তৃতীয় অধ্য়ায় 

জৈৱবৈচিত্ৰ 

১) জৈৱবৈচিত্ৰ্য় শব্দটো কেইটা শব্দ লগ লগাই সৃষ্টি কৰা হৈছিল ?

উত্তৰঃ দুটা ।

২) জৈৱবৈচিত্ৰ্য় কি দুটা শব্দ লগ লগাই সৃষ্টি কৰা হৈছিল ?

উত্তৰঃ 'জীৱ' আৰু বিচিত্ৰতা ।

৩) আনবিক বিচিত্ৰতাৰ ধাৰনাটো কোনে প্ৰদান কৰিছিল ?

উত্তৰঃ কেম্ববেল নামৰ বিজ্ঞানি এজনে । 

৪) আনবিক বিচিত্ৰতা সাধাৰণতে আনুবংশিক বিচিত্ৰতাতকৈ বেলেগ যদিও দুয়োটা প্ৰাণীক কিহৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ বংশানুক্ৰমিক DNAৰ ওপৰত নিৰ্ভৰ কৰে । 

৫) এটা সম্প্ৰদায়ৰ প্ৰজাতিসমূহৰ গাণিতিকভাৱে কৰা জোখ বা মাপক কি বোলে ?

উত্তৰঃ বিচিত্ৰতাৰ সূচক বোলে । 

৬) বিচিত্ৰতা সূচক সাধাৰনতে কেই  প্ৰকাৰৰ ?

উত্তৰঃ দুই প্ৰকাৰৰ ।

৭) আলফা বিচিত্ৰাক কি বুলি ক'ব পাৰি ?

উত্তৰঃ প্ৰজাতিৰ প্ৰাচুৰ্যতা বুলি ক'ব পাৰি ।

৮) কিমানটা প্ৰজাতিৰ ভিতৰত, অসমত ৯টা প্ৰজাতিৰ বান্দৰ পোৱা যায় ?

উত্তৰঃ ১৫ টা প্ৰজাতিৰ ভিতৰত ।

৯) বিশ্পবৰ ভিতৰতে পক্ষীৰ ক্ষেত্ৰত চহকী এখন ৰাজ্য় নাম কি ?

উত্তৰঃ অসম । 

১০) অসমত কিমানটা প্ৰজাতিৰ চৰাই পোৱা যায় ?

উত্তৰঃ ৯৫০ ।