জন-সাহিত্য

১। ড° প্ৰফুল্ল দত্ত গোস্বামী এজন কোন আছিল?

1) লেখক

2) গল্পলেখক

3) অধ্যাপনা

Ans: গল্পলেখক

২। পৰম্পৰাগত ৰচনাবিলাক কি?

1) জন-সাহিত্য

2) মালিতা

3) জন

Ans: জন-সাহিত্য

৩। লয় কি?

1) কবিতাৰ প্ৰধান লক্ষণ

2) জনগাভৰুৰক গীত

3) সাধাৰণ লোক

Ans: কবিতাৰ প্ৰধান লক্ষণ

৪। ড° প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

1) ১৯২১

2) ১৯৬৬

3) ১৯৮১

Ans: ১৯২১

৫। ড° প্ৰফুল্ল দত্ত গোস্বামীয়ে কিমান চনত বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে?

1) ১৯৮১

2) ১৯৬৬

3) ১৯০৯

Ans: ১৯৬৬

৬। পদ্মনাথ গোহাঁই বৰুৱাই লিখা টেটোন তামুলী নাটক খন কিমান চনত ৰচনা কৰিছিল?

1) ১৯০৯

2) ১৯৫৭

3) ১৯৮৩

Ans: ১৯০৯

৭। অসমীয়া সমাজত কোনখন সাধুছবি অতি জনপ্ৰিয়?    

1) সুন্দৰপুৰ     

2) টেটোন তামুলি      

3) শৰাইঘাটৰ যুদ্ধ 

Ans:টেটোন তামুলি      

  ৮। তলৰ কোনটো গীত জনশ্ৰুতি মূলক?

1) অমাতৰ মাত গীত 

2) ফুলকোঁৰৰ গীত 

3)  পাটনাদ

Ans:  ফুলকোঁৰৰ গীত 

 ৯। "যিবোৰ যোজনাৰ ভৰতীয়া অৰ্থ আচে তাক ফকৰা বোলে" এই কথাষাৰ কোনে কৈছিল?

1)  ড° প্ৰফুল্ল দত্ত গোস্বামী

2)  চাই চন্দধৰ বৰুৱা

3)  মিত্ৰদেৱ মহন্ত

Ans: চাই চন্দধৰ বৰুৱা

১০। দেও-ভূত ৰ অঅসমীয়া অৰ্থ কি?

1) অপায়-অমঙ্গত দেৱতা

2) পটন্তৰ

3) কাজী    

Ans: অপায়-অমঙ্গত দেৱতা 

১১। ফুলকোঁৱৰৰ গীত অসমীয়াত কি বোলি কোৱা হ'য়?   

1) বেলাড

2) সাতহাল

3) ইজিপ্তত

Ans: বেলাড

১২।অসমীয়া সাহিত্যৰ বুৰঞ্জীত _______ৰ ভঁড়াল অতি চহকী?

1) জন-সাহিত্য

2) ফকৰা

3) মালিতা

Ans: জন-সাহিত্য

 ১৩। জোনালীয়ে ______ৰ সাধু শুনিবলৈ বৰ ভয় খায়?

1পিশাচ

2) যখিনী

3) দেও-ভূত

Ans: দেও-ভূত

১৪। দেও সমাৰ্থক শব্দ কি?

1) ভূত

2) দেৱতা

3) ওপৰৰ এটাও নহয়।

Ans: ভূত

১৫। আখ্যান ৰ সমাৰ্থক শব্দ কি?

1) কাহিনী

2) কথাছবি

3) ওপৰৰ এটাও নহয়

Ans: কাহিনী

Type Susmita Kakati