জাতি নিৰ্মাণৰ প্ৰত্য়াহ্বানসমূহ

1. ভাৰতবৰ্ষৰ পটভূমিতজাতিৰ ধাৰণাটো বিভিন্ন ধৰণে ব্য়ৱহাৰ কৰা দেখা যায়

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

2. ৰাজনীতি বিজ্ঞানত নৃ-গোষ্ঠী কাক বোলে?

ক)বড়োসকলক

খ)অসমীয়া সকলক

গ)তিৱা সকলক

উত্তৰঃ ক)বড়োসকলক

3. এটা জাতি বুলি কলে একে ভাষা, সংস্কৃতি,পৰম্পৰা,সাজপাৰ বা খাদ্য়াভাস অনুসৰণ কৰা জনসমস্তিক বুজায়

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

4. গান্ধীজীৰ জীৱনৰ শেষ অনশন কেতিয়া আছিল?

ক)১৯৪৭ চনৰ ১৫ আগষ্ট

খ)১৯৪৮ চনৰ জানুৱাৰী মাহ

গ)১৯৪৯ চনৰ জানুৱাৰী মাহ

উত্তৰঃ খ)১৯৪৮ চনৰ জানুৱাৰী মাহ

5. ৰাজনীতি বিজ্ঞানৰ আলোচনাত অসমীয়াক জাতীয়গোট আৰু বড়োসকলক নৃ-গোষ্ঠি বুলি কোৱা হয়-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ 
ক)সত্য়

6. জাতীয় গোট বুলি কাক কোৱা হয়?

ক)বড়োসকলক

খ)অসমীয়া সকলক

গ)তিৱা সকলক

উত্তৰঃ খ)অসমীয়া সকলক

7. জাতীয় গোট আৰু নৃ-গোষ্ঠীৰ মাজত থকা সীমাৰেখা ডালবৰ স্পষ্ট

ক)হয়

খ)নহয়

উত্তৰঃ খ)নহয়

8. দিল্লীৰ সাম্প্ৰদায়িক পৰিস্থিতি উন্নত কৰাৰ সংকল্পেৰে গান্ধিজীয়ে কি কৰিছিল?

ক)মৌন ব্ৰত কৰিছিল

খ)অনশন কৰিছিল

গ)ওপৰৰ দুয়োতাই সত্য়

উত্তৰঃ খ)অনশন কৰিছিল

9. স্বাধীনতা লাভৰ মুহূৰ্তত কি ৰূপ দেখি গান্ধী বিষাদগ্ৰস্ত হৈ পৰিছিল?

ক)ধৰ্মৰ কেন্দ্ৰ কৰি সৃষ্টি হোৱা মিলন দেখি

খ)ধৰ্মৰ কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষ আৰু হিংসাৰ পাশৱিক ৰূপ দেখি

গ)ধৰ্মৰ কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিষাদ দেখি

উত্তৰঃ 
খ)ধৰ্মৰ কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষ আৰু হিংসাৰ পাশৱিক ৰূপ দেখি

10. কাৰ উপস্থিতিয়ে কলিকতা চহৰত সাম্প্ৰদায়িক উন্মাদনা আৰু উত্তেজনা হ্ৰাস কৰাত অৰিহণা যোগালে?

ক)জৱাহৰলাল নেহেৰু

খ)মহাত্মা গান্ধী

গ)জোতিপ্ৰসাদ আগৰৱালা

উত্তৰঃ 
খ)মহাত্মা গান্ধী

11. অসমীয়া ডেকাৰ উক্তি কবিতাটো কোনে ৰচনা কৰিছিল?

ক)জোতি প্ৰসাদ আগৰৱালা

খ)মহাত্মা গান্ধী

গ)জৱাহৰলাল নেহেৰু

উত্তৰঃ ক)জোতি প্ৰসাদ আগৰৱালা

12. কিমান চনত জোতিপ্ৰসাদ আগৰৱালাই আত্মগোপন কৰি আছিল?

ক)১৯৪৩ চনত

খ)১৯৪৪ চনত

গ)১৯৪৫ চনত

উত্তৰঃ 
ক)১৯৪৩ চনত

13. (মই ভাৰতীয়,মই অসমীয়া,মই লালুং-চুটিয়া গাৰো)বাক্য়ফাকি কোনজনা কবিৰ কবিতাত আত্ম পৰিচয়ৰ বহুত্ব ৰূপ প্ৰকাশ পাইছে?

ক)নলিলীবালা দেৱী

খ)হেমচন্দ্ৰ বৰুৱা

গ)জোতি প্ৰসাদ আগৰৱালা

উত্তৰঃ 
গ)জোতি প্ৰসাদ আগৰৱালা

14. "পাকিস্তান"নামৰ সাৰ্বভৌম ৰাষ্ট হিচাপে কিমান চনত গঠিত হয়?

ক)১৯৪৭ চনৰ ১৫ আগষ্টত

খ)১৯৪৭ চনৰ ১৪ আগষ্টত

গ)১৯৪৭ চনৰ ১৩ আগষ্টত

উত্তৰঃ 
খ)১৯৪৭ চনৰ ১৪ আগষ্টত

15. "লেকৰ ৰহেংগে পাকিস্থান,লড়কে ৰহেংগে পাকিস্তান"বাণীৰে যুদ্ধংদেহি ৰূপ কোনে লৈছিল?

ক)মুছলিম লীগ

খ)হিন্দু সম্প্ৰদায়ে

গ)পাকিস্তানী সকলে

উত্তৰঃ ক)মুছলিম লীগ

16. "ধৰ্মৰ ভিত্তিত বিভক্ত হোৱা দেশ দুখনত বহু লোক ধৰ্মীয়  সংখ্য়ালঘু হৈ পৰিল"-দেশ দুখন কি কি?

ক)ভাৰত,পাকিস্তান

খ)পাকিস্তান,বাংলাদেশ

গ)ভাৰত, বাংলাদেশ

উত্তৰঃ 
ক)ভাৰত,পাকিস্তান

17. "লাহোৰ আৰু অমৃতসৰৰ মাজত কিছুমান গাৱঁত দুয়োখন দেশৰেপতাকা উত্তোলন কৰা হৈছিল"দেশ দুখন কি কি?

ক)ভাৰত,পাকিস্তান

খ)পাকিস্তান,বাংলাদেশ

গ)ভাৰত, বাংলাদেশ

উত্তৰঃ 
ক)ভাৰত,পাকিস্তান

18. ব্ৰিটিছ ঔপনিৱেশিক শাসকসকলে ক্ষমতা হস্তান্তৰ আৰু দেশ বিভাজনৰ সিদ্ধান্ত কেতিয়া কাৰ্যকৰি কৰিছিল?

ক)১৯৪৭ চনৰ৩ জুনৰ পৰা ১৫ মেৰ ভিতৰত

খ)
১৯৪৭ চনৰ৩ জুনৰ পৰা ১৫  জানুৱাৰীৰ ভিতৰত

গ)১৯৪৭ চনৰ৩ জুনৰ পৰা ১৫আগষ্টৰ ভিতৰত

উত্তৰঃ 
গ)১৯৪৭ চনৰ৩ জুনৰ পৰা ১৫আগষ্টৰ ভিতৰত

19. দেশ বিভাজনৰ ফলত গৃহহীন হৈ পৰা লক্ষ লক্ষ লোক সকলৰ কি হৈছিল?

ক)অন্য় দেশত গৈ শৰণাৰ্থী হৈ পৰিছিল

খ)অন্য় দেশত গৈ প্ৰবাসী হৈ পৰিছিল

গ)অন্য় দেশত গৈ আলহী হৈ পৰিছিল

উত্তৰঃ ক)অন্য় দেশত গৈ শৰণাৰ্থী হৈ পৰিছিল

20. ১৯৪৭ চনৰ ১৫ আগষ্টৰ ভিতৰত জুনাগড়,জন্মু আৰু কাশ্মীৰ আৰু হায়দৰাবাদ ৰাজ্য় কেইখন কাৰ লগত চামিল হোৱা নাছিল?

ক)ভাৰতৰ লগত

খ)পাকিস্তানৰ লগত

গ)বাংলাদেশৰ লগত

উত্তৰঃ 
ক)ভাৰতৰ লগত