মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

 

1. ১৯১৭ চনত ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল—

(A) গৌৰৱময় বিপ্লৱৰ (B) ফৰাচী বিপ্লৱৰ (C) ৰুছ বিপ্লৱৰ (D) সেউজ বিপ্লৱৰ উত্তৰ : (C) ৰুছ বিপ্লৱৰ । 2._____তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা স্বচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল। (A) ১৮৫৯ চনৰ ২ অক্টোবৰ (B) ১৮৬৯ চনৰ ২ অক্টোবৰ (C) ১৮৭৯ চনৰ ২ অক্টোবৰ (D) ১৮৭১ চনৰ ২ অক্টোবৰ উত্তৰ : (B) ১৮৬৯ চনৰ ২ অক্টোবৰ

.3. মহাত্মা গান্ধীয়ে _____ ত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল।
(A) ১৮৮৩ চনত (B) ১৮৯০ চনত
(C) ১৮৯১ চনত

(D) ১৮৯৩ চনত উত্তৰ : (D) ১৮৯৩ চনত 4. মহাত্মা গান্ধীয়ে_____ ব্যাৰিষ্টাৰ (Barister- at-law) উপাধি লৈ ভাৰতলৈ উভতি আহিছিল । (A) ১৮৮১ চনত (B) ১৮৮৯ চনত (C) ১৮৯১ চনত (D) এটাও নহয়। উত্তৰ : (C) ১৮৯১ চনত 5. 'নাটাল ইণ্ডিয়ান কংগ্ৰেছ' নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে — (A) মহাত্মা গান্ধীয়ে

(B) সুভাষ বসুৱে (C) এলেন অক্টেভিয়ান হিউমে (D) ৰাস বিহাৰী বসুৱে। উত্তৰ : (A) মহাত্মা গান্ধীয়ে

6. সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল। (A) দক্ষিণ আফ্ৰিকাত
(B) গুজৰাটত
(C) চম্পাৰণত (D) এটাও নহয়। উত্তৰ : (A) দক্ষিণ আফ্ৰিকাত 7. শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্রিকাতে প্রথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।
(A) স্বৰাজ (B) অহিংস (D) এটাও নহয়। (C) সত্যাগ্রহ উত্তৰ : (C) সত্যাগ্রহ 8. সত্যগ্ৰহৰ ভিত্তি হ'ল (A) অহিংস (B) স্বৰাজ (C) সত্য (D) আগ্রহ উত্তৰ : (A) অহিংস 9. উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ ঘটনা সংঘটিত হৈছিল— (A) ১৯১২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে (B) ১৯১৭ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে (C) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে (D) ১৯৩২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ : (C) ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে 10. ব্ৰিটিছ চৰকাৰে ১৯১৯ চনত - আইন প্রণয়ন কৰিছিল। (A) ৰাওলাট আইন

(B) ভাৰত শাসন আইন (C) সান্ধ্য আইন (D) ইণ্ডিয়ান ৰিলিফ এক্ট বা আইন উত্তৰ : (A) ৰাওলাট আইন 11. ১৯১৯ চনৰ ৬ এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে- আন্দোলন আৰম্ভ হৈছিল। (A) সত্যাগ্রহ বা অহিংস (B) ভাৰত ত্যাগ
(c) অসহযোগ
(D) স্বদেশী

উত্তৰঃ (A) সত্যাগ্রহ বা অহিংস

12. কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাৰে বছৰি এক লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। (A) মহাত্মা গান্ধীয়ে

(B) ব্ৰিটিছ ভাইচয়ে (C) শেঠ যমনালাল বাজাজে (D) বাল গংগাধৰ তিলকে উত্তৰ : (C) শেঠ যমনালাল বাজাজে

13. সমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিলোমিটাৰ। (A) ২৯৫ কিলোমিটাৰ

(B) ৩১৫ কিলোমিটাৰ (C) ৩৬৫ কিলোমিটাৰ

(D) ৩৮৫ কিলোমিটাৰ উত্তৰ : (D) ৩৮৫ কিলোমিটাৰ 14. সবৰমতী আশ্রম ত অৱস্থিত। (A) অসমত (B) বিহাৰত (C) ৰাজস্থানত (D) গুজৰাটত উত্তৰ : (D) গুজৰাটত 15. অনুগামীসহ গান্ধীৰ আহমেদাবাদৰ সৰমতী আশ্ৰমৰপৰা দাণ্ডি নামৰ গাঁওখনলৈ দাণ্ডিযাত্ৰাৰ আৰম্ভণি হৈছিল। (A) ১৯৩০ চনৰ ১২ মাৰ্চত (B) ১৯৩০ চনৰ ১৭ মাৰ্চত (C) ১৯৩১ চনৰ ২ মাৰ্চত (D) ১৯৩১ চনৰ ১২ মাৰ্চত উত্তৰ : (A) ১৯৩০ চনৰ ১২ মাৰ্চত 16. 'খুদাই খিটমদগাহ' আন্দোলনটো চলাই নিছিল— (A) খান আব্দুল গফুৰ খানে (B) মহম্মদ আলি জিন্নাই (C) কেপ্তেইন সোহান সিঙে

(D) তুৰস্কৰ ৰাষ্ট্রপ্রধান খলিফাই উত্তৰ : (A) খান আব্দুল গফুৰ খানে
17. সীমান্ত গান্ধী নামেৰে জনা যায়______ক। (A) খান আব্দুল গফুৰ খান (B) মহম্মদ আলি জিন্না (C) তুৰস্কৰ ৰাষ্ট্ৰপ্ৰধান খলিফা (D) এটাও নহয়। উত্তৰ : (A) খান আব্দুল গফুৰ খান

18. ঐতিহাসিক গান্ধী-আউইন চুক্তি সম্পন্ন হয়— (A) ১৯৩০ চনৰ ১৫ মাৰ্চ তাৰিখে (B) ১৯৩০ চনৰ ২৫ মাৰ্চ তাৰিখে (C) ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে (D) ১৯৩১ চনৰ ২৫ মাৰ্চ তাৰিখে উত্তৰ : (C) ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে 19. গান্ধীজীয়ে কৰিম কিম্বা মৰিম' শ্লোগান দিছিল______-আন্দোলনৰ সময়ছোৱাত । (A) সত্যাগ্রহ বা অহিংস (B) ভাৰত ত্যাগ (C) অসহযোগ (D) আইন অমান্য উত্তৰ : (B) ভাৰত ত্যাগ 20. ______চনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হয়। (A) ১৯১৩ চনত (B) ১৯২৩ চনত (C) ১৯৩১ চনত (D) এটাও নহয়। উত্তৰ : (C) ১৯৩১ চনত 21. ______কংগ্ৰেছৰ পৰা দ্বিতীয় ঘূৰণীয়া মেজমেলত একমাত্র প্রতিনিধি হিচাপে যোগদান কৰিছিল।
(A) সীমান্ত গান্ধী
(B) মহাত্মা গান্ধী (C) এনি বেচান্ট
(D) এটাও নহয় ৷

উত্তৰ : (B) মহাত্মা গান্ধী
22. ১৯৩২ চনত সাম্প্রদায়িক বাঢ়োৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম-
(A) ক্লিমেন্ট এটলি (B) টনি ব্লেয়াৰ (C) ৰামজে মেকডোনাল্ড (D) উইনষ্টন চার্চিল উত্তৰ : (C) ৰামজে মেকডোনাল্ড 23. মুছলিম লিগে 'মুক্তি দিৱস' হিচাপে পালন কৰে——ত। (A) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত (B) ১৯৩৮ চনৰ ২২ ডিচেম্বৰত (C) ১৯৩৮ চনৰ ২ ডিচেম্বৰত (D) ১৯৩৮ চনৰ ১২ ডিচেম্বৰত উত্তৰ : (A) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত 24. ব্ৰিটিছ ভাইচৰয় লৰ্ড ৰাভেলে বিখ্যাত 'আগষ্ট প্ৰস্তাৱ' (August offer) ঘোষণা কৰে—ত। (A) ১৯৩০ চনৰ আগষ্ট মাহত

(B) ১৯৩৭ চনৰ আগষ্ট মাহত (C) ১৯৪০ চনৰ আগষ্ট মাহত (D) ১৯৪৭ চনৰ আগষ্ট মাহত উত্তৰ : (C) ১৯৪০ চনৰ আগষ্ট মাহত 25. মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম' এই বিখ্যাত বাণীটো ——য়ে দিছিল। (A) সীমান্ত গান্ধী (B) মহাত্মা গান্ধী (C) এনি বেচান্ট (D) সুভাষ বসু উত্তৰ : (D) সুভাষ বসু 26. ‘দিল্লীলৈ ব'লক (দিল্লী চলো) সত্যাগ্রহ' তথা আন্দোলনত প্রথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন আছিল_____। (A) মহাত্মা গান্ধী (B) আচাৰ্য বিনোৱা ভাবে (C) সুভাষ বসু (D) এজনো নহয়। উত্তৰ : (B) আচাৰ্য বিনোৱা ভাবে
27. নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল______ত। (A) ১৯৪০ চনৰ আগষ্ট মাহত (B) ১৯৪০ চনৰ জুন মাহত (C) ১৯৪২ চনৰ আগষ্ট মাহত (D) ১৯৪৭ চনৰ আগষ্ট মাহত উত্তৰ : (C) ১৯৪২ চনৰ আগষ্ট মাহত 28. ৰাওলাট আইন বলৱৎ কৰা হৈছিল (A) ১৯১৪ চনৰ ২ এপ্ৰিলৰ পৰা (B) ১৯১৯ চনৰ ১৮ মাৰ্চৰ পৰা (C) ১৯৪২ চনৰ ২৬ জানুৱাৰীৰ পৰা (D) ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা উত্তৰ : (B) ১৯১৯ চনৰ ১৮ মাৰ্চৰ পৰা 29.১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত বহা এখন সভাত গঠন কৰা হৈছিল। (A) ভাৰতীয় স্বতন্ত্র লীগ

(B) আজাদ হিন্দ (C) মুছলিম লীগে (D) ইণ্ডিয়ান নেচনেল আমি উত্তৰ : (A) ভাৰতীয় স্বতন্ত্র লীগ 30. ______তাৰিখে, সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ (যাক আজাদ হিন্দ চৰকাৰ বুলি জনা যায়) গঠন কৰি ব্ৰিটিছৰমুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ কৰে।

(A) ১৯৪০ চনৰ ১১ অক্টোবৰ তাৰিখে (B) ১৯৪১ চনৰ ২১ অক্টোবৰ তাৰিখে (C) ১৯৪২ চনৰ ১ অক্টোবৰ তাৰিখে (D) ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে উত্তৰ : (D) ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে

31. মুছলিম লীগে পাকিস্তানক সাকাৰ ৰূপত পাবলৈ ‘প্রত্যক্ষ দাবী দিৱস (Direct action day) ' পালন কৰে— - তাৰিখে। (A) ১৯৪৫ চনৰ ১৪ আগষ্ট তাৰিখে (B) ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে (C) ১৯৪৭ চনৰ ১০ আগষ্ট তাৰিখে (D) ১৯৪৭ চনৰ ১৬ আগষ্ট তাৰিখে উত্তৰ : (B) ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে 32. ১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিৱানৱালাবাগৰ হত্যাকাণ্ডত থিতাতেনিহত হোৱাব্যক্তিৰ সংখ্যা - (A) ৫২১ জন (B) ৪৫০ জন (C) ৪০০ জন (D) ৩৭৯ জন উত্তৰ : (D) ৩৭৯ জন। 33. দেশৰ বাবে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন হৈছিল- (A) ১৯২০ চনত কলিকতাত (B) ১৯২৯ চনত লাহোৰত (C) ১৯৩১ চনত কৰাচীত (D) ওপৰৰ এটাও নহয়

উত্তৰঃ (B) ১৯২৯ চনত লাহোৰত