প্ৰতি

প্ৰধান শিক্ষক,

_______ হাইস্কুল।

কৰিমগঞ্জ

মহোদয়,

সবিনয় নিবেদন এই যে, মোৰ পুত্ৰ______ আপোনাৰ স্কুলৰ নবম মান শ্ৰেণী, খ শাখাৰ,এজন ছাত্ৰ। তেওঁৰ ৰোল নং ৩৪। তেওঁ চৰ্তুথ মান শ্ৰেণীৰ পৰা আপোনাৰ স্কুলত পঢ়িছে আৰু ইমানদিনে প্ৰতিটো পৰীক্ষাতে কৃতিত্ৱ দেখুৱাইছে।দীৰ্ঘদিন ধৰি অসুস্থ থকাৰ বাবে তেওঁ ৫ নম্বৰ কম পাই বাৰ্ষিক পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰিলে।  

    সেয়েহে মই অনুৰোধ কৰো যে, যদি তেওঁৰ যোৱা পৰীক্ষাবোৰৰ ফলাফল চাই তেওঁক দশম মান শ্ৰেণীলৈ উত্তীৰ্ণ কৰি তেওঁৰ এটি মূল্য়বান শিক্ষা বছৰ ৰক্ষা কৰে তেতিয়হলে মই অতিকৈ আনন্দিত হম।

        ধন্য়বাদ।                                                                                                    আপোনাৰ বিশ্ৱাসী______