ভাৰতীয় আদৰ্শত বৈৰাগ্য়

Chapter 5

১) ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ ।


২) তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ সত্য় আৰু ধৰ্ম ।


৩) কৰ্ম কৰা কৌশলক ভগৱদ্গীতাত কি যোগ বুলি কৈছে?

উত্তৰঃ কৰ্ম কৰা কৌশলক ভগৱদ্গীতাত 'কৰ্মযোগ' বুলি কৈছে ।


৪) তীৰ্থনাথ শৰ্মাৰ কাব্য়গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ কাব্য়গ্ৰন্থখনৰ নাম হ'ল- কামসেন্দুৰ ।


৫) বেদ কেইখন?

উত্তৰঃ বেদ চাৰিখন ।


৬) ভগৱদ্গীতাৰ মূল বাণী কি? 

উত্তৰঃ ভগৱদ্গীতাৰ মূল বাণী হ'ল- 'কৰ্মই ধৰ্ম'। 


৭) লেখকে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ কি বুলি কৈছে?

উত্তৰঃ লেখকে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ বুলি কৈছে ।


৮) তৈত্তিৰীয় উপনিষদৰ মতে কোনো ব্য়ক্তি বাবে কৰ্ষণীয় গুণ কি?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ মতে  সত্য় আৰু ধৰ্ম ব্য়ক্তি বাবে কৰ্ষণীয় গুণ ।


৯) ভাৰতীয় আদৰ্শত বৈৰাগ্য় পাঠটিত সংবিভাজ্য় শব্দ অৰ্থ কি? 

উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগ্য় পাঠটিত সংবিভাজ্য় শব্দ অৰ্থ হ'ল- সমানে বিতৰণ কৰা ।


১০) বৈৰাগ্য় মানে কি?

উত্তৰঃ বৈৰাগ্য় মানে হ'ল- বিষয় বা ইন্দিয় ।


১১) তীৰ্থনাথ শৰ্মাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ জন্ম ১৯১১ চনত হৈছিল ।


১২) তীৰ্থনাথ শৰ্মায়ে অসম সাহিত্য় সভাৰ মাকুম অধিৱেশনত কিমান চনত সভাপতি কৰিছিল?

উত্তৰঃ তীৰ্থনাথ শৰ্মায়ে অসম সাহিত্য় সভাৰ মাকুম অধিৱেশনত ১৯৭১ চনত সভাপতি কৰিছিল।


১৩) তীৰ্থনাথ শৰ্মাৰ কোন বিশ্ৱবিদ্য়ালয়ৰ পৰা এম. এ. ডিগ্ৰী লাভ কৰিছিল?

উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ কলিকতা বিশ্ৱবিদ্য়ালয়ৰ পৰা এম. এ. ডিগ্ৰী লাভ কৰিছিল।


১৪) তীৰ্থনাথ শৰ্মাৰ কি গ্ৰন্থৰ বাবে 'সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ 'বেণুধৰ শৰ্মাৰ জীৱনী' বাবে 'সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল ।


১৫)  তীৰ্থনাথ শৰ্মাৰ কিমান চনত মৃত্য়ু হৈছিল?

উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ ১৯৮৬ চনত মৃত্য়ু হৈছিল । 


১৬)  'শ্ৰদ্ধয়া দেয়ম' মানে কি?

উত্তৰঃ 'শ্ৰদ্ধয়া দেয়ম' মানে হ'ল- শ্ৰদ্ধাৰে দান কৰিবা ।


১৭) ভাৰতীয় আদৰ্শত বৈৰাগ্য়ৰ স্থান কেনেকুৱা?

উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগ্য়ৰ স্থান অতি উচ্চ ।


১৮) তীৰ্থনাথ শৰ্মাৰ জন্ম গ্ৰহণ কৰা জিলা খনৰ নাম কি?

উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ জন্ম গ্ৰহণ কৰা জিলা খনৰ নাম হ'ল- শিৱসাগৰ ।


১৯) চাৰি আশ্ৰম বুলিলে কি বুজা?

উত্তৰঃ চাৰি আশ্ৰম বুলিলে মানৱ জীনৰ চাৰীটা স্তৰ ।


২০) অপমাদী শব্দৰ অৰ্থ কি ?

উত্তৰঃ অপমাদী শব্দৰ অৰ্থ হ'ল- সাৱধান ।


Type By- Mandira Saha