এটা দলৰ আধিপত্যৰ যুগ

১। ভাৰতৰ সাম্যবাদী দলৰ প্ৰথম বিভাজন কোন চনত হৈছিল?

ক)১৯৯৯ চনত

খ)১৯৬৪ চনত

গ)ইয়াৰ ভিতৰত এতাও নহয়

উত্তৰঃ খ)১৯৬৪ চনত

২। ভাৰতীয় জনতা পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল?

ক)১৯৮০ চনৰ ৬ এপ্ৰিলত

খ)১৯৭০ চনৰ ৬ এপ্ৰিলত

গ)১৯৬০ চনৰ ৬ এপ্ৰিলত

উত্তৰঃ ক)১৯৮০ চনৰ ৬ এপ্ৰিলত

৩। তৃতীয় সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

ক)১৯৮৭ চনত

খ)১৯৬২ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)১৯৬২ চনত

৪। এটা দলৰ আধিপত্য থকা ভাৰতৰ বাহিৰে আন এখন ৰাষ্ট্ৰৰ নাম লিখা?

ক)ভাৰত দেশ

খ)আমেৰিকা দেশ

গ)চীন দেশ

উত্তৰঃ গ)চীন দেশ

৫। কিমান চনত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ দুৰ্গত জোকাৰণিৰ সৃষ্ট কৰিছিল?

ক)১৯৭৭ চনত

খ)১৯৯৯ চনত

গ)১৯৬৭ চনত

উত্তৰঃ গ)১৯৬৭ চনত

৬। কংগ্ৰেছ ক্ষমতাচ্যুত হোৱা যিকোনো এখন ৰাজ্যৰ নাম হ'ল?

ক)অসম

খ)বিহাৰ

গ)গোৱা

উত্তৰঃ খ)বিহাৰ

৭। কিমান চনত দ্ধিতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল?

ক)১৯৫৭ চনত

খ)১৯৭৫ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১৯৫৭ চনত

৮। সমাজবাদী দলে কিমান শতাংশ বেছি ভোট পাই আসন হিচাপত মাত্ৰ শতাংশহে লাভ কৰিছিল?

ক)১৫ শতাংশ

খ)১০  শতাংশ

গ)২০ শতাংশ

উত্তৰঃ খ)১০  শতাংশ

৯। কিমান চনত হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ লগতে ৰাজ্যিক বিধান সভাৰো নিৰ্বাচন অনুষ্ঠিত হৈছিল?

ক)১৯৯৮ চনত

খ)
১৯৭২ চনত

গ)১৯৫২ চনত

উত্তৰঃ 
গ)১৯৫২ চনত

১০। কিমান চনত সাধাৰণ নিৰ্বাচন সমগ্ৰ বিশ্বৰ গণতান্ত্ৰিক ইতিহাসৰ এক 'মাইলৰ খুটি' ৰূপে পৰিগণিত হয়?

ক)১৯৫২ চনত

খ)১৯৬২ চনত

গ)১৯৭২ চনত

উত্তৰঃ ক)১৯৫২ চনত