় _______ৰ শাসনকালত সংঘটিত হৈছিল। 

(A) লর্ড মিন্টো 

(B) লর্ড মাউন্ট বেটেন 
 
(C) লর্ড নেথানিয়েল কার্জন 

(D) লৰ্ড আৰউইন 

উত্তৰ : (C) লৰ্ড নেথানিয়েল কার্জন 

2. ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী- এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ——এলেকা অসমৰ লগত সংলগ্ন কৰি ‘পূর্ব বংগ আৰু অসম' নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। 

(A) ১,০২,৩৪০ বর্গমাইল। 

(B) ১,০৬,৫৪০ বর্গ মাইল 

(C) ১,০৭,০৪০ বর্গমাইল। 

(D) ১,০৮,৬৪০ বর্গমাইল। 

উত্তৰ : (B) ১,০৬,৫৪০ বর্গ মাইল 

3. ‘পূৰ্ব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ ৰাজধানী - স্থাপন কৰা হৈছিল। 

(A) শ্বিলঙত 

(B) গুৱাহাটীত 

(C) ঢাকাত 

(D) এটাও নহয়। 

উত্তৰ : (C) ঢাকাত

4. ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়- 

(A) বংগ প্রদেশক 

(B) দিল্লীক 
 
(C) পোৰবন্দৰক 
 
(D) এটাও নহয়। 
 
উত্তৰ : (A) বংগ প্ৰদেশক 
 
5. ১৯০৫ খ্ৰীষ্টাব্দৰ - তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল 
 
(A) ২৬ জানুৱাৰী 
 
(B) ১৬ অক্টোবৰ 
 
(C) ১৫ আগষ্ট 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) ১৬ অক্টোবৰ 
 
6. বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল— 
 
(A) ১৯০৫ খ্ৰীষ্টাব্দৰ ৭ আগষ্ট তাৰিখে 

(B) ১৯০৬ খ্ৰীষ্টাব্দৰ ১৫ আগষ্ট তাৰিখে 
 
(C) ১৯০৭ খ্ৰীষ্টাব্দৰ ৭ আগষ্ট তাৰিখে 
 
(D) ১৯০৭ খ্ৰীষ্টাব্দৰ ২৭ আগষ্ট তাৰিখে 
 
উত্তৰ : (A) ১৯০৫ খ্ৰীষ্টাব্দৰ ৭ আগষ্ট তাৰিখে 
 
7. স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ' নামৰ সংবাদপত্রখন সম্পাদনা কৰিছিল— 
 
(A) গিৰীশ ঘোষ 
 
(B) ভূপেন্দ্রনাথ দত্ত 
 
(C) অমৃতলাল বসু 
 
(D) অমৰেন্দ্ৰ নাথ দত্ত 

উত্তৰ : (B) ভূপেন্দ্ৰনাথ দত্ত 

8. বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ? (A) ১৯০২ চনৰ ৫ আগষ্টত (B) ১৯০৩ চনৰ ২৬ আগষ্টত (C) ১৯০৪ চনৰ ১৫ আগষ্টত (D) ১৯০৬ চনৰ ১১ মাৰ্চত উত্তৰ : (D) ১৯০৬ চনৰ ১১ মাৰ্চত 9. বেংগল কেমিকেলছ' নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ? (A) জামছেদজী টাটা (B) আচাৰ্য প্ৰফুল্ল ৰায় (C) নীলৰতন চৰকাৰ (D) ভূপেন্দ্রনাথ দত্ত উত্তৰ : (B) আচাৰ্য প্ৰফুল্ল ৰায় 10. 'বংগলক্ষী কটন মিল' নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্রধান উদ্যোক্তাগৰাকী কোন আছিল ? (A) জামছেদজী টাটা (B) আচাৰ্য প্ৰফুল্ল ৰায় (C) নীলৰতন চৰকাৰ (D) ক্ষীৰোদ প্ৰসাদ উত্তৰ : C) নীলৰতন চৰকাৰ 11. কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে 'স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল— (A) দাদাভাই নৌৰজী (B) বিপিন চন্দ্র পাল (C) গোপালকৃষ্ণ গোখলে (D) লালা লাজপত ৰায় উত্তৰ : (A) দাদাভাই নৌৰজী

12. 'বন্দিনী ভাৰত' নামৰ নাটকখনৰ ৰচক কোন?

(A) গিৰীশ ঘোষ (B) অম্বিকাগিৰি ৰায়চৌধুৰী

(C) অমৃতলাল বসু (D) অমৰেন্দ্ৰ নাথ দত্ত উত্তৰ : (B) অম্বিকাগিৰি ৰায়চৌধুৰী
13. বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল—
(B) ১৯০৫ চনত (A) ১৯০৪ চনত (D) ১৯০৭ চনত (C) ১৯০৬ চনত উত্তৰ : (D) ১৯০৭ চনত 14. বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল— (A) ১৯১০ খ্ৰীষ্টাব্দৰ ২২ ডিচেম্বৰ (B) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ (C) ১৯১২ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰ (D) ১৯১৩ খ্ৰীষ্টাব্দৰ ২২ ডিচেম্বৰ উত্তৰ : (B) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ 15. বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? (A) শাসনৰ সুবিধাৰ বাবে (B) ভাৰতক ব্ৰিটিছে স্বাধীনতা নিদিয়াৰ বাবে (C) ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা (D) এটাও নহয়। উত্তৰ : (C) ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা 16. বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন' নাম কিয় পাইছিল— (A) কেৱল স্বদেশৰ লোকে কৰা আন্দোলন বাবে

(B) বিদেশী সামগ্রী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰা বাবে

(c) ব্ৰিটিছে বংগ বিভাজন কৰি স্বদেশী নামটো ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (B) বিদেশী সামগ্রী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰা বাবে

17.বংগ ভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী _______ ৰপৰা ঢাকালৈ স্থানান্তৰিত হৈছিল। (A) গুৱাহাটীৰ পৰা (B) কলিকতাৰ পৰা (C) চট্টগ্ৰামৰ পৰা
(D) এটাও নহয় ৷
উত্তৰ : (B) শ্বিলঙৰপৰা 18. ______ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰীকৰণ হয় ৷ (A) ১৯১০ খ্ৰীষ্টাব্দৰ ২২ ডিচেম্বৰ (B) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ (C) ১৯১২ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰ (D) ১৯১৩ খ্ৰীষ্টাব্দৰ ২২ ডিচেম্বৰ উত্তৰ : (B) ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ 19. ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মর্মে অসম প্ৰদেশৰ ৰাজধানী ——লৈ স্থানান্তৰিত হয়।
(A) গুৱাহাটী (B) কলিকতা (C) শ্বিলং (D) এটাও নহয়। উত্তৰ : (C) শ্বিলং 20. চিপাহী বিদ্ৰোহৰ সংঘটিত হয়—

(A) ১৬৫৭ খ্রিষ্টাব্দত 

(B) ১৭৫৭ খ্রিষ্টাব্দত 

(C) ১৮৫৭ খ্রিষ্টাব্দত 

(D) ১৮৫৮ খ্রিষ্টাব্দত 
 
উত্তৰ : (C) ১৮৫৭ খ্রিষ্টাব্দত

21. –ক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব লাগিব । 
 
(A) চিপাহী বিদ্রোহ 
 
(B) জালিৱানৱালাবাগৰ হত্যাকাণ্ড 
 
(C) কংগ্রেছ-মুছলিম লীগৰ সংঘাত 
 
(D) বংগ বিভাজন 
 
উত্তৰ : (D) বংগ বিভাজন 
 
22. মোগল সম্রাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত সম্পন্ন হোৱা কি সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কর্তৃত্ব লাভ কৰে? 
 
(A) ইয়াণ্ডাবু সন্ধিৰ 
 
(B) ভাৰ্চাই সন্ধিৰ 
 
(C) এলাহাবাদ সন্ধিৰ 

(D) এটাও নহয়। 
 
উত্তৰ : (C) এলাহাবাদ সন্ধিৰ 
 
23. ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন (Regulating Act.) প্ৰৱৰ্তন কৰে। 
 
(A) ১৭৭১ খ্ৰীষ্টাব্দত 

(B) ১৭৭২ খ্রীষ্টাব্দত 
 
(C) ১৭৭৩ খ্ৰীষ্টাব্দত 

(D) ১৭৭৪ খ্ৰীষ্টাব্দত 
 
উত্তৰ : (C) ১৭৭৩ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিবেশ স্থাপন 

24. হোৱাৰ পিছত - ইষ্ট ইণ্ডিয়া কোম্পানিৰ তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল । 

(A) কলিকতা, বোম্বাই আৰু দিল্লী 
 
(B) কলিকতা, বোম্বাই আৰু মাদ্ৰাজ 
 
(C) কলিকতা, বোম্বাই আৰু উৰিষ্যা 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) কলিকতা, বোম্বাই আৰু মাদ্রাজ 
 
25. তাৰিখে 'অসম' নামৰ প্ৰদেশখন গঠন কৰা হয় । 
 
(A) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী 
 
(B) ১৮৮৪ খ্ৰীষ্টাব্দৰ ১৭ ফেব্ৰুৱাৰী 

(C) ১৮৮৫ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী 
 
(D) ১৮৮৭ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী 
 
উত্তৰ : (A) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী 

26. ভাইচৰয় য়ে বংগ প্রশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্রদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল। 

(A) লর্ড নর্থব্রুকে 
 
(B) লর্ড মিন্টোৱে 
 
(C) লর্ড কার্জনে 
 
(D) লর্ড মাউন্ট বেটেনে 
 
উত্তৰ : (A) লর্ড নর্থব্রুকে 
 
27. ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল— 

(A) ১৮২৪ খ্ৰীষ্টাব্দৰ ২৬ ফেব্ৰুৱাৰিত 
 
(B) ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিত 
 
(C) ১৮২৬ খ্ৰীষ্টাব্দৰ ২৬ ফেব্ৰুৱাৰিত 
 
(D) এটাও নহয়। 
 
উত্তৰ : (B) ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিত 
 
28._____ত লর্ড কার্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। 

(A) ১৯০৪ খ্ৰীষ্টাব্দৰ ১২ ফেব্ৰুৱাৰি 
 
(B) ১৯০৪ খ্ৰীষ্টাব্দৰ ২২ ফেব্ৰুৱাৰি 
 
(C) ১৯০৫ খ্ৰীষ্টাব্দৰ ১২ ফেব্ৰুৱাৰি 

(D) ১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰি 
 
উত্তৰ : (D) ১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰি 
 
29. ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত ‘পূৰ্ব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল 

(A) ৩ কোটি ১০ লাখ 

(B) ৪ কোটি ১০ লাখ 

(C) ৫ কোটি ৪০ লাখ 

(D) ৫ কোটি ১০ লাখ 
 
উত্তৰ : (A) ৩ কোটি ১০ লাখ

30. কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ 'বংগ' প্ৰদেশখনৰ জনসংখ্যা আছিল 
 
(A) ৫ কোটি ৪০ লাখ 

(B) ৫ কোটি ৫০ লাখ 

(C) ৫ কোটি ৬০ লাখ 

(D) ৬ কোটি ৩০ লাখ 
 
উত্তৰ : (A) ৫ কোটি ৪০ লাখ 

31. বংগদেশ বিভাজনৰ সময়ত তীব্র আলোড়নৰ সৃষ্টিকাৰী ‘বংগৰ সৰ্বনাশ' নামৰ নিবন্ধটো কোনখন পত্ৰিকাত প্ৰকাশ হৈছিল ? 

(A) সন্ধ্যা পত্ৰিকাত 

(B) বন্দিনী ভাৰত পত্ৰিকাত 
 
(C) সঞ্জীৱনী পত্ৰিকাত 
 
(D) এটাও নহয়। 
 
উত্তৰ : (C) সঞ্জীৱনী পত্ৰিকাত ত 
 
32 . প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্রথমখন প্রতিবাদী সভা অনুষ্ঠিত হৈছিল। 
(A) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৪ জুলাইত খুলনাত
 
(B) ১৯০৫ খ্ৰীষ্টাব্দৰ ২৩ ছেপ্টেম্বৰত উত্তৰ কলিকতাৰ ৰাজাবজাৰত 
 
(C) ১৯০৫ খ্ৰীষ্টাব্দৰ ৩১ জুলাইত ৰিপন কলেজত 
 
(D) ১৯০৫ খ্ৰীষ্টাব্দৰ ২০ জুলাইত দিনাজপুৰত 

উত্তৰ : (A) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৪ জুলাইত খুলনাত 

33. ‘হে বংগ জননী, স্বর্ণ প্রসবিনী... শিখেছি সবাই কৰিতে ভাবনা, বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিব...' — গীতটি কাৰ ? 

(A) মুকুন্দ দাসৰ 

(B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ 

(C) ৰবীন্দ্ৰ নাথ ঠাকুৰৰ 

(D) এটাও নহয় ৷ 
 
উত্তৰ : (A) মুকুন্দ দাসৰ 

34. বংগবাসীয়ে ‘জাতীয় শোক দিৱস' পালন কৰিছিল— 
 
(A) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত 

(B) ১৯০৫ খ্ৰীষ্টাব্দৰ ৩১ জুলাইত 
 
(C) ১৯০৫ খ্ৰীষ্টাব্দৰ ৬ অক্টোবৰত 

(D) ১৯০৫ খ্ৰীষ্টাব্দৰ ২০ জুলাইত 
 
উত্তৰ : (A) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত 
 
35. কাৰ নেতৃত্বত ‘ছাত্র সংসদ' গঠন হৈছিল ? 
 
(A) ৰবীন্দ্ৰনাথ ঠাকুৰৰ 
 
(B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ 
 
(C) বংকিমচন্দ্র চট্টোপাধ্যায়ৰ 

(D) আনন্দমোহন বসুৰ 
 
উত্তৰ : (B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ 
 
36. বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হওক হে ভগৱান...' — গীতটি কাৰ ? 
 
(A) ৰবীন্দ্ৰনাথ ঠাকুৰৰ 
 
(B) মুকুন্দ দাসৰ 
 
(C) বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ 
 
(D) এটাও নহয়। 
 
উত্তৰ : (A) ৰবীন্দ্ৰনাথ ঠাকুৰৰ 
 
37. বংগ ভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক 'ফেডাৰেল হল'ৰ আধাৰশিলা কোনে স্থাপন কৰে? 
 
(A) ৰবীন্দ্ৰনাথ ঠাকুৰ 
 
(B) সভাষ চন্দ্র বসু 
 
(C) আনন্দমোহন বসুৱে 
 
(D) এটাও নহয়। 
 
উত্তৰ : (C) আনন্দমোহন বসুৱে 

38. 'বন্দে মাতৰম’ —গীতটিৰ ৰচক কোন ? - 
 
(A) মুকুন্দ দাস 

(B) ৰবীন্দ্ৰনাথ ঠাকুৰ 
 
(C) বংকিমচন্দ্ৰ চট্টোপাধ্যায় 
 
(D) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় 
 
উত্তৰ : (C) বংকিমচন্দ্ৰ চট্টোপাধ্যায়

39. 'বন্দে মাতম গীতটো ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল —ত।  
 
(A) ১৩ আগষ্ট, ১৯০৬ 
 
(B) ৬ আগষ্ট, ১৯০৭ 
 
(C) ১৫ আগষ্ট, ১৯০৭ 
 
(D) ১৫ আগষ্ট, ১৯০৮ 
 
উত্তৰ : (C) ১৫ আগষ্ট, ১৯০৭ 
 
40. 'বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মর্মার্থ হ'ল ইংৰাজৰ লগত সর্বতোপ্ৰকাৰে অসহযোগিতা কৰা।' কথাষাৰ কৈছিল— 

(A) ৰবীন্দ্ৰনাথ ঠাকুৰে 

(B) গিৰীশ ঘোষে 
 
(C) ঋষি অৰবিন্দ ঘোষে 
 
(D) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে 
 
উত্তৰ : (C) ঋষি অৰবিন্দ ঘোষে 
 
41. ‘বন্দে মাতৰম' সংবাদপত্ৰৰ সম্পাদক কোন আছিল ? 
 
(A) ঋষি অৰবিন্দ ঘোষ 
 
(B) সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় 
 
(C) বংকিমচন্দ্র চট্টোপাধ্যায় 
 
(D) এটাও নহয়। 
 
উত্তৰ : (A) ঋষি অৰবিন্দ ঘোষ 
 
42. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত ‘পলাশীৰ প্রায়শ্চিত্ত' নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল ? 

(A) গিৰীশ ঘোষ 
 
(B) অমৰেন্দ্ৰ নাথ দত্ত 
 
(C) ক্ষীৰোদ প্ৰসাদ 

(D) অমৃতলাল বসু 
 
উত্তৰ : (C) ক্ষীৰোদ প্রসাদ 
 
43. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত ‘বংগৰ অংগচ্ছেদ' নাটকখনৰ নাট্যকাৰগৰাকী কোন? 
 
(A) গিৰীশ ঘোষ 
 
(B) অমৰেন্দ্ৰ নাথ দত্ত 
 
(C) ক্ষীৰোদ প্ৰসাদ 

(D) অমৃতলাল বসু 
 
উত্তৰ : (B) অমৰেন্দ্ৰ নাথ দত্ত 

44. 'চাব্বাস বাঙালী' নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল ? 
 
(B) অমৰেন্দ্ৰ নাথ দত্ত 
 
(A) গিৰীশ ঘোষ 
 
(C) ক্ষীরোদ প্রসাদ 
 
(D) অমৃতলাল বসু 
 
উত্তৰ : (D) অমৃতলাল বসু 

45. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'চিৰাজদ্দৌলা' নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল ? 
 
(a) গিৰীশ ঘোষ 
 
(B) অমৰেন্দ্ৰ নাথ দত্ত 
 
(C) ক্ষীৰোদ প্ৰসাদ 
 
(D) অমৃতলাল বসু 
 
উত্তৰ : (A) গিৰীশ ঘোষ 

46. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'জাপানী বীৰ' গ্ৰন্থৰ লেখকগৰাকী কোন আছিল ? 

(A) কার্তিকচন্দ্র দাশগুপ্ত 

(B) স্বর্ণকুমাৰী দেবী 

(C) প্রমথনাথ ৰায়চৌধুৰী 

(D) ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদী 
 
উত্তৰ : (B) স্বর্ণকুমাৰী দেবী 
 
47. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত প্রমথনাথ ৰায়চৌধুৰীৰ গ্ৰন্থখনৰ নাম কি ? 
 
(A) জাপানী বীৰ 
 
(B) বংগলক্ষীৰ ব্ৰতকথা 
 
(C) নব্য ভাৰত 
 
(D) জয় সংগীত 
 
উত্তৰ : (D) জয় সংগীত 
 
48. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'নব্য ভাৰত গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল ? 
 
(A) কার্তিকচন্দ্র দাশগুপ্ত 

(B) স্বর্ণকুমাৰী দেবী 

(C) প্রমথনাথ ৰায়চৌধুৰী 
 
(D) ৰামেন্দ্ৰসুন্দৰ ত্রিবেদী 
 
উত্তৰ : (A) কার্তিকচন্দ্র দাশগুপ্ত

49. স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 'বংগলী ব্ৰতকথা' গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল? 
 
(A) কার্তিকচন্দ্র দাশগুপ্ত 
 
(B) স্বর্ণকুমাৰী দেবী 
 
(C) প্রমথনাথ ৰায়চৌধুৰী 
 
(D) ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদী 
 
উত্তৰ : (D) ৰামেন্দ্ৰসুন্দৰ ত্রিবেদী স্বদেশী আন্দোলনক কেন্দ্র 
 
50. কৰি কৰিব ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰিছিল।

(A) ১৮ টা
  
(B) ২৩ টা
 
(C) ২৮ টা 

(D) ৩৩ টা 
 
উত্তৰ : (B) ২৩ টা