ক্ষমতাৰ বিকল্প কেন্দ্ৰ

১। কেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰ ৰাজীব গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল?

ক)১৯৯৯ চনত

খ)১৯৬৬ চনত

গ)১৯৮৮ চনত

উত্তৰঃ গ)১৯৮৮ চনত

২। আছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান?

ক)১০ খন

খ)১৫ খন

গ)২০ খন

উত্তৰঃ ক)১০ খন

৩। ইউৰোপিয়ন ইউনিয়নৰ সদস্য সংখ্যা কিমান?

ক)২৫ খন

খ)২৪ খন

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)২৪ খন

৪। চীনে কোন চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছিল?

ক)১৯৭৬ চনত

খ)১৯৮০ চনত

গ)১৯৭২ চনত

উত্তৰঃ 
গ)১৯৭২ চনত

৫। ইউৰোপীয় সংঘ কোন চনত গঠন হৈছিল?

ক)১৯৯২ চনত

খ)১৯৯৮ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ 
ক)১৯৯২ চনত

৬। আছিয়ান কোন চনত প্ৰতিষ্ঠা হৈছিল?

ক)১৯৮৭ চনত

খ)১৯৬৭ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)১৯৬৭ চনত

৭। কেতিয়া ভাৰত চীনৰ মাজত যুদ্ধ হৈছিল?

ক)১৯৮৭ চনত

খ)১৯৯৭ চনত

গ)১৯৬২ চনত

উত্তৰঃ গ)১৯৬২ চনত

৮। তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল হিচাপে কোনখন দেশক কোৱা হয়?

ক)চীনক

খ)আমেৰিকা

গ)ভাৰত

উত্তৰঃ ক)চীনক

৯। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাটোৰ নাম?

ক)টকা

খ)ডলাৰ

গ)ইয়াৰ ভিতৰত এটাও নহয়?

উত্তৰঃ 
খ)ডলাৰ

১০। ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ কিমান চনত হৈছিল?   

ক)১৯৯০-১৯৯১ চনত

খ)২০০০-২০০১ চনত

গ)১৯৪৭ -৪৮ চনত

উত্তৰঃ 
গ)১৯৪৭ -৪৮ চনত