গোটঃ ২


ভাৰতবৰ্ষত দ্ৰব্য় আৰু সেৱা কৰৰ গাঁথনি



অনুশীলনীঃ

(ক) সত্য় / অসত্য় নিৰ্ণয় কৰাঃ

১। জি এছ টি বলবৎ হোৱাৰ পূৰ্বে পৰোক্ষ কৰা কেৱল মাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত আছিল।

উত্তৰঃ
২। দ্ৰব্য় আৰু সেৱা কৰ হ'য় বিস্তাৰিত মূল্য় সংযোজন কৰৰ অন্য় এক ৰূপ।

উত্তৰঃ

৩। দ্বৈত জি এছ টি মানে হৈছে হৈছে জি এছ টি আইন ৰাজ্য় আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমান্তৰালভাৱে আৰোপ কৰা।

উত্তৰঃ

৪। সংহত দ্ৰব্য় আৰু সেৱা কৰ আন্তঃৰাজ্য়িক সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত আৰোপ কৰা হয়।

উত্তৰঃ

৫।  জি এছ টিৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সেৱা বিক্ৰীৰ ওপৰত কৰ আৰোপ কৰাৰ  ক্ষমতা আছিল।

উত্তৰঃ

৬। জি এছ টিৰ পূৰ্বে ৰাজ্য় চৰকাৰৰ সেৱাৰ যোগানৰ ওপৰত কৰ আৰোপ কৰাৰ ক্ষমতা আছিল।

উত্তৰঃ

৭। বিদ্য়ুতক জি এছ টিৰ পৰিধিৰ বাহিৰত ৰখা হৈছে।

উত্তৰঃ

৮। ফ্ৰান্স হল প্ৰথম ৰাষ্ট্ৰ যিয়ে ১৮৫৪ তেই মুল্য় সংযোজন কৰ ব্য়ৱস্থাৰ সংযোজন কৰে।

উত্তৰঃ

৯। দ্বৈত জি এছ টি বলবৎ কৰা প্ৰথম ৰাষ্ট্ৰ হৈছে কানাডা।

উত্তৰঃ

১০। মানৱৰ ভোগৰ বাবে এলকহল জডাতীয় পানীয়ৰ ক্ষেত্ৰতো জি এছ টি প্ৰয়োগ কৰা হয়।

উত্তৰঃ

১১। জি এছ টচি কাউন্সিলৰ বৰ্তমান ৩৩ গৰাকী সদস্য় আছে।

উত্তৰঃ

১২। সমাংশৰ গাঁথনি কেন্দ্ৰীয় আৰু ৰাজ্য় চৰকাৰৰ বাবে একে ২৪.৫ শতাংশ।

উত্তৰঃ

১৩। জি এছ টি আইনৰ প্ৰশাসনৰ অৰ্থে, ১.৫ কোটি তলৰ প্ৰত্য়াৰ্পণ নথকা কৰদাতাসকলক ৰাজ্য় আৰু কেন্দ্ৰৰ মাজত ৩.২ সমানুপাতত বিভক্ত কৰা হয়।

উত্তৰঃ


১৪। জি এছ টিৰ অধীনত সকলোবোৰ মূল্য়াংকনেই কেন্দীয় চৰকাৰৰ দ্বাৰা কৰা হয়।

উত্তৰঃ

১৫। দৈনিক ভিত্তিক ২চালান দাতা আপলোড কৰিব পাৰি।

উত্তৰঃ

১৬। জি এছ টি আইনৰ আৰ্হিত কেন্দ্ৰীয় চৰকাৰেে জি এচ টি সংগ্ৰহ কৰি ৰাজ্য়সমূহৰ মাজত বিতৰণ কৰে।

উত্তৰঃ

১৭। ঔষধ প্ৰস্তুতৰ বাবে আৱশ্য়কীয় এলকহলৰ জি এছ টিৰ বাহিৰত ৰখা হৈছে।

উত্তৰঃ

১৮। লাভহীন বেচৰকাৰী কোম্পানী  হিচাপে জি এছ টি নেটৱৰ্কক কোম্পানী আইন ২০১৩ৰ ধাৰা ৮ৰ অধীনত পঞ্জীয়ন কৰা হয়।

উত্তৰঃ

১৯। জি এছ টি এন-এছ পি ভিৰ সঞ্চালক মণ্ডলীত সাঞ্চলকৰ সংখ্য়া থাকিব ২০ গৰাকী।

উত্তৰঃ

২০। অংকৰ ৰূপত। GST = CGST SGST

উত্তৰঃ

(খ) খালী ঠাই পূৰ কৰা

১। জি এছ টিয়ে বৰ্তমান কৰ ব্য়ৱস্থাত থকা                               ৰ প্ৰভাৱ নাইকিয়া কৰিব।

উত্তৰঃ

২।                               আবকাৰী শুল্ক জি এছ টিৰ অধীনত সংযোগ কৰা কৰিব হৈছে।

উত্তৰঃ 

৩। জি এছ টি হল সহজ আৰু হ                               কৰ ব্য়ৱস্থা।

উত্তৰঃ

৪। মানৱ ভোগৰ পনীয়ক                                    ৰ পৰা বঞ্চিত ৰখা হৈছে।

উত্তৰঃ

৫। সংবিধান বিল (১২২ তম সংশোধনী) ৰাজ্য়সভাত                                   তাৰিখে গৃহীত কৰা হয়।

উত্তৰঃ

৬। সংবিধান বি (১২২ ততম সংশোধনী) লোকসভাত                                   তাৰিখে গৃহীত কৰা হয়।

উত্তৰঃ

৭। ভাৰত হৈছে দ্বৈত জি এছ টি বলবৎ কৰা                                   খন ৰাষ্ট্ৰ।

উত্তৰঃ

৮। সেৱাৰ ক্ষেত্ৰত সেৱা কৰ আৰোপৰ ক্ষমতা মাত্ৰ                                    ৰ থাকে।

উত্তৰঃ

৯।                               হ'ল জি এছ টি পৰিষদপৰ অধ্য়ক্ষ।

উত্তৰঃ

১০। ২০১৭ ৰ                                জুলাই তাৰিখে জম্মু আৰু কাশ্মীৰে জি এছ টি বিল গৃহীত কৰে।

উত্তৰঃ

১১। জি এছ টি কাউন্সিলৰ ২৩ তম বৈঠকখন ১০-১১-১৭ তাৰিখে                                   ত অনুষ্ঠিত হৈছিল।

উত্তৰঃ

১২। জি এছ টি এনত ৰাজ্য় চৰকাৰৰ সমাংশ ধাৰণা হ'ল                                       ।

উত্তৰঃ

১৩।                                   হৈছে জি এছ টি বলবৎ কৰা প্ৰথম ৰাষ্ট্ৰ।

উত্তৰঃ

১৪। জি এছ টিৰ অধীনত চি জডি এচ টি, এছ জি এছ টি আৰু আই জি এছ টিৰ বাবে                                   প্ৰত্য়াৰ্পণৰ ব্য়ৱস্থা আছে।

উত্তৰঃ

১৫। জি এছ টি এনৰ সমাংশৰ গাঁঠনিত কেন্দ্ৰীয় চৰকাৰৰ বৰঙণিৰ পৰিমাণ হ'ল                           ।

উত্তৰঃ

(গ) পাঁচ নম্বৰ থকা প্ৰশ্নাৱলী 

১। দ্বৈত জি এছ টিৰ বিশেষ বৈশিষ্ট্য় সমূহ উল্লেখ কৰা।

উত্তৰঃ

২। জি এচ টিৰ মডেল কেনেধৰণৰ হোৱা উচিত তাৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ

৩। দ্বৈত জি এছ টিৰ উপকাৰিতাসমূহ চমুকৈ লিখা।

উত্তৰঃ

৪। চি জি এছ টি, এছ জি এছ টি/ ইউ জি এছ টি আৰু জি এছ টিৰ ধাৰণাসমূহ লিখা।

উত্তৰঃ

৫। জি এচ টিৰ দ্বাৰা একীভূত পাঁচখন কেন্দ্ৰীয় কৰ আৰু পাচঁখন ৰাজ্য় কৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ

৬। মীৰা কুমাৰী গুৱাহাটীৰ বাসিনন্দা এটা এল জি টিভি বোম্বাইৰ পৰা ১৩৫০০ টকাত ক্ৰয় কৰে। জি এচ টিৰ হাৰ হল ২৮ শতাংস। এই বিৱৰণীৰ পৰা। GST (কেন্দ্ৰীয় চৰকাৰ)ৰ পৰিমাণ, SGST (অসম চৰকাৰৰ পৰিমাণ) নিৰ্ণয় কৰা।

উত্তৰঃ

৭। কেন্দ্ৰীয় আৰু ৰাজ্য়িক কৰ আইন সমূহক জি এছ টিত একত্ৰিত কৰাৰ সময়ত গ্ৰহণ কৰিবলগীয়া নীতিকেইটা উল্লেখ কৰা।

উত্তৰঃ

৮। জি এছ টিৰ পিৰধিৰ বাহিৰত ৰখা দ্ৰব্য়/সামগ্ৰী কেইবিধমানৰ নাম লিখা।

উত্তৰঃ

৯। গুৱাহাটীত হোৱা জি এছ টি পৰিষদৰ ২৩ তম বৈঠকত গ্ৰহণ কৰা উল্লেখযোগ্য় প্ৰসংগসমূহ উল্লেখ কৰা।

উত্তৰঃ

১০। জি এছ টি পৰিষদৰ বিবাদ মীমংসাৰ কৌশলৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ

১১। জি এছ টি এএন কি? ইয়াক সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা কি? বৰ্ণনা কৰা।

উত্তৰঃ

১০ নম্বৰ থকা প্ৰশ্নৱলীঃ

১। দ্বৈত জি এছ টিৰ অৰ্থ লিখা। লগতে দ্বৈত জি এছ টিৰ বিশেষ বৈশিষ্ট্য় সমূহ উল্লেখ কৰা।

উত্তৰঃ

২। দ্বৈত জি এচ টিয়ে স্থলাভিষিক্ত কৰা প্ৰচলিত পৰোপক্ষ কৰ সমূহ উল্লেখ কৰা দ্বৈত জি এচ টিৰ পৰা লাভ কৰা উপকাৰিতাসসমূহ লিখা।

উত্তৰঃ

৩। দৈত জি এচ টি কেনেদৰে কাৰ্য সম্পাদন কৰে বৰ্ণনা কৰা।

উত্তৰঃ

৪। অসম দ্ৰব্য় আৰু সেৱা কৰ আইন ২০১৭ৰ অধীনত তলত দিয়া শব্দাৱলীৰ অৰ্থ লিখা।

(ক) যোগানৰ স্থান    (খ) এজোণ্ট    (গ) কৃষক    (ঘ) মূলধনী সামগ্ৰী    (ঙ) দ্ৰব্য়

(চ) ব্য়ৱসায়ৰ স্থান    (ছ) সেৱা    (জ) যোগানদাতা।

উত্তৰঃ

৫। অসম দ্ৰব্য় আৰু সেৱা কৰ আইন ২০১৭ৰ মতে (১) ব্য়ৱসায় শব্দটোৰ অন্তৰ্ভুক্ত প্ৰসংগ সমূহ লিখী। (২) ব্য়ৱসায় উলম্বৰ বৈশিষ্ট্য়সমূহ কি কি?

উত্তৰঃ

৬। এ জি এছ টি পৰিষদৰ সংবিধানৰ বিষয়ে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ

৭। জি এছ টি পৰিষদৰ ভূমিকা সমূহ উল্লেখ কৰা।

উত্তৰঃ

৮। জি এছ টি পৰিষদৰ বৈঠকত হোৱা সিদ্ধান্তসমূহৰ চমু তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ

৯। জি এছ টি এনৰ সমাংশৰ গাঁথনি আৰু ৰাজহৰ মডেলৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ

১০। জি এচ টি এনৰ উৎপত্তি সম্বন্ধে কি জনা লিখা। জি এছ টি এনৰ দ্বাৰা প্ৰদান কৰা সেৱাসমূহ উল্লেখ কৰা।

উত্তৰঃ

১১। তলত দিয়া ক্ষেত্ৰসমূহত জি এচ টি এনৰ ভূমিকা লিখাঃ

(ক) পঞ্জীয়নৰ বাবে আবেদন সম্পৰ্কে।

(খ) প্ৰত্য়াৰ্পণ দাখিল সম্পৰ্কত।

(গ) কৰদাতাৰ কৰ পৰিশোধ সম্পৰ্কত।

উত্তৰঃ

Question Type By - Kishor Nath