পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ

১। ভাৰতে কায়ট প্ৰট'কল কেতিয়া স্বাক্ষৰ বা অনুমোদন জনাইছিল?

ক)২০০৫ চনত

খ)২০০৩ চনত

গ)২০০২ চনত

উত্তৰঃ গ)২০০২ চনত

২। বিশ্বত কিমান সংখ্যক খিলঞ্জীয়া লোক আছে?

ক)৩৭ কোটি

খ)৩৮ কোটি

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)৩৭ কোটি

৩। খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদখন কোন চনত গঠন হয়?    

ক)১৯৯৯ চনত

খ)১৯৭৫ চনত

গ)১৯৬৭ চনত

উত্তৰঃ খ)১৯৭৫ চনত

৪। কায় 'ট চুক্তি কোন চনত সম্পাদিত হয়?

ক)১৯৯০ চনত

খ)১৯৯৭ চনত

গ)১৯৯৯ চনত

উত্তৰঃ খ)১৯৯৭ চনত

৫। ১৯৯২ চনৰ বসুন্ধৰা সন্মিলনত কেইখন ৰাষ্ট্ৰই যোগদান কৰিছিল?

ক)১৭২  খন ৰাষ্ট্ৰই

খ)১৮২   খন ৰাষ্ট্ৰই

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১৭২  খন ৰাষ্ট্ৰই

 ৬। পৃথিৱীৰ কিমান শতাংশ তেলৰ ভাণ্ডাৰ আছে?

ক)২০ শতাংশ

খ)৩০ শতাংশ

গ)৪০ শতাংশ

উত্তৰঃ খ)৩০ শতাংশ

৭। কিমান চনৰ বসুন্ধৰা সন্মিলনৰ পিচত সেইজ গৃহ গেছসমূহৰ নিৰ্গমন সীমিত কৰাত ব্যৰ্থতা প্ৰদৰ্শনৰ বাবে কায়ত' সন্মিলনৰ যথেষ্ট গুৰুত্ব আছিল?

ক)১৯৯৫ চনত

খ)১৯৯২ চনত

গ)ইয়াত ভিতৰত এটাও নহয়

উত্তৰঃ খ)১৯৯২ চনত

৮। কিমান চনত বিদ্যুৎ আইনে নৱীপৃত শক্তি ব্যৱহাৰ উৎসাহিত কৰিছে?

ক)২০০২ চনত

খ)২০০৫ চনত

গ)২০০৩ চনত

উত্তৰঃ গ)২০০৩ চনত

৯। কিমান চনৰ পৰা কিমান চনলৈ চলা শীতল যুদ্ধৰ সময়ছোৱাত উন্নত বিশ্বৰ ঔদ্যোগিক ৰাষ্ট্ৰসমূহে সম্পদৰ মসৃণ সৰবৰাহৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বল কৰিছিল?

ক)১৯৩৫ চনৰ পৰা ১৯৯১ চনলৈ

খ)১৯৫৪ চনৰ পৰা ১৯৯১ চনলৈ

গ)১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈ

উত্তৰঃ গ)১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈ

১০। ব্ৰহ্মপুত্ৰ নদীৰ লৈ ভাৰতৰ সৈতে কোনখন ৰাষ্ট্ৰৰ সংঘাট হৈছিল?

ক)চীন দেশৰ

খ)ভাৰত দেশৰ

গ)আমেৰিকা দেশৰ

উত্তৰঃ ক)চীন দেশৰ