আঞ্চলিক প্ৰত্যাশা আৰু সংঘাত

১। কোন চনত পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হয়?

ক)১৯৬৬ চনত

খ)১৯৮৮ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১৯৬৬ চনত

২। কোন চনত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল?

ক)১৯৬৪ চনত

খ)১৯৮৭ চনত

গ)১৯৬৩ চনত

উত্তৰঃ গ)১৯৬৩ চনত

৩। সদৌ অসম ছাত্ৰ সন্থাই বহিৰাগত আন্দোলন কেতিয়া আৰম্ভ কৰিছিল?

ক)১৯৭৮ চনত

খ)১৯৭৯ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)১৯৭৯ চনত

৪। চিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল?

ক)১৯৭৫ চনত

খ)১৯৮৫ চনত

গ)
ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১৯৭৫ চনত

৫। অপাৰেচন ব্লুষ্টাৰ কেতিয়া কাৰ্যকৰী হৈছিল?

ক)১৯৮৪ চনত

খ)১৯৭৮ চনত

গ)
ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)১৯৮৪ চনত

৬। কেতিয়া আনন্দপুৰ চাহিব প্ৰস্তাৱ গৃহিত হৈছিল?

ক)১৯৮২ চনত

খ)১৯৭২ চনত

গ)ইয়াৰ ভিতৰ এটাও নহয়

উত্তৰঃ খ)১৯৭২ চনত

৭। ভাৰতীয় সংবিধানৰ- নম্বৰ অনুচ্ছেদে জন্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদাপ্ৰদান কৰা হয়?

ক)৩৭০ আৰু ৩৭১ নং অনুচ্ছেদে

খ)
৩৮০ আৰু ৩৮১ নং অনুচ্ছেদে

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক)৩৭০ আৰু ৩৭১ নং অনুচ্ছেদে

৮। ছ'গিয়াল কোন আছিল?

ক)অসমৰ ৰজা

খ)ছিকিমৰ ৰজা

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)ছিকিমৰ ৰজা

৯। কিমান চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী তেওঁৰ দেহৰক্ষীৰ দ্বাৰা নিহত হয়?

ক)১৯৮৭ চনত

খ)১৯৮৪ চনত

গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ)১৯৮৪ চনত

১০। কিমান চনত আকৌ বাদল আৰু জি. এছ তোহৰাৰ মাজত বিভাজন হয়?

ক)১৯৯০ চনত

খ)১৯৯১ চনত

গ)১৯৯৯ চনত

উত্তৰঃ গ)১৯৯৯ চনত