নব্য় সামাজিক আন্দোলনৰ উত্থান

1. স্বাধীনতা আন্দোলনে ভাৰতীয় জনাধাৰণৰ মাজত বয়াপক প্ৰত্য়াশা জগাই তুলিছিল.

ক)সত্য়

খ)অসত্য়

উত্তৰঃ 
ক)সত্য়

2. গছক সাৱটি ধৰি অৰণ্য় আৰু গছ ৰক্ষাৰ বাবে অহিংস পদ্ধতিৰে গঢ়ি তোলা এক অভিনৱ আন্দোলনটোৰ নাম কি?

ক)স্বদেশী আন্দোলন

খ)গণ আন্দোলন

গ)চিপকো আন্দোলন

উত্তৰঃ 
গ)চিপকো আন্দোলন

3. চিপকো আন্দোলন কিমান চনত সংঘতিত হৈছিল?

ক)১৯৭৪ চনত

খ)১৯৭০ চনত

গ)১৯৭৫ চনত

উত্তৰঃ খ)১৯৭০ চনত

4. চিপকো আন্দোলন কি?

ক)স্বদেশী আন্দোলন

খ)গছ সাৱটি ধৰা আন্দোলন

গ)গণ আন্দোলন

উত্তৰঃ 
খ)গছ সাৱটি ধৰা আন্দোলন

5. পৰিৱেশ- নাৰীবাদ কি?

ক)গণ আন্দোলন

খ)গছ সাৱটি ধৰা আন্দোলন

গ)
স্বদেশী আন্দোলন

উত্তৰঃ খ)গছ সাৱটি ধৰা আন্দোলন

6. দলিতসকলৰ ওপৰত নিৰ্যাতন চলোৱা লোকসকলক কঠোৰ শাস্তি দিয়াৰ বাবে  কিমান চনৰ আইন অনুসৰি প্ৰণয়ন কৰা হৈছে?

ক)১৯৭৫ চনত

খ)১৯৮৯ চনত

গ)১৯৭০ চনত

উত্তৰঃ খ)১৯৮৯ চনত

7. সাগৰীয় উপকূল অঞ্চলত বাস কৰা ভাৰতীয় লোকসকলৰ জীৱিকাৰ প্ৰধান উৎস কি?

ক)খেতি

খ)
মাছ

গ)যাতায়ত

উত্তৰঃ 
খ)মাছ

8. সাগৰীয় উপকূল অঞ্চলৰ লোকসকলৰ মাছ ধৰা প্ৰণালী কেনেধৰণৰ?

ক)পৰম্পৰাগত

খ)নিম্ন মানৰ

গ)উচ্চমানৰ

উত্তৰঃ ক)পৰম্পৰাগত

9. ১৯৭০-৮০ দশকত থলুৱা মাছমৰীয়াসকলে কেতিয়া সংকটত পৰিল?

ক)সাগৰৰ মাছ শেষ হোৱাত

খ)ব্য়ৱসায়িৰ দ্বাৰা যন্ত্ৰচালিত জাল ব্য়ৱহাৰ হোৱাত

গ)
সাগৰত বিষক্ৰিয়া হোৱাত

উত্তৰঃ খ)ব্য়ৱসায়িৰ দ্বাৰা যন্ত্ৰচালিত জাল ব্য়ৱহাৰ হোৱাত

10. কৃষক সংঘ কিমান চনত সংগঠিত হৈছিল?

ক)১৯৮৯ চনত

খ)১৯৭৫ চনত

গ)১৯৭০ চনত

উত্তৰঃ 
গ)১৯৭০ চনত

11. ভাৰতীয় কিষাণ ইউনিয়ন কিমান চনত গঠণ কৰা হয়

ক)১৯৭০ চনত

খ)১৯৫৭ চনত

গ)১৯৮৬ চনত

উত্তৰঃ 
গ)১৯৮৬ চনত

12. ভাৰতীয় কিষাণ ইউনিয়ন কাৰ নেতৃত্বত গঠণ কৰা হৈছিল?

ক)ইন্দিৰা গান্ধী

খ)মহাত্মা গান্ধী

গ)মহেন্দ্ৰ সিং টিকাইট

উত্তৰঃ 
গ)মহেন্দ্ৰ সিং টিকাইট

13. গণমুক্তি সংগ্ৰাম,অসম- কিমান চনত সংগঠিত হৈছিল?

ক)২০০০ চনত

খ)২০১৫ চনত

গ)
২০০৬ চনত

উত্তৰঃ খ)২০১৫ চনত

14. গণমুক্তি সংগ্ৰাম,অসম আগত কি আছিল?

ক)কৃষক মুক্তি সংগ্ৰাম

খ)গণ সংগ্ৰাম

গ)মুক্তি যুজাৰু

উত্তৰঃ ক)কৃষক মুক্তি সংগ্ৰাম

15. স্পেচিয়েল টাস্কফ'ৰ্চ কিমান চনত গঠণ কৰা হৈছিল?

ক)২০০৬ চনত

খ)২০১৫ চনত

গ)২০০৭ চনত

উত্তৰঃ ক)২০০৬ চনত

16. ভূমিহীন কৃষকক ভূমি প্ৰদান কৰাটো কাৰ দাবী াছিল?

ক)কৃষক মুক্তি সংগ্ৰাম

খ)গণমুক্তি সংগ্ৰাম

গ)
ভাৰতীয় কিষাণ ইউনিয়ন

উত্তৰঃ ক)কৃষক মুক্তি সংগ্ৰাম

17. বৃহৎ পৰিসৰত ভূমিসংস্কাৰ সাধন কৰাটো কাৰ দাবী আছিল?

ক)কৃষক মুক্তি সংগ্ৰাম

খ)গণমুক্তি সংগ্ৰাম

গ)ভাৰতীয় কিষাণ ইউনিয়ন

উত্তৰঃ 
ক)কৃষক মুক্তি সংগ্ৰাম

18. বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰাটো কৃষক মুক্তি সংগ্ৰামৰ দাবী আছিল.

ক)সত্য়

খ)অসত্য়

উত্তৰঃ ক)সত্য়

19. জনসাধাৰণক ৰাজনৈতিকভাৱে সংগঠিত কৰাটো কৃষক মুক্তি সংগ্ৰামৰ লক্ষ্য় আছিল.

ক)অসত্য়

খ)সত্য়

উত্তৰঃ ক)অসত্য়

20. কিমান চনত মণিপুৰ আৰু অন্ধ্ৰপ্ৰদেশত  আন্দোলনখন   গঢ়ি উঠাছিল?

ক)১৯৮০-১৯৯০ চনত

খ)১৯৭০-৮০ চনত

গ)
১০৬০-৭০ চনত

উত্তৰঃ ক)১৯৮০-১৯৯০ চনত