হস্তিবিদ্য়াৰ্ণৱ পুথি

Chapter 4

১) 'হস্তিবিদ্য়াৰ্ণৱ পুথি' শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ 'হস্তিবিদ্য়াৰ্ণৱ পুথি' শীৰ্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত 'সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ' নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে । 


২) পুৰণি অসমীয়া সচিত্ৰ পুথিৰ নাম কি? 

উত্তৰঃ পুৰণি অসমীয়া সচিত্ৰ পুথিৰ নাম গীত-গোবিন্দ ।


৩)'হস্তিবিদ্য়াৰ্ণৱ সাৰ সংগ্ৰহ' পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ 'হস্তিবিদ্য়াৰ্ণৱ সাৰ সংগ্ৰহ' পুথিখন সুকুমাৰ বৰকাথে ।


৪) 'হস্তিবিদ্য়াৰ্ণৱ পুথি' শীৰ্ষক প্ৰবন্ধটি কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ  'হস্তিবিদ্য়াৰ্ণৱ পুথি' শীৰ্ষক প্ৰবন্ধটি ১৯৩৫ চনত প্ৰকাশ পাইছিল ।


৫) সুকুমাৰ বৰকাথ কোন শতিকাৰ লেখক?

উত্তৰঃ সুকুমাৰ বৰকাথ অষ্টাদশ শতিকা লেখক।

৬) আগৰ দিনত স্ৱৰ্গদেৱসকলৰ শিৰবস্ত্ৰ কি আছিল?

উত্তৰঃ আগৰ দিনত স্ৱৰ্গদেৱসকলৰ শিৰবস্ত্ৰ ফটো ।

৭) অপ্ৰীতিবৰ্ধক মানে কি?

উত্তৰঃ অপ্ৰীতিবৰ্ধক মানে হ'ল- দুখবৰ্ধক ।


৮) সুৰ্যকুমাৰ ভূঞা ৰচিত একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ সুৰ্যকুমাৰ ভূঞা ৰচিত একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল-'নিৰ্মালি' ।


৯) কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্য়ক্ষ কোন?

উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্য়ক্ষ ড° সূৰ্যকুমাৰ ভূঞা ।


১০) "হস্তিবিদ্য়াৰ্ণৱ'' পুথি লেখকে কাৰ আদেশত ৰচনা কৰিছিল?

উত্তৰঃ "হস্তিবিদ্য়াৰ্ণৱ'' পুথি লেখকে স্ৱৰ্গদেউ শিৱসিংহ ।


১১) হাতীক ধ্বজাৰূপে ব্য়ৱহাৰ কৰা নৃপতিসকলক কি খিতাপেৰে বিভূষিত কৰা হৈছিল?

উত্তৰঃ হাতীক ধ্বজাৰূপে ব্য়ৱহাৰ কৰা নৃপতিসকলক 'গজধ্বজ' খিতাপেৰে বিভূষিত কৰা হৈছিল ।


১২) বিতোপন শব্দ অৰ্থ কি?

উত্তৰঃ বিতোপন শব্দ অৰ্থ হ'ল- অতি সুন্দৰ ।


১৩) চানেকি মানে কি?

উত্তৰঃ চানেকি মানে হ'ল- আৰ্হি ।


১৪)ড° সূৰ্যকুমাৰ ভূঞা কিমান চনত জন্ম হৈছিল?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞা ১৮৯২ চনত জন্ম হৈছিল ।


১৫) ড° সুৰ্যকুমাৰ ভূঞা কিমান চনত 'পদ্মশ্ৰী সন্মান লাভ কৰিছিল?

উত্তৰঃ ড° সুৰ্যকুমাৰ ভূঞা ১৯৫৬ চনত 'পদ্মশ্ৰী সন্মান লাভ কৰিছিল ।


১৬) ড° সূৰ্যকুমাৰ ভূঞা জন্ম হোৱা জিলাখনৰ নাম কি?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞা জন্ম হোৱা জিলাখনৰ নাম হ'ল- নগাঁও ।


১৭)ড° সূৰ্যকুমাৰ ভূঞা কোন বিশ্ৱবিদ্য়ালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰিছিল?

উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞা কলিকাতা বিশ্ৱবিদ্য়ালয় পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰিছিল ।


১৮) কিমান চনত ড° সূৰ্যকুমাৰ ভূঞাক ডি. লিটৰ উপাধি প্ৰদান কৰিছিল? 

উত্তৰঃ ১৯৫২ চনত ড° সূৰ্যকুমাৰ ভূঞাক ডি. লিটৰ উপাধি প্ৰদান কৰিছিল ।


১৯) হস্তিবিদ্য়াৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰঃ হস্তিবিদ্য়াৰ্ণৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় অংকন কৰিছিল।


২০) কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্য়াপকৰ নাম কি আছিল ?

উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্য়াপকৰ নাম হ'ল- ড° সূৰ্যকুমাৰ ভূঞা 


Type By- Mandira Saha