বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

1. 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ' শীৰ্ষক পাটিৰ লেখক কোন?

ক)উপেন্দ্ৰ চন্দ্ৰ লেখাৰু

খ)যতীন্দ্ৰনাথ দুৱৰা

গ)ড° দীনেশ চন্দ্ৰ গোস্ৱামী

উত্তৰঃ 
গ)ড° দীনেশ চন্দ্ৰ গোস্ৱামী

2. আমৰ বিশ্ৱব্ৰহ্মাণ্ডখনৰ ৰহস্য় উদঘাটনৰ ব্য়ৱস্থাটক কি বুলি কোৱা হয়?

ক)বিজ্ঞান

খ)আন্তঃৰাষ্ট্ৰীয়

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ ক)বিজ্ঞান

3. যাদু-মন্ত বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

ক)পাৰি

খ)নোৱাৰি

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ খ)নোৱাৰি

4. ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম কি?

ক)'জোনাকীৰ জিলিকনি'

খ)'বৈজ্ঞানিক মানসিকতা'

গ)'দৃষ্টি'

উত্তৰঃ গ)'দৃষ্টি'

5. দৃষিত খোৱা পানী  আৰু অস্ৱাস্থ্যকৰ পৰিৱেশৰ বাবে আমাৰ শৰীৰত কি ৰোগ হ'ব পাৰে?

ক)ডায়েৰিয়া

খ)মেলেৰিয়া

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

6. পোকে ধৰা দাঁতৰ পোকবোৰ খালী চকুৰে দেখা যায়নে?

ক)যায়

খ)নাযায়

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ খ)নাযায়

7. কিমান চনত  ড° দীনেশ চন্দ্ৰ গোস্ৱামী জন্ম গ্ৰহণ কৰিছিল?

ক)১৯৪৯ চনত

খ)১৯৬৩ চনত

গ)২০০৯ চনত

উত্তৰঃ ক)১৯৪৯ চনত

8. ড° দীনেশ চন্দ্ৰ গোস্ৱামীৰ কিমান চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

ক)১৯৪৯ চনত

খ)১৯৬৩ চনত

গ)২০০৯ চনত

উত্তৰঃ খ)১৯৬৩ চনত

9. ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে অনুবাদ কৰা এতিয়ালৈ কিমানখন গ্ৰন্থ প্ৰকাশ হৈছে?

ক)১৬ খন

খ)১৭ খন

গ)১৮ খন

উত্তৰঃ খ)১৭ খন

10. 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ' প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰপৰা লোৱা হৈছে?

ক)'মোহনীয় বিশ্ৱব্ৰহ্মাণ্ড'

খ)'জোনাকীৰ জিলিকনি'

গ)'বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা'

উত্তৰঃ 
গ)'বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা'

11. আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?

ক)শিলত শিল দলিয়াই

খ)শিলত হাতুৰিৰে

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
ক)শিলত শিল দলিয়াই

12. বিজ্ঞানীসকলে পৰীক্ষা আৰু পৰ্যবেক্ষণ কাৰ্যত ব্য়ৱহাৰ কৰা  যন্ত্ৰৰ নাম কি?

ক)অণুবীক্ষণ যন্ত্ৰ

খ)লেজাৰ ৰশ্মি

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

13. আই ওলালে কি ধৰ্মীয় অনুষ্ঠান পতা হয়?

ক)আইনাম

খ)গোসাঁনীৰ নাম বা গোপিনী সবাহ

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ খ)গোসাঁনীৰ নাম বা গোপিনী সবাহ

14. শিশুক দিয়া বেজী-ছিটাৰ কাম কি?

ক)নানা বীজাণু মুক্ত কৰা

খ)নানা ৰোগ প্ৰতিৰোধ কৰা

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ খ)নানা ৰোগ প্ৰতিৰোধ কৰা

15. ভূত-প্ৰেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে?

ক)আছে

খ)
নাই

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
খ)নাই

16. আঁকোৰগোজ শব্দ অৰ্থ কি?

ক)অনুসন্ধানৰ ইচ্ছা

খ)উপ-বিধ

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
গ)ওপৰৰ এটাও নহয়

17. বসন্ত ৰোগ কি কাৰনৰ ফলত হয়?

ক)ভাইৰাছৰ আক্ৰমণ ফলত

খ)দূষিত খোৱা পানী আৰু অস্ৱাস্থ্য়কৰ ফলত

গ)
ওপৰৰ এটাও নহয়

উত্তৰঃ ক)ভাইৰাছৰ আক্ৰমণ ফলত

18. ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে কিমান চনত অৱসৰ গ্ৰহণ কৰিছিল?

ক)১৯৬০ চনত

খ)১৯৬৩ চনত

গ)২০০৯ চনত

উত্তৰঃ 
গ)২০০৯ চনত

19. বৈজ্ঞানিকৰ মতে 'সপোনত পোৱা ঔষধ' ৰোগীয়ে ব্য়ৱহাৰ কৰা উচিতনে?

ক)উচিত

খ)অনুচিত

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ 
খ)অনুচিত

20. ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে কৰ পৰা স্নাতক ডিগ্ৰী লৈছল?

ক)কটন কলেজৰ

খ)গুৱাহাটী বিশ্ৱবিদ্য়ালয়ৰ

গ)নতুন দিল্লৱীৰ

উত্তৰঃ 
ক)কটন কলেজৰ