সাংবিধানিক ব্য়ৱস্থাৰ সংকট

1. ইন্দিৰা গান্ধীয়ে প্ৰধান মন্ত্ৰী হিচাপে কিমান চনত নিৰ্বাচিত হৈছিল?

ক)১৯৬৬ চনত

খ)১৯৬৭  চনত

গ)১৯৯৬ চনত

উত্তৰঃ ক)১৯৬৬ চনত

2. পঞ্চম লোকসভা কিমান চনত অনুষ্ঠিত হৈছিল

ক)১৯১৭চনত

খ)১৯৭১ চনত

গ)১৯৬৬ চনত

উত্তৰঃ খ)১৯৭১ চনত

3. "In the name f Democracy :J P Movement and the emergency" কি হয়?

ক)এখন দেশৰ সমস্য়া

খ)এটা সংকট

গ)এখন গ্ৰন্থ

উত্তৰঃ গ)এখন গ্ৰন্থ

4. "In the name f Democracy :J P Movement and the emergency"গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

ক)ইন্দিৰা গান্ধীয়ে

খ)বিপান চন্দ্ৰই

গ)জৱাহৰলাল নেহেৰুয়ে

উত্তৰঃ খ)বিপান চন্দ্ৰই

5. ১৯৭৪-১৯৭৭ চনৰ সময়ছোৱাত ভাৰতবৰ্ষত এক মহা সংকতে দেখা দিছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

6. গুজৰাটত জে.পি. আন্দোলন সংঘতিত হৈছিল-

ক)সত্য়

খ)অসত্য়

উত্তৰঃ  ক)সত্য়

7. কাৰ দ্বাৰা ভাৰতবৰ্ষত ১৯৭৫ চনৰ ২৬জুন তাৰিখে জৰুৰী শাসন বলৱৎ কৰণ হৈছিল?

ক)শ্ৰী মতী ইন্দিৰা গান্ধী

খ)সৰুজিনী নাইদু

গ)লাল বাহাদুৰ শাস্ত্ৰী

উত্তৰঃ ক)শ্ৰী মতী ইন্দিৰা গান্ধী

8. বিহাৰত কাৰ নেতৃত্বত ১৯৭৪ চনতমৃল্য়বৃদ্ধি, দ্ৰব্য় সামগ্ৰীৰ নাটনি,দুৰ্নিতি আৰু নিবনুৱা সমস্য়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি উঠিছিল?

ক)লাল বাহাদুৰ শাস্ত্ৰীৰ নেতৃত্বত

খ)ইন্দিৰা গান্ধীৰ নেতৃত্বত

গ)ছাত্ৰসকলৰ নেতৃত্বত

উত্তৰঃ গ)ছাত্ৰসকলৰ নেতৃত্বত

9. ১৯৭৫ চনত কাৰ নেতৃত্বত সংসদলৈ এক গণ-শোভাযাত্ৰা উলিওৱা হয়?

ক)ছাত্ৰসকলৰ নেতৃত্বত

খ)লাল বাহাদুৰ শাস্ত্ৰীৰ নেতৃত্বত

গ)জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত

উত্তৰঃ গ)জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত

10. লোকনায়ক জয়প্ৰকাশ নাৰায়ণ কংগ্ৰেছ সমাজবাদী দল আৰু সমাজবাদী দলৰ প্ৰতিষ্ঠাপক-সম্পাদক আছিল.

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

11. ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰীৰ জীয়ৰী আছিলয়.

ক)সত্য়

খ)অসত্য়

উত্তৰঃ 
খ)অসত্য়

12. হৰেকৃঞ্চ কোৱঁৰ কোন আছিল?

ক)ভাৰতৰ প্ৰধান মন্ত্ৰী

খ)
ভূমি ৰাজহ মন্ত্ৰী

গ)স্বাধীনতা সংগ্ৰামী

উত্তৰঃ 
খ)ভূমি ৰাজহ মন্ত্ৰী

13. নক্সালবাদী আন্দোলন কিমান চনত সংঘতিত হৈছিল?

ক)১৯৬৭  চনত

খ)১৯৬৯ চনত

গ)
১৯৯০ চনত

উত্তৰঃ খ)১৯৬৯ চনত

14. কমিউনিষ্ট-মাৰ্ক্সবাদ-লেনিনবাদনামৰ দলটো কাৰ নেতৃত্বত গঠন কৰা হৈছিল?

ক)চাৰু মজুমদাৰৰ নেতৃত্বত

খ)ছাত্ৰসকলৰ নেতৃত্বত

গ)লাল বাহাদুৰ শাস্ত্ৰীৰ নেতৃত্বত

উত্তৰঃ ক)চাৰু মজুমদাৰৰ নেতৃত্বত

15. চাৰু মজুমদাৰ কোন আছিল?

ক)বিদ্ৰোহী কমিউনিষ্ট নেতা

খ)নক্সালবাদী আন্দোলনৰ নায়ক

গ)
দুয়োটাই সত্য়

উত্তৰঃ গ)দুয়োটাই সত্য়

16. ১৯১৮চনত চাৰু মজুমদাৰৰ জন্ম হৈছিল.

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

17. কিমান চনত ৰেল ধৰ্মঘাট সৃষ্টি হৈছিল.

ক)১৯১৭ চনত

খ)১৯৭১চনত

গ)১৯৭৪চনত

উত্তৰঃ গ)১৯৭৪চনত

18. ১৯৬৬-১৯৭৭ৰ সময়ছোৱাত মতপাৰ্থক্য়ই পূৰ্ণ সংঘাতৰ ৰূপ লয়.

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

19. পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ইন্দিৰা গান্ধীৰ চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কেতিয়া কৰিছিল?

ক)১৯৭৫ চনত

খ)১৯৭৬ চনত

গ)১৯৭৭ চনত

উত্তৰঃ ক)১৯৭৫ চনত

20.  কিমান চনত চৰকাৰে বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল?

ক)১৯৭৫ চনৰ ২৬ জুনত

খ)১৯৭৬ চনৰ ২৬ জুনত

গ)১৯৭৭ চনৰ ২৬ জুনত

উত্তৰঃ ক)১৯৭৫ চনৰ ২৬ জুনত