১৩ জুনৰ পৰা ৫ দিনৰ বাবে বিদ্যালয় সমূহ বন্ধ ঘোষণা। প্ৰৱল বৃষ্টিপাতৰ সম্ভৱনাৰ বাবে নিৰ্দেশনা শিক্ষা বিভাগৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতে প্ৰতিখন বিদ্যালয়লৈ জাৰি জাননী। যি বিলাক ঠাইত ভূমিস্খলন প্ৰধান এলেকাসমূহৰ প্ৰতিখন বিদ্যালয়লৈ সতৰ্কতা, হাফলং, হাৰাংজাও, মাহুৰসহ আদি ঠাইত।