আন্তৰ্জাতিক সংস্থা ------ ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

1. দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হয়— (A) ১৯১৪ চনত (B) ১৯১৮ চনত (C) ১৯৩৪ চনত

(D) ১৯৩৯ চনত উত্তৰ : (D) ১৯৩৯ চনত 2. ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হৈছিল— (A) ছানফ্ৰান্সিস্ক'ৰ সভাত (B) ডাম্বাটন ওক সভাত

(C) য়াল্টাৰ সন্মিলনত (D) অপেৰা হাউচৰ সভাত উত্তৰ : (A) ছানফ্রান্সিস্ক'ৰ সভাত 3. ছানফ্রান্সিস্কো সন্মিলনত সৰ্বমুঠ _______ ৰাষ্ট্ৰই চনদত স্বাক্ষৰ প্ৰদান কৰি জন্ম দিয়ে ৰাষ্ট্ৰসংঘৰ । (A) ৫১ খন (B) ৫৫ খন (C) ৫৮ খন (D) ৬২ খন উত্তৰ : (A) ৫১ খন 4. বর্তমান _______ সদস্য ৰাষ্ট্ৰৰে ৰাষ্ট্ৰসংঘ গঠিত। (A) ১৮৩ খন (B) ১৯৩ খন

(C) ১৯৮ খন

(D) ২০২ খন উত্তৰ : (B) ১৯৩ খন 5. ৰাষ্ট্ৰসংঘৰ চনদ বলৱৎ হয়— (A) ১৯৫০ চনৰ ২৬ জানুৱাৰী (B) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ (C) ১৯৪৫ চনৰ ২৪ অক্টোবৰ (D) ১৯২০ চনৰ ১০ জানুৱাৰী উত্তৰ : (C) ১৯৪৫ চনৰ ২৪ অক্টোবৰ

6. ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়—

(A) ২৩ অক্টোবৰ (B) ২৩ জুলাই

(C) ২৪ অক্টোবৰ

(D) ২৪ এপ্রিল উত্তৰ : (C) ২৪ অক্টোবৰ 7. ৰাষ্ট্ৰসংঘৰ চনদত থকা সকলো বিষয় আলোচনা কৰিব পাৰে— (A) আন্তঃৰাষ্ট্ৰীয় বনুৱা সংস্থাই

(B) সাধাৰণ সভাই (C) অৰ্থনৈতিক আৰু সামাজিক পৰিষদে

(D) নিৰাপত্তা পৰিষদে

উত্তৰ : (B) সাধাৰণ সভাই 8. নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা হৈছে— (A) ১০ জন (B) ১৫ জন (C) ২০ জন

(D) ২৫ জন উত্তৰ : (B) ১৫ জন 9. নিৰাপত্তা পৰিষদত ভোটদান কৰা ব্যৱস্থা সম্পর্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল— (A) য়াল্টা সন্মিলনত (B) মস্কো সন্মিলনত (C) ডাম্বাটন ওক্‌দত (D) ছানফ্রান্সিস্ক 'ত উত্তৰ: (A) য়াল্টা সন্মিলনত 10. ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় _______ চহৰত অৱস্থিত। (A) জেনেভা (B) নিউয়র্ক (C) লণ্ডন (D) পেৰিছ উত্তৰ : (B) নিউয়র্ক 11. ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি ? (A) নিৰাপত্তা পৰিষদ (B) সাধাৰণ সভা (C) অর্থনৈতিক আৰু সামাজিক পৰিষদ (D) ন্যাসৰক্ষী পৰিষদ উত্তৰ : (B) সাধাৰণ সভা

12. ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱেই হ'ল- (A) নিৰাপত্তা পৰিষদ

(B) সাধাৰণ সভা (C) অর্থনৈতিক আৰু সামাজিক পৰিষদ

(D) ন্যাসৰক্ষী পৰিষদ উত্তৰ : (A) নিৰাপত্তা পৰিষদ 13. ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল _______ (A) পাঁচজন (B) ছজন (C) দহ জন (D) পোন্ধৰ জন উত্তৰ : (A) পাঁচজন 14. ভেট' প্ৰয়োগৰ ক্ষমতা আছে— (A) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ (B) নিৰাপত্তা পৰিষদৰ (C) সাধাৰণ সভাৰ

(D) ন্যাসৰক্ষী পৰিষদৰ উত্তৰ : (B) নিৰাপত্তা পৰিষদৰ 15. ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ অস্থায়ী সদস্য আছিল-- (A) পাঁচজন (B) ছজন (C) দহ জন (D) বাৰ জন উত্তৰ : (B) ছজন 16. নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক নির্বাচন কৰা হয়— (A) ২ বছৰৰ বাবে (B) ৯ বছৰৰ বাবে (C) ৩ বছৰৰ বাবে (D) ৫ বছৰৰ বাবে উত্তৰ : (A) ২ বছৰৰ বাবে 17. কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী পাঁচজন সদস্যসহ কিমান সদস্যৰ সন্মতি থাকিব লাগিব?

(A) মুঠ পাঁচজন (B) মুঠ নজন (C) মুঠ দহ জন (D) মুঠ বাৰ জন উত্তৰ : (B) মুঠ নজন 18. ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা আছিল ________জন।

(A) ছজন

(B) দহ জন (C) বা জন

(D) ওঠৰজন

উত্তৰ : (D) ওঠৰজন

19. ৰাষ্ট্ৰসংঘৰ চনদৰ ______ হোৱা অনুচ্ছেদ মতে গঠিত হোৱা অর্থনৈতিক আৰু সামাজিক পৰিষদে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুসংগিক এনে সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে।
(A) ৫২ নং (B) ৫৫ নং (C) ৫৮ নং (D) ৫৯ নং উত্তৰ : (B) ৫৫ নং 20. ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নং অনুচ্ছেদত __________ৰ কথা উল্লেখ আছে। (A) ন্যাসৰক্ষী পৰিষদ (B) নিৰাপত্তা পৰিষদ (C) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ

(D) সাধাৰণ সভা উত্তৰ : (A) ন্যাসৰক্ষী পৰিষদ 21. ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ আন্তর্জাতিক ন্যায়ালয় মুঠ ________ ন্যায়াধীশৰ দ্বাৰা গঠিত।

(A) ১০ জন ন্যায়াধীশৰ (B) ১৫ জন ন্যায়াধীশৰ (C) ২০ জন ন্যায়াধীশৰ

(D) ২৫ জন ন্যায়াধীশৰ উত্তৰ : (B) ১৫ জন ন্যায়াধীশৰ 22. ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয়া হৈছে— (A) সচিবপ্রধান
(B) সচিবালয়

(C) সাধাৰণ সভা

(D) নিৰাপত্তা পৰিষদ উত্তৰ : (A) সচিবপ্রধান 23. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্রধান _____ (A) কফি আন্নন

(B)এন্টনীঅ' গোটেৰেজ (C) কুর্ট ৱাল্ডহাইম (D) বুট্ৰছ ঘালি উত্তৰ : (B)এণ্টনীঅ' গোটেৰেজ 24. ৰাষ্ট্ৰসংঘৰ চনদৰ কোনটো অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্রমে সাধাৰণ সভাই সচিবপ্রধানক নিয়োগ কৰে ? (A) ৯২ নং অনুচ্ছেদ (B) ৯৫ নং অনুচ্ছেদ (C) ৯৭ নং অনুচ্ছেদ (D) ৯৯ নং অনুচ্ছেদ উত্তৰ :(C) ৯৭ নং অনুচ্ছেদ

25. ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই – গঠন কৰে।

(A) মানৱ অধিকাৰ আয়োগ

(B) নিৰস্ত্ৰীকৰণ আয়োগ (C) ন্যাসৰক্ষী পৰিষদ

(D) নিৰাপত্তা পৰিষদ উত্তৰ : (B) নিৰস্ত্ৰীকৰণ আয়োগ 26.ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ ________ তাৰিখে প্রতিষ্ঠা হৈছিল।

(A) ১৯৪২ চনৰ ৬ ফেব্ৰুৱাৰী

(B) ১৯৪৪ চনৰ ২৬ ফেব্ৰুৱাৰী (C) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী (D) ১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰী উত্তৰ : (C) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী

27. তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ নহয়— (A) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক অনুষ্ঠান (B) বিশ্ব স্বাস্থ্য সংস্থা (C) আন্তর্জাতিক মুদ্রানিধি

(D) আন্তর্জাতিক ন্যায়ালয উত্তৰ : (D) আন্তর্জাতিক ন্যায়ালয় ।

28. ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ— (A) 3 টা (B) 5 টা (C) 6 টা (D) 7 টা

উত্তৰ : (C) 6 টা ।

29. আন্তর্জাতিক সাংস্কৃতিক সমন্বয়ৰ বাবে গঠন কৰা অনুষ্ঠানটো হ'ল— (A) UNICEF (B) IMF (C) UNESCO (D) ILO উত্তৰ : (C) UNESCO 30. UNESCO ৰ প্ৰধান কাৰ্যালয় অৱস্থিত— (A) পেৰিছত (B) ৰোমত (C) জেনেভাত (D) নিউইয়র্কত উত্তৰ : (A) পেৰিছত