আন্তৰ্জাতিক বাণিজ্য 

1. বাণিজ্য়ৰ অৰ্থ হ'ল স্বতস্ফূৰ্তভাৱে সম্পাদন সামগ্ৰী কৰা  সামগ্ৰী আৰু সেৱাৰ বিনিময়। 

ক)সত্য়

খ)অসত্য়

গ)এটাও নহয়

উত্তৰঃ ক)সত্য়

2. মজুৰি বুজোৱা শব্দটো লেটিন শব্দৰ পৰা আহিছে ।

ক)সচাঁ

খ)মিচাঁ

গ)এটাও নহয়

উত্তৰঃ ক)সচাঁ

3. জোনবিল মেলা  ক'ত প্ৰচলিত ?

ক)যোৰহাট

খ)জাগীৰোড

গ)মাজুলী

উত্তৰঃ খ)জাগীৰোড

4. ৰোম আৰু চীনক সংযোগ কৰা চিল্ক ৰৌত প্ৰায় কিমান কিল'মিটাৰ ?

ক)৫,০০০ কিল'মিটাৰ

খ)৭,০০০ কিল'মিটাৰ

গ)৬,০০০ কিল'মিটাৰ

উত্তৰঃ গ)৬,০০০ কিল'মিটাৰ

5. আন্তৰ্জাতিক বাণিজ্য়ৰ প্ৰয়োজনীয় বিষয় হ'ল ।

ক)পৰিমান

খ)খণ্ড গঠন আৰু বাণিজ্য়ৰ দিশ

গ)ওপৰৰ আটাইকেইটা

উত্তৰঃ গ)ওপৰৰ আটাইকেইটা

6. বাণিজ্য়ৰ কেইটা স্তৰ পাব পাৰি ?

ক)তিনিটা

খ)দুটা

গ)চাৰিটা

উত্তৰঃ খ)দুটা

7. প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কালচোৱাত দেশবোৰে বাণিজ্য় শুল্ক  প্ৰচলন কৰে । উক্তিটো ঃ

ক)সচাঁ

খ)মিচাঁ

গ)এটাও নহয়

উত্তৰঃ ক)সচাঁ

8. বিনিময় প্ৰথা কোনটো সময়ত কৰা দেখা যায় ?

ক)মাৰ্চ মাহৰ মাজভাগত

খ)নৱেম্বৰ মাহৰ মাজভাগত

গ)জানৃুৱাৰী মাহৰ মাজভাগত

উত্তৰঃ গ)জানৃুৱাৰী মাহৰ মাজভাগত

9. মজুৰি শব্দৰ অৰ্থ কি ?

ক)লবণ

খ)লোণ

গ)ওপৰৰ দুয়োটা

উত্তৰঃ গ)ওপৰৰ দুয়োটা

10. মধ্য়যুগত ধন বা মুদ্ৰা সাধাৰণতে কিহৰ আছিল ?

ক)ৰূপৰ আছিল

খ)সোণৰ আছিল

গ)তামৰ আছিল

উত্তৰঃ খ)সোণৰ আছিল

Answer Type - Boby Bora