সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

১। জৈৱ অস্ত্ৰৰ আৰ্ভিভাৱ কোন চনত হৈছিল?

ক)১৯৭২ চনত

খ)১৯৭৭ চনত

গ)১৯৭৩ চনত

উত্তৰঃ ক)১৯৭২ চনত

২। ৰাসায়নিক অন্ত্ৰ-অভিবৰ্তন কোন চনত হৈছিল?

ক)১৯৯৮ চনত

খ)১৯৯২ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)১৯৯২ চনত

৩। বেলিছটিক মিছাইল বিৰোধী চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

ক)১৯৯৯ চনত

খ)১৯৭৮ চনত

গ)১৯৭২ চনত

উত্তৰঃ গ)১৯৭২ চনত

৪। জৈৱ অস্ত্ৰৰ অভিবৰ্তনত কিমানখন ৰাষ্ট্ৰই অংশ গ্ৰহণ কৰিছিল?

ক)১৩৩ খন ৰাষ্ট্ৰই

খ)১৫৫ খন ৰাষ্ট্ৰই

গ)১৬৬ খন ৰাষ্ট্ৰই

উত্তৰঃ খ)১৫৫ খন ৰাষ্ট্ৰই

৫। উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত কাৰ জনমূৰি আয় বেছি?

ক)উত্তৰৰ

খ)সমান

গ)দক্ষিণৰ

উত্তৰঃ ক)উত্তৰৰ

৬। বিশ্বত বৰ্তমান প্ৰায় কেইখন ৰাষ্ট্ৰ আছে?

ক)৩০০ খন

খ)২০০ খন

গ)১০০ খন

উত্তৰঃ খ)২০০ খন

৭। কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্থানত ইছলামিক সন্ত্ৰাসবাদীসকলক সহায় কৰাৰ মূলতে আছিল  আফগানিস্থানত ছোভিয়েট ইউনিয়নৰ আধিপত্যৰ অনসান ঘটোৱা?

ক)১৯৯৯ চনত

খ)১৯৮০ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)১৯৮০ চনত

৮। কিমান চনত বিশ্বত প্ৰায় ৪ কোটি লোক এই ৰোগত আক্ৰান্ত হৈছিল আৰু ইয়াৰ এক-তৃতীয়াংশ ৰোগী আফ্ৰিকাত আছিল?

ক)২০০৫ চনত

খ)২০০৮ চনত

গ)২০০৩ চনত

উত্তৰঃ গ)২০০৩ চনত

৯। কিমান চনত ব্ৰিতেইনত হোৱা পগলা গৰুৰ বেমাৰ ৰ ফলশ্ৰুতিত ব্ৰিটেইনৰ লক্ষাধিক ডলাৰ লোকচান হৈছিল?

ক)১৯৯০ চনত

খ)১৯৯৫ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১৯৯০ চনত

১০। পূৰ্বতে স্কুললৈ নোযোৱা শিশুবোৰ হ'ল বৰ্তমানৰ নিৰক্ষৰ লোকৰ সংখ্যা হ'ল প্ৰায় কিমান নিযুত?

ক)৭৮০ নিযুত

খ)৫৮০ নিযুত

গ)৮৫০ নিযুত

উত্তৰঃ গ)৮৫০ নিযুত