পৰিকল্পিত বিকাশৰ ৰাজনীতি

1. যিকোনো ধৰণৰ বিকাশৰ বাবে অন্ত্য়ন্ত প্ৰয়োজন কি?

ক)খাদ্য়

খ)শক্তি

গ)শিক্ষা

উত্তৰঃ খ)শক্তি

2. আধুনিক অৰ্থনীতিৰ বিতাশত বৈদ্য়ুতিক শক্তিৰ অৰিহণা কেনেধৰণৰ? 

ক)অপৰিহাৰ্য

খ)একেবাৰে নাই

গ)বেছি

উত্তৰঃ ক)অপৰিহাৰ্য

3. ভাৰত চৰকাৰে উত্তৰ-পূৱ ভাৰতত কিমান নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে?

ক)১৫০ৰো অধিক

খ)২০০ৰো অধিক

গ)২৫০ৰো অধিক

উত্তৰঃ ক)১৫০ৰো অধিক

4. উত্তৰ-পূৱ ভাৰতত নদী বান্ধ নিৰ্মাণ কৰি কিমান পৰিমানৰ বিদ্য়ুৎ উৎপাদনৰ লক্ষ্য় বান্ধি লৈছে?

ক)৫০ হাজাৰ মেগাৱাট

খ)৬০হাজাৰ মেগাৱাট

গ)৭০হাজাৰ মেগাৱাট

উত্তৰঃ ক)৫০ হাজাৰ মেগাৱাট

5. অনাৱিষ্কৃত লোৰ খনি বৰ্তমানেও কত আছে?

ক)অসমত

খ)মণিপুৰত

গ)উৰিষ্য়াত

উত্তৰঃ গ)উৰিষ্য়াত

6. দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

ক)মনমোহন সিং

খ)জৱাহৰলাল নেহেৰু

গ)আম্বেদকাৰ

উত্তৰঃ খ)জৱাহৰলাল নেহেৰু

7. কাৰ মতাদৰ্শৰ দ্বাৰা ভাৰত বৰ্ষৰ বিকাশৰ প্ৰক্ৰিয়াটো গঢ়ি উঠিছিল?

ক)মনমোহন সিং

খ)জৱাহৰলাল নেহেৰু

গ)আম্বেদকাৰ

উত্তৰঃ খ)জৱাহৰলাল নেহেৰু

8. ১৯৯১চনত কোনজনা বিত্তমন্ত্ৰীৰ অৰ্থনৈতিক সংস্কাৰে নদীবান্ধ প্ৰক্ৰিয়াটো উদ্য়োগী আৰু পুজি ভূমিকাক অগ্ৰাধিকাৰ দিছিল?

ক)আম্বেদকাৰ

খ)জৱাহৰলাল নেহেৰু

গ)মনমোহন সিং

উত্তৰঃ গ)মনমোহন সিং

9. "বোম্বে প্লেন" আঁচনিখন কিমান চনত প্ৰস্তুত কৰা হৈছিল?

ক)১৯৮২ চনত

খ)১৯৪৩ চনত

গ)১৯৪৪ চনত

উত্তৰঃ গ)১৯৪৪ চনত

10. ১৯৪৪ চনত উদ্য়োগপতি সকলে প্ৰস্তুত কৰা আচনিখনৰ নাম কি আছিল?

ক)বোম্বে প্লেন

খ)নদীবান্ধ প্ৰকল্প

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)বোম্বে প্লেন

11. স্বাধীনতাৰ পিছত কিমান চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় পৰিকল্পনা আয়োগ গঠন কৰিছিল?

ক)১৯৫০ চনত

খ)১৯৫১ চনত

গ)১৯৪৮ চনত

উত্তৰঃ ক)১৯৫০ চনত

12. অৰ্থনৈতিক সংস্কাৰ নীতি কিমান চনত সূচনা কৰা হৈছিল?

ক)১৯৪৪ চনত

খ)১৯৫০ চনত

গ)
১৯৯১ চনত

উত্তৰঃ গ)১৯৯১ চনত

13. জাতীয় কংগ্ৰেছ হাৰিপুৰা  অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল?

ক)১৯৯১ চনত

খ)১৯৩৮ চনত

গ)১৯৫২ চনত

উত্তৰঃ খ)১৯৩৮ চনত

14. পৰিকল্বনা আয়োগৰ নিৰ্দেশত দেশৰ বিকাশৰ পথ তৈৱাৰ কৰিব বুলি কোনে ঘোষণা কৰিছিল?

ক)সুভাষ চন্দ্ৰ বসু

খ)জৱাহৰলাল নেহেৰু

গ)মনমোহন সিং

উত্তৰঃ ক)সুভাষ চন্দ্ৰ বসু

15. "ভাৰতবৰ্ষই বিকাশৰ গতি এইদৰে পৰিচালনা কৰিব লাগিব যাতে ই দেশৰ গণতন্ত্ৰক বিপদাপন্ন নকৰে"উক্ত কথাসাৰ কোনে কৈছিল?

ক)জৱাহৰলাল নেহেৰু

খ)সুভাষ চন্দ্ৰ বসু

গ)কে.এন.ৰাজ

উত্তৰঃ গ)কে.এন.ৰাজ

16. প্ৰথম  পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য় লক্ষ্য় কি আছিল?

ক)বাণিজ্য় খণ্ডক শক্তিশালী কৰা

খ)কৃষিখণ্ডক  শক্তিশালী কৰা

গ)বজাৰখণ্ডক শক্তিশালী কৰা

উত্তৰঃ 
খ)কৃষিখণ্ডক  শক্তিশালী কৰা

17. কি লক্ষ্য় আগত ৰাখি বহুমুখী নদী প্ৰকল্প স্থাপনৰওপৰত গুৰুত্ব দিয়া হৈছিল?

ক)কৃষিখণ্ড উন্নয়নৰ বাবে জলসিঞ্চন ব্য়ৱস্থাৰ প্ৰসাৰণ

খ)বিজুলী উৎপাদন

গ)মৎস উৎপাদন

উত্তৰঃ ক)কৃষিখণ্ড উন্নয়নৰ বাবে জলসিঞ্চন ব্য়ৱস্থাৰ প্ৰসাৰণ

18. ঊনবিংশ শতিকাৰ শেষৰফালে আৰু বিংশ শতিকাৰ প্ৰথম আঢ়ৈ দশকত দ্ৰুতভাবে বিকাশ হোদেশখন হল-

ক)ভাৰত

খ)পাকিস্তান

গ)জাপান

উত্তৰঃ গ)জাপান

19. কোন দশকত ভাৰতীয় ৰাজনীতি আৰু অৰ্থনীতিৰ বাবে মহা দুৰ্যোগৰ সৃষ্টি হৈছিল?

ক)১৯৬০ দশকত

খ)১৯৯০ দশকত

গ)২০০০ দশকত

উত্তৰঃ 
ক)১৯৬০ দশকত

20. নীতি আয়োগ কেতিয়া জন্ম হৈছিল?

ক)২০১৪ চনৰ ১ জানুৱাৰীত

খ)২০১৫ চনৰ ১ জানুৱাৰীত

গ)
২০১৬ চনৰ ১ জানুৱাৰীত

উত্তৰঃ খ)২০১৫ চনৰ ১ জানুৱাৰীত