Class 12 Advance Assamese MCQ

Chapter 2 গোট - ১

মানৱ বন্দনা


1. মানৱ বন্দনা কবিতাতো কোনে ৰচিছিল ? 

ক) আনন্দচন্দ্ৰ আগৰৱালা

খ) চন্দ্ৰকুমাৰ আগৰৱালা

গ) প্ৰসন্নলাল চৌধুৰী

উত্তৰঃ খ) চন্দ্ৰকুমাৰ আগৰৱালা

2. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল ?

ক) ১৮৫৬ চনত

খ) ১৯৭৬ চনত

গ) ১৮৬৭ চনত

উত্তৰঃ গ) ১৮৬৭ চনত

3. চন্দ্ৰকুমাৰ আগৰৱালা ক'ত জন্ম হৈছিল ?

ক) তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰক্ষজানত

খ) গুৱাহাটী

গ) নগাঁও

উত্তৰঃ ক) তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰক্ষজানত

4. তেওঁ জোনাকীৰ কি সম্পাদক আছিল ?

ক) প্ৰথম

খ) দ্বিতিয়

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) প্ৰথম

5. তেওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি কিমান খৃষ্টাব্দত 'জোনাকী'কাকত উলিয়ায় ?

ক) ১৮৯৬ চনত

খ) ১৮৪৫ চনত

গ) ১৮৮৯ চনত

উত্তৰঃ গ) ১৮৮৯ চনত

6. তেওঁ কিমান চনত সাদিনীয়া বাতৰি 'অসমীয়া' উলিয়ায় ?

ক) ১৯১৮ চনত

খ) ১৯৩৪ চনত

গ) ১৮৬৫ চনত

উত্তৰঃ ক) ১৯১৮ চনত

7. তেওঁ কাকতেই পিছত তিনিদিনীয়া আৰু শেষত কিহলৈ ৰূপান্তৰিত হয় ?

ক) দৈনিক সাহিত্য

খ) দৈনিক অসমীয়া

গ) দৈনন্দীক

উত্তৰঃ খ) দৈনিক অসমীয়া

8. চন্দ্ৰকুমাৰ আগৰৱালা  কিমান চনত মৃত্যু হৈছিল ?

ক) ১৯৮৮ চনত 

খ) ১৯৫৫ চনত

গ) ১৯৭৭ চনত

উত্তৰঃ গ) ১৯৭৭ চনত

9. চন্দ্ৰকুমাৰ আগৰৱালা ক'ত মৃত্যু হৈছিল ?

ক) নগাঁও

খ) তেজপুৰ

গ) গুৱাহাটী

উত্তৰঃ গ) গুৱাহাটী

10. কি যুগৰ সাহিত্যিক আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল ?

ক) জোনাকী

খ) প্ৰতিমা

গ) বনকুঁৱৰী

উত্তৰঃ ক) জোনাকী

11. চন্দ্ৰকুমাৰ  আগৰৱালাৰ প্ৰথম কাব্যপুথি খনৰ নাম কি ?

ক) জোনাকী

খ) প্ৰতিমা

গ) বনকুঁৱৰী

উত্তৰঃ খ) প্ৰতিমা

12. বেজবৰুৱাই উক্ত পুথিৰ আলোচনা প্ৰসংগত কি লেখিছিল ?

ক) প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ

খ) প্ৰতিমাখন ডাঙৰ

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) প্ৰতিমাখন ডাঙৰ

14. ময়াপী শব্দ অৰ্থ কি ?

ক) মায়া

খ) মৰম

গ) চেনেহ

উত্তৰঃ ক) মায়া

15. নিজাপী শব্দ অৰ্থ কি

ক) আনৰ

খ) সম্পূৰ্ণ নিজৰ

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) সম্পূৰ্ণ নিজৰ

16. মানৱ বন্দনা কবিতাটোত মানুহক কি জীৱ বুলি কোৱা হৈছে-

ক) পাপী জীৱ

খ) নিষ্পাপ জীৱ

গ) ময়াপী জীৱ

উত্তৰঃ গ) ময়াপী জীৱ

17. মানুহৰ সোঁতৰ অন্ত আছেনে ?

ক) আছে

খ) নাই

উত্তৰঃ খ) নাই

18. এই কবিতাটোত মানুহক কি কৰিবলৈ কোৱা হৈছে?

ক) পূজা

খ) ক্ষমা

গ) বিশ্বাস

উত্তৰঃ ক) পূজা

19. নিজাপী মানে কি ?

ক) সম্পূৰ্ণ নিজৰ

খ) শ্ৰেষ্ঠ

গ) মায়া

উত্তৰঃ ক) সম্পূৰ্ণ নিজৰ

20. কবিতাটিত মানুহৰ লগ বুলি কাক কোৱা হৈছে ?

ক) ভগৱানক

খ) মানুহক

গ) জীৱ-জন্তুক

উত্তৰঃ খ) মানুহক