অৰ্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

Chapter 1

1. আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ ব্যক্তিজন— 

(A) ফেইড্ৰিক ৰাটজেল 
 
(B) জর্জ ছিজহ 'ম 

(C) কাৰ্ল ৰিখটাৰ 
 
(D) এলেকজেণ্ডাৰ ভ’ন হাম্বোল্ট 

উত্তৰ : (B) জৰ্জ ছিজহ ম 
 
2. অনুসৰি সম্পদসমূহক বহুলভাৱে প্ৰাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। 
 
(A) জাৰণ প্ৰক্ৰিয়া 
 
(B) সৃষ্টি প্রক্রিয়া 
 
(D) এটাও নহয়। 
 
(C) ক্রিয়া-প্রক্রিয়া 
 
উত্তৰ : (B) সৃষ্টি প্রক্রিয়া 
 
3. যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক বোলা হয়। 

(A) সম্পত্তি 

(B) সম্পদ 

(C) পণ্য 

(D) এটাও নহয় ৷   

উত্তৰ : (A) সম্পত্তি
 
4. পৃথিৱীত উপলভ্য সকলোবোৰ সম্পদক মালিকীস্বত্বৰ সম্পদ হিচাপে শ্রেণী বিভক্ত ভিত্তিত কৰিব পাৰি।  

(A) ব্যক্তিগত 
 
(B) আন্তর্জাতিক 
 
(C) জাতীয় 
 
(D)ওপৰৰ আটাইকেইটা । 
 
উত্তৰ : (D) ওপৰৰ আটাইকেইটা। 
 
5. সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়- 
 
(A) ১ জানুৱাৰী তাৰিখে 
 
(B) ১৫ আগষ্ট তাৰিখে

(C) ৫ জুন তাৰিখে 
 
(D) এটাও নহয়। 
 
উত্তৰ :(C) ৫ জুন তাৰিখে 

6. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয় ? 
 
(A) কৃষি কাৰ্য 
 
(B) মাছ ধৰা 
 
(C) বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান 
 
(D) বনজ বা খনিজ সম্পদ আহৰণ 
 
উত্তৰ : (C) বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান 

7. সকলো প্ৰকাৰৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ কৰ্মীসকল কোন খণ্ডৰ জীৱিকাৰ অন্তৰ্ভুক্ত – 
 (A) প্রাথমিক খণ্ডৰ 

(B) দ্বিতীয়ক খণ্ডৰ 

(C) তৃতীয়ক খণ্ডৰ 

(D) চতুৰ্থক খণ্ডৰ 
 
উত্তৰ : (B) দ্বিতীয়ক খণ্ডৰ। 
 
৪. তলৰ কোন বিধ তৃতীয়ক শ্ৰেণীৰ বৃত্তি? 
 
(A) কৃষিকার্য 
 
(B) বয়ন কার্য 
 
(C) চিকাৰ 
 
(D) বেপাৰ-বাণিজ্য 
 
উত্তৰ : (D) বেপাৰ-বাণিজ্য। 
 
9. তলৰ কোনবিধ দ্বিতীয়ক বৃত্তিৰ কাম-কাজ নহয় ? 
 
(A) লো-গলন কার্য 
 
(B) বোৱা-কটা 
 
(C) ৰেডিমেড কাপোৰ তৈয়াৰী 
 
(D) মাছ ধৰা 
 
উত্তৰ : (D) মাছ ধৰা । 
 
10. দিল্লী, মুম্বাই, কোলকাতা, চেন্নাই আদি মহানগৰীবোৰত তলৰ কোনবিধ বৃত্তিৰ সৰ্বাধিক ৷ সুবিধা পোৱা যায় 
 
(A) প্রাথমিক 
 
(B) দ্বিতীয়ক 
 
(C) চতুৰ্থক 
 
(D) সেৱা কাৰ্য  

উত্তৰঃ(C) চতুৰ্থক 
 
11.তলৰ কোনবিধ জীৱিকা চতুৰ্থক শ্ৰেণীৰ অন্তৰ্গত?

(A) গৃহনির্মাণ কর্মী (B) কম্পিউটাৰ নিৰ্মাণকাৰী

(C) বিশ্ববিদ্যালয়ৰ শিক্ষক (D) প্রকাশক উত্তৰ : (গ) বিশ্ববিদ্যালয়ৰ শিক্ষক। 12. তলৰ কোনটো দ্বিতীয়ক বৃত্তিৰ অন্তৰ্গত?
(A) শিল্পোৎপাদন প্রক্রিয়া

(B) যাতায়াত (C) প্ৰচাৰ মাধ্যম (D) প্রশাসন উত্তৰ : (A) শিল্পোৎপাদন প্রক্রিয়া
13.তলৰ কোনটো অজীবীয় সম্পদ

(ক) বায়ু (খ) গছ-গছনি (গ) জীৱ-জন্তু (ঘ) ভেঁকুৰ উত্তৰঃ (ক) বায়ু
14.তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী (ক) এশিঙিয়া গড়

(খ) নল-গাহৰি (গ) জিৰাফ (ঘ) মেথুন উত্তৰঃ (খ) নল-গাহৰি 15. IUCN সংস্থাটো কোন আন্তৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত (i) UNESCO (ii) UNDP (iii) WWF

(iv) UNEP উত্তৰঃ (i) UNESCO

6. ভূগোল বিষয়টো মূলতঃ কিমানটা শাখাত বিভক্ত?
(a) ১টা
(b) ২টা
(c) ৩টা
(d) ৪টা

উত্তৰঃ (b) ২ টা

17. অর্থনৈতিক ভূগোল কোন ভূগোলৰ এটা প্ৰধান শাখা?
(a) মানৱ ভূগোল
(b) প্রাকৃতিক ভূগোল
(c) ৰাজনৈতিক ভূগোল
(d) সামাজিক ভূগোল

উত্তৰঃ (a) মানৱ ভূগোল

18. কৃষিকার্য কোন বৃত্তিৰ অন্তৰ্গত?
(a) প্রাথমিক বৃত্তি
(b) দ্বিতীয়ক বৃত্তি
(c) তৃতীয়ক বৃত্তি
(d) চতুৰ্থক বৃত্তি

উত্তৰঃ(a) প্রাথমিক বৃত্তি

19. তলৰ কোনটো দ্বিতীয়ক বৃত্তিৰ উদাহৰণ?
(a) খনিজ সম্পদ আহৰণ
(b) পর্যটন
(c) চেনী উদ্যোগৰ কৰ্মী
(d) কৃষিকার্য

উত্তৰঃ(c) চেনী উদ্যোগৰ কৰ্মী

20. তলৰ কোনটো জৈৱিক সম্পদৰ উদাহৰণ?
(a) উদ্ভিদ
(b) সোণ
(c) ৰাসায়নিক সাৰ
(d) শিল

উত্তৰঃ(a) উদ্ভিদ

21. তলৰ কোনটো জীৱীয় সম্পদৰ উদাহৰণ?
(a) উদ্ভিদ
(b) মাটি
(c) পানী
(d) শিল

উত্তৰঃ (a) উদ্ভিদ

22. তলৰ কোনটো অজীবীয় সম্পদৰ উদাহৰণ?
(a) মাছ
(b) চৰাই
(c) শিল
(d) উদ্ভিদ

উত্তৰঃ (c) শিল

23. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কোন ধৰণৰ সম্পদ?
(a) জাতীয় সম্পদ
(b) উদ্ভিদ সম্পদ
(c) নবীকৰণ সম্পদ
(d) ব্যক্তিগত সম্পদ

উত্তৰঃ (a) জাতীয় সম্পদ

24. স্থানিক সম্পদৰ এটা উদাহৰণ কোনটো?
(a) কয়লা
(b) বায়ু
(c) উদ্ভিদ
(d) পানী

উত্তৰঃ (a) কয়লা

25. ভাৰতীয় বন গবেষণা আৰু শিক্ষা সংস্থা কেতিয়া গঠন কৰা হৈছিল?
(a) ১৯৮৬ চনত
(b) ১৯৮৭ চনত
(c) ১৯৮৮ চনত
(d) ১৯৮৯ চনত

উত্তৰঃ (a) ১৯৮৬ চনত

26. বিশ্ব পৰিবেশ দিৱস কেতিয়া পালন কৰা হয়?
(a) ৫ জুন
(b) ৫ জুলাই
(c) ৫ আগষ্ট
(d) ৫ ছেপ্টেম্বৰ

উত্তৰঃ (a) ৫ জুন

27 অর্থনৈতিক ভূগোলে মূলতঃ কি অধ্যয়ন কৰে?

(a) গ্ৰহ-নক্ষত্ৰ

(b) মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ 

(c) উদ্ভিদৰ বৃদ্ধি

(d) বায়ুমণ্ডল

উত্তৰঃ (d) বায়ুমণ্ডল

28. কৃষি কোন বৃত্তিৰ অন্তৰ্গত?

(a) প্রাথমিক বৃত্তি

(b) দ্বিতীয়ক বৃত্তি

(c) তৃতীয়ক বৃত্তি

(d) চতুৰ্থক বৃত্তি

উত্তৰঃ(a) প্রাথমিক বৃত্তি