কংগ্ৰেছ ব্য়ৱস্থাৰ প্ৰতি প্ৰত্য়াহ্বান আৰু পুন:প্ৰতিষ্ঠা

1. লাল বাহাদুৰ শাস্ত্ৰী কোন আছিল?

ক)ভাৰতৰ প্ৰধান মন্ত্ৰী

খ)ভাৰতৰ সংগ্ৰামী

গ)ওপৰৰ সকলো সত্য়

উত্তৰঃ গ)ওপৰৰ সকলো সত্য়

2. ১৯৩০ চনত লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান দিছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ 
ক)সত্য়

3. লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰধানমন্ত্ৰীত্বৰ কেতিয়া পৰিসমাপ্তি ঘটে?

ক)১৯৬৬ চনত

খ)১৯৯৬ চনত

গ)১৯৫৭ চনত

উত্তৰঃ 
ক)১৯৬৬ চনত

4. ইন্দিৰা গান্ধী কিমান চনত জন্ম হছিল?

ক)১৯১৭ চনত

খ)১৯৬৬চনত

গ)১৯৭৭ চনত

উত্তৰঃ 
ক)১৯১৭ চনত

5. ইন্দিৰা গান্ধী------আছিল.

ক)ভাৰতৰ প্ৰধান মন্ত্ৰী

খ)চীন দেশৰ প্ৰধান মন্ত্ৰী

গ)বাংলাদেশৰ প্ৰধানমন্ত্ৰী

উত্তৰঃ ক)ভাৰতৰ প্ৰধান মন্ত্ৰী

6. ইন্দিৰা গান্ধী কোন আছিল?

ক)জৱাহৰলাল নেহেৰুৰ জীয়ৰী

খ)লাল বাহাদু শাস্ত্ৰীৰ জীয়ৰী

গ)
স্বাধীনতা সংগ্ৰামী

উত্তৰঃ ক)জৱাহৰলাল নেহেৰুৰ জীয়ৰী

7. কিমান চনত ইন্দিৰা গান্ধীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল?

ক)১৯৬৬-১৯৮৪ৰ চনলৈ

খ)১৯৯৬-২০০১ চনলৈ

গ)১৯১৭-১৯৮৪ চনলৈ

উত্তৰঃ ক)১৯৬৬-১৯৮৪ৰ চনলৈ

8. ইন্দিৰা গান্ধীক কিমান চনত হত্য়া কৰা হয়?

ক)১৯৮৪ চনত

খ)১৯১৭ চনত

গ)১৯৯৬চনত

উত্তৰঃ ক)১৯৮৪ চনত

9. কিমান চনত লাল বাহাদু শাস্ত্ৰী ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল?

ক)১৯৬৪-১৯৯৬ চনলৈ

খ)১৯৬৪-১৯৬৬ চনলৈ

গ)১৯৬৬-১০৮০ চনলৈ

উত্তৰঃ খ)১৯৬৪-১৯৬৬ চনলৈ

10. ইন্দিৰা গান্ধী এগৰাকী কগ্ৰেছৰ সভানেত্ৰী আৰু শাস্ত্ৰী সভাৰ এগৰাকী মন্ত্ৰী আছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

11. ১৯৮৪ চনৰ ৩১ অক্টোবৰত শ্ৰীমতী গান্ধীক হত্য়া কৰা হৈছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

12. চি.নটৰাজন আন্নাদুৰাইকোন আছিল?

ক)মাদ্ৰাজৰ মুখ্য়মন্ত্ৰী

খ)ভাৰতৰ প্ৰধান মন্ত্ৰী

গ)বিদেশী সমৰ্থক

উত্তৰঃ ক)মাদ্ৰাজৰ মুখ্য়মন্ত্ৰী

13. চি.নটৰাজন আন্নাদুৰাই এজন দাব্ৰিড় সংস্কৃতিৰ সমৰ্থকৰ লগতে হিন্দী ভাষাৰ প্ৰচলনৰ বিৰোধক আছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

14. চি.নটৰাজন আন্নাদুৰাই কিমান চনত জন্ম হৈছিল?

ক)১৯০৯ চনত

খ)১৯৬৯ চনত

গ)১৯৬৬ চনত

উত্তৰঃ ক)১৯০৯ চনত

15. ৰাম মনোহৰ লোহিয়াৰ কিমান চনত জন্ম হৈছিল?

ক)১৯০৯চনত

খ)১৯১০চনত

গ)১৯৬৭চনত

উত্তৰঃ খ)১৯১০চনত

16. ১৯৬৭চনত  চি.নটৰাজন আন্নাদুৰাইৰ মৃত্য়ু হৈছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ খ)অসত্য়

17. কে কমাৰাজ কোন আছিল?

ক)কংগ্ৰেছৰ সভাপ্ৰতি

খ)মুক্তিযোদ্ধা

গ)সকলো সত্য়

উত্তৰঃ গ)সকলো সত্য়

18. ১৯৬৯ চনত চি.নটৰাজন আন্নাদুৰাইৰ মৃত্য়ু হৈছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

19. ১৯০৩ চনত কে.কমাৰাজৰ জন্ম হয়-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

20. ডি.ভি.গিৰি ১৯৬৯ চনৰ পৰা১৯৭৪চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ 
খ)অসত্য়